খেল

October 23, 2025 8:59 PM

views 95

ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ২ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষি...

October 23, 2025 8:53 PM

views 65

নাগপুৰত অহা ২৬ অক্টোবৰৰ পৰা হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দল ঘোষণা

অসম ক্রিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব  টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কার্দং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশ...

October 23, 2025 12:00 PM

views 92

ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফীৰ পূব মণ্ডলৰ দলত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান নিশ্চিত

নাগালেণ্ডত অহা নৱেম্বৰত হ'বলগীয়া ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফীৰ পূব মণ্ডলৰ দলত অসমৰ তিনিগৰাকী খেলুৱৈয়ে স্থান নিশ্চিত কৰিছে। অলৰাউণ্ডাৰ ৰক্ষ্মী দে' আৰু জিন্টিমণি কলিতাই মূল দলত স্থান লাভকৰাৰ বিপৰীতে উইকেটকিপাৰ-বেটাৰ খুছী শৰ্মাক অতিৰিক্তভাবে দলত স্থান দিয়া হৈছে। অসম ক্রিকেট সন্থাই নির্বাচিত খেলু...

October 23, 2025 11:58 AM

views 88

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱর্তীণ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি ভাৰত আয়োজক দেশ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱর্তীণ হ'ব। এডিলেইডত কিছুসময়ৰ পূৰ্বে আৰম্ভ হোৱা খেলখনত টছত জিকি ঘৰুৱা দল অষ্ট্ৰেলিয়াই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলা ৰক্ষাৰ কাৰণে আজিৰ খেলখন ভাৰতৰ বাবে প্রত্...

October 23, 2025 11:56 AM

views 178

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি বিয়লি নবী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীর্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। আজিৰ খেলত দুয়োটা দলে ২ পইন্ট অৰ্জনৰ বাবে আপ্রাণ চেষ্টা চলাব। ভাৰতে এইবাৰৰ বিশ্বকাপত শ্রীলংকা আৰু পাকিস্তানক পৰাস্ত কৰি প্রত্যয়জনক আৰম্ভণি ক...

October 22, 2025 2:51 PM

views 90

আই চি চি মহিলা বিশ্বকাপত আজি বিয়লি ৩ বজাত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ

■ আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি হলকাৰ ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ'ব। কলম্বোত যোৱা নিশা অনুষ্ঠিত ৰাউণ্ড ৰবীন লীগ পৰ্যায়ৰ এখন বর্ষাবিঘ্নিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। ডাক ৱৰ্থ...

October 22, 2025 1:09 PM

views 200

আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ

● বাহৰেইনৰ ৰাজধানী মানামাত আজিৰেপৰা ৩১ অক্টোবৰলৈ তৃতীয় এছিয়ান য়ুথ গেমছ অনুষ্ঠিত হ'ব। এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে অসমৰ হাই জাম্পাৰ জুবিন গোহাঁই নিৰ্বাচিত হৈ ভাৰতীয় এথলেটিক্‌চ দলত স্থান লাভ কৰিছে। ১৪ৰ পৰা ১৭ বছৰ অনুৰ্ধ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাত বিশ্বৰ ৪৫ খন দ...

October 22, 2025 1:01 PM

views 96

আই চি চি মহিলা বিশ্বকাপত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ কলম্বোত কালি নিশা অনুষ্ঠিত খেলত দক্ষিণ আফ্রিকাই পাকিস্তানক ১৫০ ৰানত পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ৪০ অভাৰত ৯টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। ডি এল এছ পদ্ধতিৰে দলটোৱে মেৰিজেন কেপৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু লৌৰা ৱলভাৰ্ডছৰ ...

October 21, 2025 7:59 PM

views 70

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ’ আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে

গোৱাৰ মুখ্যমন্ত্রী ড০ প্রমোদ চাৱন্তে ফিদে বিশ্বকাপ ডবা প্রতিযোগিতা-২০২৫ৰ লগ' আৰু শীর্ষক গীত আনুষ্ঠানিকভাৱে মুকলি কৰে। জনপ্রিয় গায়ক ডলেৰ মেহন্দীয়ে প্রতিযোগিতাৰ শীৰ্ষক গীতটোত কণ্ঠদান কৰিছে আৰু লগ'টোত গোৱাৰ সংস্কৃতিৰ প্ৰতিফলন ঘটোৱা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৌশলগত চিন্তা-ধাৰা আৰু নেতৃত্বৰ গুণসমূহ ছাত্র...

October 21, 2025 11:01 AM

views 82

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি নিশা নবী মুম্বাইৰ ড০ ডি ৱাই পাৰ্টিল স্পর্টছ একাডেমীত অনুষ্ঠিত এখন খেলত শ্রীলংকাই বাংলাদেশক ৭ ৰানত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ শ্ৰীলংকাই ৪৮ অভাৰ আৰু ৪টা বলত আটাইকেইটা উইকেট হেৰুৱাই ২০২ ৰান কৰে। দলৰ হৈ হাছিনি পেৰেৰাই সৰ্বাধিক ৮৫ ৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।