খেল

October 20, 2025 12:19 PM

views 190

ইংলেণ্ড দল আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ

ইংলেণ্ডে ভাৰতক ৪ ৰানত পৰাস্ত কৰি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। যোৱা নিশা ইন্দোৰৰ হ'লকাৰ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ২৮৯ ৰানৰ বিজয় লক্ষ্যৰে খেলি ভাৰতীয় দলটোৱে নির্ধাৰিত ৫০ অভাৰত ৬ উইকেটৰ বিনিময়ত ২৮৪ ৰানহে কৰিবলৈ সমৰ্থ হয়। স্মৃতি মান্ধানাই ৮৮, হৰমনপ্রীত কৌৰে ৭০ আ...

October 20, 2025 11:39 AM

views 88

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ খুছীৰ কুৰাচত ব্ৰঞ্জৰ পদক লাভ

বাহৰেইনত অনুষ্ঠিত এছিয়ান য়ুথ গেমছ ২০২৫ত ভাৰতৰ ১৫ বছৰীয়া খেলুৱৈ খুছীয়ে কুৰাচত কালি ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ বাবে পদক লাভৰ সূচনা কৰে। ছোৱালীৰ ৭০ কিলোগ্রাম ওজন শাখাত অংশ লৈ খুছীয়ে ছেমি ফাইনেলত উজবেকিস্তানৰ ডি টৰ্চন’ভাৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়। কুৰাচ হৈছে উজবেকিস্তানৰ ...

October 19, 2025 8:06 PM

views 60

তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতৰ ৭ উইকেট পৰাস্ত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত পাৰ্থত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই ভাৰতক ৭ উইকেট পৰাস্ত কৰে। বৰ্ষাবিঘ্নিত খেলখনত ডি এল এছ পদ্ধতিৰ সহায়ত অষ্ট্ৰেলিয়াই ২১ অভাৰ এটা বলত ১৩১ ৰানত বিজয় সাব্যস্ত কৰে। বৰষুণৰ বাবে খেলখন ২৬ অভাৰলৈ সীমিত কৰাত ভাৰতে প্রথমে বেট ধৰি ৯টা উইকেটৰ ...

October 19, 2025 7:25 PM

views 58

বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ছোৱালীৰ ফাইনেলত ভাৰতৰ তনভি শৰ্মাৰ পৰাজয়

ভাৰতৰ তনভি শৰ্মা আজি গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ছোৱালীৰ ফাইনেলত থাইলেণ্ডৰ অন্যাপট ফিছিতফোনৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি ৰূপৰ পদক লাভ কৰিছে। তনভিয়ে ফাইনেলত ৭–১৫, ১২-১৫ গেমত পৰাজিত হয়। ১৬ বছৰীয়া তনভি বিশ্বৰ জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰা দেশৰ...

October 18, 2025 8:59 PM

views 106

অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যত অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ

ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ অনুকৰণত অসম ক্রিকেট সন্থাৰ উদ্যোগত ৰাজ্যতো অনাগত ছিজনৰ পৰা অসম প্রিমিয়াৰ লীগ অনুষ্ঠিত হ'ব। বিচিচিআইৰ সচিব দেৱজিৎ শ‍ইকীয়া আজি বৰপেটাত এই কথা প্রকাশ কৰিছে। অসম ক্রিকেট সন্থাই বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত বৰপেটাৰ বাৰাদিত নিৰ্মাণ কৰি থকা ক্রিকেট একাডেমীত আয়োজন কৰা এটা স...

October 18, 2025 8:54 PM

views 83

আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তনভী শৰ্মা ফাইনেলত

আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি ত্ৰয়োদশ দিনত একক ছোৱালী শাখাৰ দ্বিতীয়খন ছেমি ফাইনেলত ভাৰতৰ তনভী শৰ্মাই জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। তনভী শৰ্মাই চীনৰ লিউ ছি য়াক ১৫–১১, ১৫-৯ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। বিশ্ব জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱে...

October 18, 2025 12:30 PM

views 105

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত দক্ষিণ আফ্রিকাৰ হাতত শ্রীলংকা ১০ উইকেট পৰাস্ত

আই চি চি মহিলা বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা কলম্বোৰ আৰ প্রেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দক্ষিণ আফ্রিকাই শ্রীলংকাক ১০ উইকেট পৰাস্ত কৰে। দক্ষিণ আফ্রিকাই ১২১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৫টা বলত এটাও উইকেট নেহেৰুৱাকৈ নির্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে শ্রীলংকাই প্রথমে বেট ধৰি...

October 17, 2025 8:17 PM

views 111

বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছত তনভী শর্মা ছেমি ফাইনেলত প্রবেশ

ভাৰতৰ শীৰ্ষ বাছনি প্রাপ্ত তনভী শর্মাই গুৱাহাটীত অনুষ্ঠিত বি ডব্লিউ এফ বৰ্ল্ড জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্রবেশ কৰি পদক নিশ্চিত কৰিছে। তনভী শর্মাই আজি কোৱাৰ্টাৰ ফাইনেলত জাপানৰ শ্বাকি মাটছুমটোক ১৩-১৫, ১৫-৯, ১৫-১০ গেমত পৰাস্ত কৰে। অৱশ্যে ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হু...

October 17, 2025 1:07 PM

views 105

২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম

● খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ পঞ্চম সংস্কৰণ চলিত বৰ্ষৰ ২৪ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে ৰাজস্থানৰ ৭ খন চহৰত অনুষ্ঠিত হ'ব। এই চহৰকেইখন হৈছে জয়পুৰ, আজমেৰ, উদয়পুৰ, যোধপুৰ, বিকানেৰ, কোটা আৰু ভাৰতপুৰ। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী ড° মনসুখ মন্দাভিয়াই যুৱ প্ৰতিভাৰ বিকাশ আৰু ভাৰতৰ ক্ৰীড়া পৰিৱেশ ত...

October 17, 2025 1:04 PM

views 77

ডেনমার্ক অপেন বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন

● ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে অডেন্সত অনুষ্ঠিত ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। সেনে কালি প্রি কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ এণ্ডাৰ্ছ এণ্টনছেনক ২১-১৩, ২১-১৪ গেমত পৰাস্ত কৰে । ইপিনে, পুৰুষৰ ডাবলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত সাত্বিক ছাইৰাজ ৰণকী...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।