খেল

June 30, 2025 12:07 PM

views 57

আয়ুষ চেট্টীৰ ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল

২০ বছৰীয়া আয়ুষ চেট্টীয়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ খিতাপ দখল কৰি চলিত বৰ্ষৰ বি ডব্লিউ এফ ৱৰ্ড ট্যুৰৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাস ৰচনা কৰিছে ইউ এছ অপেন ফাইনেলত আয়ুষে কানাডাৰ ব্রিয়ান য়েঙক ২১-১৮, ২১-১৩ গেমত পৰাজিত কৰি এই খিতাপ অৰ্জন কৰে। প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত ভাৰতৰ...

June 29, 2025 11:51 AM

views 51

ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত ভাৰতৰ টনভি শৰ্মাৰ প্ৰৱেশ

ভাৰতৰ উদিয়মান খেলুৱৈ টনভি শৰ্মাই আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ইউ এছ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। পাঞ্জাবৰ হোচিয়াৰপুৰৰ ১৬ বছৰীয়া খেলুৱৈ গৰাকীয়ে যোৱা নিশা ইউক্রেইনৰ পোলিনা বৰহোৱাক ২১-১৪, ২১-১৬ গেমত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। টনভি আজি ফাইনেলত চীনৰ বি...

June 29, 2025 11:47 AM

views 47

পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় মহিলা ক্রিকেট দলৰ ইংলেণ্ডক ৯৭ ৰানত পৰাস্ত

ভাৰতীয় মহিলা ক্রিকেট দলে যোৱা নিশা নটিংহামৰ ট্ৰেণ্ট ব্ৰিজত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দল ইংলেণ্ডক ৯৭ ৰানত পৰাস্ত কৰে। ভাৰতে খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২১০ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ স্মৃতি মান্ধানাই ৬২টা বলত ১১২ ৰান কৰে। আন্...

June 27, 2025 12:06 PM

views 67

মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতাৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ

মহিলাৰ হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ প্রতিযোগিতাৰ ফাইনেলত আজি ওড়িশা পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন তামিলনাডুৰ চেন্নাইৰ মেয়ৰ ৰাধাকৃষ্ণণ হকী ষ্টেডিয়ামত দুপৰীয়া ২ বজাত আৰম্ভ হ'ব। ইয়াৰ পূৰ্বে প্ৰথমখন ছেমি ফাইনেলত ওড়িশাই তামিলনাড়ুক ৪-১ গলত পৰাস্ত কৰিছিল। ইপিনে পঞ্জাৱে দ্বিতীয়খন ছেমি ফাইনেলত হাৰ...

June 27, 2025 12:04 PM

views 45

দ্বিতীয় এছিয়ান স্কোৱাচ ডাবলছ চেম্পিয়নশ্বিপছৰ তিনিওটা শিতানত ভাৰতৰ খিতাপ দখল

ভাৰতে দ্বিতীয় এছিয়ান স্কোৱাচ ডাবলছ চেম্পিয়নশ্বিপছৰ পুৰুষ-মহিলা আৰু মিক্সড্ ডাবলচ- এই তিনিওটা শিতানত খিতাপ দখল কৰিছে। পুৰুষৰ ডাবলচৰ ফাইনেলত শীর্ষ বাছনিপ্ৰাপ্ত অভয় সিং আৰু ভেলাভান চেন্তিল কুমাৰে এখন উত্তেজনাপূর্ণ খেলত পাকিস্তানৰ নুৰ জামান আৰু নাছিৰ ইকবালক ২-১ ফলাফলত পৰাস্ত কৰে। মহিলাৰ ডাবলছৰ ফাইনে...

June 26, 2025 8:33 PM

views 40

তেলেংগানাত কাইলৈৰ পৰা ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা

অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাই, বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু প্ৰাক্তন বিশ্ব যুৱ চেম্পিয়ন অংকুশিতা বড়োসহ দেশৰ শীৰ্ষ বক্সাৰৰ অংশগ্ৰহণেৰে কাইলৈৰ পৰা তেলেংগানাত ৰাষ্ট্ৰীয় এলীট মহিলা বক্সিং প্রতিযোগিতা অনুষ্ঠিত হ'ব। ভাৰতীয় বক্সিং ফেডাৰেচন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্ত্বাৱধানত তথা তেলে...

June 26, 2025 11:02 AM

views 50

অহা নৱেম্বৰত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহ ২০২৫

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া সমাৰোহ ২০২৫ অহা নৱেম্বৰত ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কয়, যে এই ক্রীড়া সমাৰোহত ২০০ৰো অধিক বিশ্ববিদ্যালয়ৰ ৪ হাজাৰৰো অধিক এথলীটে ২০বিধ বিভিন্ন ক্রীড়াত ভাগ ল'ব বুলি আশা কৰা হৈছে। তেওঁ কয়, যে এই ...

June 25, 2025 9:56 PM

views 29

পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ ফাইনেলত তামিলনাডু-মহাৰাষ্ট্র

পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক ৩ গ’লত পৰাজিত কৰে। দ্বিতীয়খন ছেমিফাইনেল মহাৰাষ্ট্ৰই-ওড়িশাক ৪-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। পৰহিলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেল খেলত তামিলনাড়ু-মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব।

June 25, 2025 8:47 PM

views 27

হাৰিয়ানাৰ ৰ’হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত অসমৰ চাৰিটা ব্ৰঞ্জৰ পদক

অসমে হাৰিয়ানাৰ ৰ'হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত চাৰিটা ব্ৰঞ্জৰ পদকেৰে অভিযান সামৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ হৈ মনিকা দলে ৪৪ৰ পৰা ৪৬, নমিতা সিঙে ৫২ৰ পৰা ৫৬, ধান্তি শ‍ইকীয়াই ৬০ৰ পৰা ৬৩ আৰু জয়শ্ৰী ডেকাই ৭৫ৰ পৰা ৯০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদ...

June 24, 2025 8:58 PM

views 30

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ইংলেণ্ডে কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ২১ ৰানৰ পৰা খেলিবলৈ লৈ ভোজন বিৰতিৰ পৰলৈকে কোনো উইকেটৰ পতন নঘটাকৈ দ্বিতীয় ইনিংছত ১২০ ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পিছত খেল ...