● কামৰূপ জিলাৰ আমিনগাঁৱত চলি থকা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি দ্বাদশ দিনা ভাৰতে তিনিখন একক আৰু দুখন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব। একক শাখাত বিশ্বৰ শীৰ্ষ বাচনিৰ খেলুৱৈ উন্নতি হুদা আৰু তভি শৰ্মাই প্রতিদ্বন্দ্বিতা কৰিব। উল্লেখযোগ্য যে ভাৰতে ইতিমধ্যে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত প্ৰথমবাৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে।
Assamese | October 17, 2025 12:19 PM | Akashvani | Badminton | Indian Sports
বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টনত ভাৰতে ৩খন একক আৰু দুখন দ্বৈত শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ’ব