খেল

September 21, 2024 10:48 AM

views 39

৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দলটোৰ অপৰাজিত ধাৰা অব্যাহত

হাংগেৰীৰ বুডাপেষ্টত চলি থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডত ভাৰতীয় দলটোৱে অপৰাজিত ধাৰা অব্যাহত ৰাখি মুকলি শাখাৰ নৱম ৰাউণ্ডত উজবেকিস্তানৰ বিৰুদ্ধে ২-২ গলত ড্র কৰে। ইয়াৰ লগে লগে ভাৰতে ১৭ পইণ্টেৰে পদক তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয়। ইফালে মহিলা শাখাত ভাৰতে আমেৰিকাৰ বিৰুদ্ধে ২-২ গলত ড্র হোৱাৰ পাছ...

September 20, 2024 6:33 PM

views 25

চাইনা অ’পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালৱিকা বানচাড়ৰ সুন্দৰ প্ৰদৰ্শন

চাংজৌত অনুষ্ঠিত চাইনা অ'পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালৱিকা বানচাড়ৰ সুন্দৰ প্ৰদৰ্শনৰ আজি সমাপ্তি ঘটে। প্রতিযোগিতাৰ মহিলাৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মালৱিকা দুবাৰৰ বিশ্ব চেম্পিয়ন জাপানৰ আকানি য়ামাগুচিৰ হাতত ১০-২১, ১৬-২১ ছেটত পৰাজিত হয়। এইবাৰৰ প্ৰতিযোগিতাত এই পর্যায়লৈকে খেলা বানচ'ড়ে হৈছে ...

September 20, 2024 1:22 PM

views 36

চাইনা অ’পেন বেডমিণ্টনত আজি ভাৰতৰ মালবিকা বানছ’ডে জাপানৰ আকানে য়ামাগুচিৰ মুখামুখি হ’ব

চাইনা অ'পেন বেডমিণ্টনত বি ডব্লিউ এফ ছুপাৰ থাউজেনত আজি চীনৰ চাংঝৌত অনুষ্ঠিত হ'বলগীয়া মহিলাৰ একক শিতানৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতীয় শ্বাটলাৰ মালবিকা বানছ’ডে জাপানৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিৰ মুখামুখি হ'ব। কালি ১৬ ৰাউণ্ডত ২২বছৰীয়া খেলুৱৈগৰাকীয়ে স্কটলেণ্ডৰ কিষ্টি গিলম'ৰক পৰাস্ত কৰি ৰোমাঞ্চকৰ প্ৰদৰ্শ...

September 19, 2024 8:40 PM

views 47

বাংলাদেশৰ বিৰুদ্ধে টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথম মেচৰ প্ৰথম ইনিংছত ভাৰতৰ ৬টা উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ

ভাৰতে আজি বাংগালুৰুৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলৰ প্ৰথম দিনৰ খেলৰ সামৰণিৰ পৰলৈকে প্ৰথম ইনিংছত ৬টা উইকেট হেৰুৱাই ৩৩৯ ৰান সংগ্ৰহ কৰে। দিনান্তত ৰবিচন্দ্রন অশ্বিনে ১০২ ৰান আৰু ৰবীন্দ্ৰ জাদেজাই ৮৬ ৰান কৰি খেলি আছিল। টেষ্ট ক্রিক্রেটৰ ইত...

September 19, 2024 12:30 PM

views 57

৪৫ সংখ্যক দবা অলিম্পিয়াদৰ সপ্তম ৰাউণ্ডত চীনৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতে হাংগেৰীত অনুষ্ঠিত ৪৫ সংখ্যক দবা অলিম্পিয়াদৰ মুকলি শিতানৰ সপ্তম ৰাউণ্ডত কালি চীনক ২.৫১ দশমিক ৫ ফলাফলেৰে পৰাস্ত কৰে। ভাৰতৰ হৈ ডম্মা ৰাজু গুকেছে চীনা প্রতিদ্বন্দ্বী ৱেই ইক পৰাস্ত কৰাৰ বিপৰীতে ৰাউণ্ডৰ বাকী তিনিখন খেল ড্র’ৰে সমাপ্ত হয়। এই ফলাফলৰ সুবাদত মুকলি শিতানত ভাৰতীয় দলটোৱে মুঠ ১৪ পইণ্ট অৰ্...

September 18, 2024 11:44 AM

views 48

চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাত চীনক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে ভাৰতৰ খিতাপ দখল

ভাৰতে আয়োজক দেশ চীনক ১-০ গ’লত পৰাস্ত কৰি অভিলেখসংখ্যক পঞ্চমবাৰৰ বাবে পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। হুলুনবুইৰত কালি অনুষ্ঠিত ৰোমাঞ্চকৰ খেলখনত ভাৰতৰ হৈ যুগৰাজ সিঙে একমাত্ৰ গ’লটো দিয়ে। এই জয়ৰ সুবাদত ভাৰত প্ৰতিযোগিতাৰ ইতিহাসত সবাতোকৈ সফল দলৰূপে পৰিগণিত হৈছে। ভাৰতে ...

September 17, 2024 12:31 PM

views 54

সন্তোষ কাশ্যপক ভাৰতৰ জ্যেষ্ঠ মহিলা ফুটবল দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে সৰ্বভাৰতীয় ফুটবল পৰিষদৰ নিযুক্তি

সৰ্বভাৰতীয় ফুটবল পৰিষদে সন্তোষ কাশ্যপক ভাৰতৰ জ্যেষ্ঠ মহিলা ফুটবল দলৰ নতুন মুখ্য প্রশিক্ষক হিচাপে নিযুক্তি দিছে। তেওঁ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ চাওবা দেৱীৰ ঠাইত দলৰ মুখ্য প্রশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰিব। পৰিষদে প্রিয়া পি ভিক লগতে সহকাৰী প্ৰশিক্ষক আৰু ৰঘুবীৰ প্ৰবীণ খানোলকাড়ক দলৰ গলৰক্ষকৰ প্ৰশি...

September 16, 2024 7:46 PM

views 42

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, আনখন ছেমিফাইনেলত আজি আয়োজক দল চীনে-পাকিস্তানক ২-০ গলৰ ব্যৱধানত পৰাস্ত কৰে। কাইলৈ ভাৰতে চীনৰ বিৰুদ্ধে ফাইনেলত অৱত...

September 16, 2024 11:40 AM

views 20

চীনৰ হুলুনবুইৰত অনুষ্ঠিত এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমিফাইনেলত আজি ভাৰত-দক্ষিণ কোৰিয়া

চীনৰ হুলুনবুইৰত অনুষ্ঠিত হৈ থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীৰ হকীৰ ছেমি ফাইনেলত আজি ভাৰতে দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে খেলিব। খেলখন আবেলি চাৰে তিনি বজাত আৰম্ভ হ'ব। উল্লেখ যোগ্য যে ভাৰতে এতিয়ালৈকে এই প্ৰতিযোগিতাৰ এখন খেলতো পৰাজিত নোহোৱাকৈ খেলি আছে। প্রতিযোগিতাৰ পূৰ্বৰ খেল সমূহত ভাৰতে চীনক ৩-০, জা...

September 16, 2024 11:37 AM

views 28

বুডাপেষ্টত অনুষ্ঠিত দবা অলিম্পিয়াডৰ মুকলি শাখাত আজাৰবাইজানক ৩-১ত পৰাস্ত ভাৰতৰ

বুডাপেষ্টত অনুষ্ঠিত হৈ থকা ৪৫ সংখ্যক দবা অলিম্পিয়াডৰ মুকলি শাখাত ভাৰতে আজাৰবাইজানক ৩-১ ফলাফলত পৰাস্ত কৰে। আনহাতে মহিলা শাখাৰ পঞ্চম ৰাউণ্ডত ভাৰতীয় দলটোৱে কাজাখস্তানক পৰাস্ত কৰে। মুকলি শাখাত ভাৰতৰ গুকেশে আজাৰবাইজানৰ প্ৰতিদ্বন্দ্বী আয়দিন চুলেমানলীৰ বিৰুদ্ধে সহজ জয় সাব্যস্ত কৰে। অৰ্জুন এৰিগাইচিয়ে আ...