খেল

October 5, 2024 9:51 AM

views 47

অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব

অসম চৰকাৰৰ উদ্যোগত অহা মাহৰ পৰা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বৰপেটা জিলাৰ খেলুৱৈসকলক জিলা প্রশাসনে আহ্বান জনাইছে। বৰপেটা জিলা আয়ুক্তই এটা বিবৃতিৰ জৰিয়তে ক্রীড়াপ্ৰেমী ৰাইজলৈ আহ্বান জনাই কৈছে যে, খেল মহাৰণৰ বিভিন্ন প্রতিযোগিতাত যোগদান প্ৰ...

October 4, 2024 2:57 PM

views 27

পডুচেৰীৰ ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত আৰম্ভ তৃতীয় ৰাষ্ট্ৰীয় ফ্ল’ৰ কাৰ্লিং প্রতিযোগিতা

তৃতীয় ৰাষ্ট্ৰীয় ফ্ল'ৰ কাৰ্লিং প্রতিযোগিতা আজি পডুচেৰীৰ ৰাজীৱ গান্ধী ইন্দোৰ ষ্টেডিয়ামত আৰম্ভ হৈছে। কার্লিং ফেডাৰেচন অব ইণ্ডিয়া আৰু কার্লিং পড়ুচেৰীয়ে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পডুচেৰীৰ গৃহমন্ত্রী এ নামশিৱায়মে দুদিনীয়া এই প্ৰতিযোগিতা উদ্বোধন কৰে। এই প্ৰতিযোগিতাত অৰুণাচল প্ৰদেশ, মণিপুৰ, ছিকি...

October 4, 2024 11:22 AM

views 47

মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপত ভাৰত নিউজিলেণ্ডৰ মুখামুখি হ’ব

শ্বাৰৰ্জাহত অনুষ্ঠিত মহিলাৰ আই চি চি টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত ভাৰত আজি ডুবাইত হৰমন প্রীত কৌৰ নেতৃত্বত নিজৰ প্ৰথমখন খেলত ছফী ডিভাইন নেতৃত্বাধীন নিউজিলেণ্ডৰ মুখামুখি হ'ব। আনহাতে, আজি বিয়লি হ'বলগীয়া আন এখন খেলত ৱেষ্ট ইণ্ডিজে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ সংবাদদাতাই জনোৱা...

October 3, 2024 12:31 PM

views 45

শ্বাৰজাহত আজি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ, কাইলৈ ভাৰতৰ প্ৰথম খেল

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ শ্বাৰজাহত আজি আইচিচি মহিলা টি-২০ বিশ্বকাপৰ নৱম সংস্কৰণ আৰম্ভ হ'ব। উদ্বোধনী খেলখনত বাংলাদেশ নৱাগত স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে কাইলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব। এই মাহৰ ২০ তাৰিখলৈ চলিবলগীয়া প্রতিযোগিতাত মুঠ দহটা দলে অংশগ্রহণ কৰিব। ভাৰত আৰু পাকিস্তানৰ ...

October 3, 2024 12:30 PM

views 30

গুৱাহাটীত ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

গুৱাহাটীত অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম মল্লযুঁজ সন্থাৰ কালি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কাৰ্যালয়ত অনুষ্ঠিত কার্যনির্বাহক সভাত এই বিষয়ে প্রকাশ কৰে। এই সভাতে অসমৰ খেলুৱৈসকলৰ উন্নত প্রশিক্ষণ তথা উদীয়মান মল্লযুঁজাৰুসকলৰ ক্ৰীড়া প্রতিভা...

October 2, 2024 8:25 PM

views 35

অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্রতিযোগিতাৰ আয়োজন

গুৱাহাটীত অহা ১৮ৰ পৰা ২০ অক্টোবৰলৈ আন্তঃজিলা মল্লযুঁজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অসম মল্লযুঁজ সন্থাৰ আজি গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কাৰ্যালয়ত অনুষ্ঠিত কার্য নির্বাহক সভাত এই বিষয়ে প্ৰকাশ কৰা হয়। এই সভাতে অসমৰ খেলুৱৈসকলৰ উন্নত প্ৰশিক্ষণ তথা উদীয়মান মল্লযুঁজাৰুসকলৰ ক্ৰীড়া প্র...

October 2, 2024 8:24 PM

views 69

ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা

অহা ১১ অক্টোবৰৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত ঝাৰখণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ৰঞ্জী ট্ৰফীৰ প্ৰথমখন খেলৰ বাবে অসম ক্রিকেট সন্থাই ৰাজ্যিক দলৰ খেলুৱৈৰ লগতে সহায়কসকলৰ নাম ঘোষণা কৰিছে। ডেনিছ দাসৰ অধিনায়কত্বত গঠন কৰা এই দলটোত সুমিত ঘাড়ি গাউকাৰ আৰু ৰুহিনন্দন পেগুক উইকেট কীপাৰ হিচাপে ৰখা হৈছে। ...

October 2, 2024 8:22 PM

views 72

আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ

সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰ শ্বাৰজাহত কাইলৈ আই চি চি মহিলাৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতা আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ নৱম সংস্কৰণৰ উদ্বোধনী খেলত কাইলৈ বাংলাদেশ-স্কটলেণ্ডৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসাৰে বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। আনহাতে, কাইলৈ দ্বিতীয়খন খেলত পাকিস্তান-শ্রীলংকাৰ বি...

October 2, 2024 3:53 PM

views 34

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিঙত মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীৰ সোণৰ পদক অৰ্জন

পেৰুৰ লীমাত অনুষ্ঠিত আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপ শ্বুটিং প্রতিযোগিতাৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত ভাৰতৰ দিৱাংশীয়ে সোণৰ পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাৰ কালি চতুর্থ দিনটোত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতৰ প্ৰতিযোগীগৰাকীক ইটালীৰ ক্ৰিষ্টিনা মাগনানীক পৰাভূত কৰি শীৰ্ষ স্থানত উপনীত হয়। এই প্রতি...

October 1, 2024 8:10 PM

views 62

কানপুৰ টেষ্টত ভাৰতৰ ৭ উইকেটত জয়লাভ

কানপুৰৰ গ্ৰীণপাৰ্কত অনুষ্ঠিত দুখনীয়া টেষ্ট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ ৰে জয়লাভ কৰিছে। বৰষুণৰ বাবে দ্বিতীয় তথা তৃতীয় দিনৰ খেল সম্পূর্ণভাৱে পৰিত্যক্ত ঘোষিত হোৱাৰ পাছত বাংলাদেশে কালি চতুর্থ দিনা ২৩৩ ৰানত নিজৰ প্ৰথম ইনিংছ সামৰে। প্ৰত্যুত্তৰত ...