আঞ্চলিক সংবাদ

September 16, 2026 12:59 PM

views 13

বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো বিশ্ব অজন দিৱস পালন

আজি বিশ্ব অজন দিৱস। এইবাৰৰ দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘শীতল ধৰিত্ৰীৰ বাবে বিশ্বজনীন ব্যৱস্থা'। বিশ্বৰ বিভিন্ন ঠাইৰ লগতে অসমতো এই দিৱস পালন কৰা হৈছে। অ'জন স্তৰৰ সুৰক্ষা আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰে শক্তি ৰাহি কৰা সঁজুলি ব্যৱহাৰ, এচি-ফ্ৰীজ আদিৰ নিয়মীয়া মেৰামতি আৰু চৌহদত গছপুলি ৰোপণৰ বাবে সকলোকে সজাগ...

September 16, 2026 12:14 PM

views 12

ওদালগুৰিৰ বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্র পেগুক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ মাজবাটস্থিত বিদেশী ন্যায়াধীকৰণ আদালতৰ ন্যায়াধীশ ভূপেন চন্দ্র পেগুক সোমবাৰে নিশা মাজবাট পশু চিকিৎসা বিভাগৰ অতিথিশালাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। এই লোকজনৰ বিৰুদ্ধে বিজ্ঞাপন অবিহনে স্থানীয় লোকক চতুৰ্থ বৰ্গৰ চাকৰিত নিয়োগ, বিটিচিত নির্বাচনী আচৰণ বিধি বলৱৎ থকাৰ সময়তে নিযুক্তি প্রদান, পশু ...

September 16, 2026 12:06 PM

views 7

শিলচৰত অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ দলৰ ১৫ জন নেতা-কৰ্মীক ৩ বছৰৰ বাবে নিলম্বন

শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছ দলে দলটোৰ ১৫ জন নেতা-কৰ্মীক ৩ বছৰৰ বাবে নিলম্বন কৰিছে। ইয়াৰ ভিতৰত আবেদন কৰি টিকট লাভ নকৰা দুজন নির্দলীয় প্রার্থীও আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশমৰ্মে দলৰ অনুশাসন ভংগ কৰাৰ বাবে এই নেতা-কর্মীসকলক নিলম্বন কৰা হৈছে।...

September 16, 2026 12:03 PM

views 6

কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎ‍সালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ

নগাঁও জিলাৰ জখলাবন্ধাৰ কলিয়াবৰ মহকুমাৰ অসামৰিক চিকিৎ‍সালয়ত নির্মীয়মান ১৫০ খন বিছনাযুক্ত নতুন শাখাৰ সম্প্ৰসাৰণমূলক কাম-কাজ অহা বছৰ সম্পূৰ্ণ হ'ব। স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি নির্মীয়মান শাখাটোৰ কাম-কাজ পৰিদৰ্শন কৰি এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ১৫ৰ পৰা ১৮ মাহৰ ভিতৰত এই কাম সম্পূৰ্ণ ক...

September 17, 2026 1:07 PM

views 10

আকাশবাণীত শনিবাৰে নিশা দৃষ্টিপাতত জুবিন মনন শীর্ষক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত জুবিন মনন শীর্ষক জুবিন গাৰ্গ বিষয়ক এটি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী দিগন্ত ভাৰতী, জুবিন গাৰ্গৰ ভগ্নী পামি বৰঠাকুৰ আৰু আকাশবাণীৰ ঘোষক তথা জনপ্রিয় কণ্ঠশিল্পী মনদীপ মহন্তই অংশ ল'ব। অনুষ্ঠানটি...

September 16, 2026 11:47 AM

views 44

১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই তেওঁৰ সৃষ্টিৰাজি উদযাপনৰ বাবে ১৯ ছেপ্তেম্বৰত ৰাজ্যজুৰি জুবিন দিৱস পালন কৰা হ'ব। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচন, জুবিন গাৰ্গ ন্যাসকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত সোণাপুৰৰ জুবিন ক্ষেত্ৰত কাইলৈৰ পৰা তিনিদিনীয়াকৈ জুব...

September 16, 2026 11:44 AM

views 8

ৰাজ্যত মিছন চেনেহজৰীৰ অধীনত বছৰি ২ টন মুগা উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্য

ৰাজ্যত মুগাৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ৰেচম হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে কালি উজনি অসমৰ কেইবাখনো মুগা পাম পৰিদৰ্শন কৰে। ৰাজ্য চৰকাৰৰ হস্ততাঁত, বস্ত্ৰ, ৰেচম আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ‍ দৈমাৰীয়ে ধেমাজি জিলাৰ গোগামুখত থকা ৰেচম পাম পৰিদৰ্শন কৰি পামখনৰ বিষয়া-কৰ...

September 16, 2026 11:27 AM

views 21

নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা

 নগৰীয়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে অসম চৰকাৰে ব্ৰিটেইনৰ সৈতে অংশীদাৰিত্বৰে কাম কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ বাবে ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটাই ব্ৰিটিছ উপ-উচ্চায়ুক্ত ড০ এন্ড্রু ফ্লেমিং আৰু ব্ৰিটেইনৰ ৯টা আগশাৰী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ প্ৰতিনিধিৰ সৈতে অসম-ব্ৰিটেইন নগৰ আন্তঃগাঁথনি সন্দৰ্ভত এখন বৈ...

September 16, 2026 11:24 AM

views 36

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্রার্থী দেৱাশিষ শর্মা, কংগ্ৰেছ প্রার্থী, প্রাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰাৰ কথা। মনোনয়ন পত্ৰ দাখিলৰ বাবে তিনিওটা দলে ...

September 16, 2026 11:22 AM

views 24

ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে পুনৰ সংস্থাপন কেন্দ্ৰ স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্য চৰকাৰে নিষিদ্ধ মাদকদ্ৰব্যৰ অবাধ পয়োভৰ ৰোধ কৰাৰ লগতে আসক্তসকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে। যোৰহাটত দুদিনীয়াকৈ অনুষ্ঠিত জিলা আয়ুক্ত সন্মিলনত মাদকদ্ৰব্যৰ ভয়াৱহতাৰ বিষয়ে আলোচনা হোৱা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এখন সংবাদমেলত কয়, যে ৰাজ্যৰ প্ৰতিটো...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।