আঞ্চলিক সংবাদ

January 2, 2026 12:30 PM

views 40

এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ শেষভাগত গুৱাহাটী আৰু কলকাতাৰ মাজৰ বহু প্রত্যাশিত বন্দে ভাৰত শ্লীপাৰ সেৱাৰ উদ্বোধন কৰিব। ৰে'লমন্ত্রী অশ্বিনী বৈষ্ণৱে কালি এই কথা প্রকাশ কৰে। তেওঁ কয়, যে পৰৱৰ্তী ১৫-২০ দিনৰ ভিতৰত ১৮ বা ১৯ জানুৱাৰীত এই ৰে'লসেৱা মুকলি কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্রীক ইত...

January 2, 2026 12:29 PM

views 38

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ

হোজাই জিলা প্রশাসনে আজি ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাইছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰাৰ পাছত এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জাননী প্ৰেৰণ কৰে। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি ...

January 2, 2026 12:27 PM

views 56

বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ শীর্ষক সংবাদমেলত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰত অসম এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা দেশৰ দ্রুত বিকশিত ৰাজ্যত পৰিণত হোৱা বুলি মন্তব্য কৰিছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে 'নতুন দিনৰ আলাপ' শীর্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই...

January 1, 2026 8:11 PM

views 57

খানাপাৰাত অনুষ্ঠিত অসম গ্রন্থমেলাত গ্রন্থপ্ৰেমীৰ সমাগম

ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত আজি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থ মেলাত গ্রন্থপ্ৰেমীৰ সমাগম দেখা যায়। নতুন বছৰৰ প্ৰথম দিনটো গ্ৰন্থৰ সান্নিধ্যৰে আদৰিবলৈ পুঁথিপ্রেমী, বিদ্যত সমাজ, শিক্ষ...

January 1, 2026 8:08 PM

views 53

ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলত কাইলৈ উচ্ছেদ অভিযান

হোজাই জিলা প্রশাসনে কাইলৈ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত উচ্ছেদ চলাব। ইয়াৰ বাবে বন বিভাগ আৰু জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। বন বিভাগে ইতিমধ্যে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলত থকাৰ তথ্য লাভ কৰে আৰু এহেজাৰ ২০০ৰো অধিক দখলকাৰীলৈ জানন...

January 1, 2026 8:05 PM

views 50

ভাৰতীয় ৰে’লৰ নৱতম সংযোজন বন্দে ভাৰত শ্ৰীপাৰ ৰে’ল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত

ভাৰতীয় ৰে'লৰ নৱতম সংযোজন বন্দে ভাৰত শ্ৰীপাৰ ৰে'ল সেৱা অসমতো প্ৰৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে। গুৱাহাটী আৰু কলকাতাৰ মাজত এই নতুন বন্দে ভাৰত শ্ৰীপাৰ সেৱা প্ৰৱৰ্তন কৰা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি তেওঁৰ ফেচবুক পেজ যোগে এই কথা সদৰি কৰে। উল্লেখযোগ্য যে ২০২৩ চনত প্ৰৱৰ্তন কৰা বন্দে ভাৰত ৰে'ল ...

January 1, 2026 8:02 PM

views 56

সমগ্ৰ অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাত অনুমোদন

মন্ত্রীসভাই বছৰৰ প্ৰথমখন বৈঠকত আজি সমগ্ৰ অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাত অনুমোদন দিয়ে। মন্ত্রীসভাই লগতে এম এম চি এইছ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে এহেজাৰ ২০১ কোটি ১৬ লাখ টকাৰ সংশোধিত প্রশাসনিক অনুমোদন...

January 1, 2026 8:00 PM

views 34

গুৱাহাটী ৰে’ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ভূমি সন্দৰ্ভত ৰে’ল বিভাগৰ সৈতে আলোচনা কৰিব অসম চৰকাৰে

অসম চৰকাৰে নিউ গুৱাহাটীৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰূপে ব্যৱহৃত ভূমি গুৱাহাটী ৰে'ল ষ্টেচনৰ সম্প্ৰসাৰণৰ বাবে ব্যৱহাৰ কৰা সন্দৰ্ভত ৰে'ল বিভাগৰ সৈতে আলোচনা কৰিব। আজি কইনাধৰাৰ ১ নম্বৰ অতিথিশালাত ৰাজ্যখনৰ জ্যেষ্ঠ সম্পাদকসকলৰ সৈতে হোৱা নতুন দিনৰ আলাপ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰ...

January 1, 2026 7:37 PM

views 28

বিশিষ্ট সাংবাদিকসকলৰে ‘নতুন দিনৰ আলাপ” শীৰ্ষক সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলীৰে নিৰ্মাণ হ'বলগীয়া চাৰিলেনযুক্ত টুইন টিউব টানেলটোত দুটা লেনযুক্ত ৰে'লপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ” শীৰ্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্...

January 1, 2026 1:33 PM

views 28

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিন-বাৰ ঘোষণা

কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (চি বি এছ ই)য়ে ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিন-বাৰ ঘোষণা কৰিছে। চি বি এছ ইয়ে প্ৰকাশ কৰা মতে দশম শ্ৰেণীৰ পৰীক্ষা ৩ মাৰ্চৰ পৰিৱৰ্তে ১১ মাৰ্চত আৰম্ভ হ'ব। একেদৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা নতুন সূচী অনুযায়ী ৩ মাৰ্চৰ পৰিৱৰ্তে ১০ এপ্ৰিলৰ পৰা অনুষ্ঠিত...