মন্ত্রীসভাই বছৰৰ প্ৰথমখন বৈঠকত আজি সমগ্ৰ অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাত অনুমোদন দিয়ে। মন্ত্রীসভাই লগতে এম এম চি এইছ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে এহেজাৰ ২০১ কোটি ১৬ লাখ টকাৰ সংশোধিত প্রশাসনিক অনুমোদন জনায়।
Assamese | January 1, 2026 8:02 PM | assam cabinet
সমগ্ৰ অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাত অনুমোদন