আঞ্চলিক সংবাদ

April 22, 2024 8:18 PM

views 46

যুৱপ্ৰজন্মক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগৰ নতুন নতুন কৌশল অৱলম্বন

যুৱপ্ৰজন্মৰ ভোটদাতাক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ নিৰ্বাচনী আয়োগে নতুন নতুন কৌশল অৱলম্বন কৰাৰ সময়তে কামৰূপ জিলা নির্বাচনী বিষয়াই জিলাখনৰ উত্তৰ গুৱাহাটীস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, আই আই টি গুৱাহাটীৰ সহযোগত থ্রী ডি প্রিন্টেড বেলট মেচিন প্ৰস্তুত কৰি উলিয়াইছে। এই যন্ত্ৰটোৰ সহায়ত নতুন ...

April 22, 2024 8:16 PM

views 58

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীৰ প্রতিদ্বন্দ্বিতা নিশ্চিত

ৰাজ্যখনৰ ৪টা সমষ্টিৰ বাবে হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৪৭ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাতো নিশ্চিত হৈছে। আজি এই পৰ্যায়ৰ বাবে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিনা কোকৰাঝাৰৰ ৩ গৰাকী আৰু ধুবুৰীৰ দুগৰাকী প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে। আনফালে কোকৰাঝাৰ সমষ্টিত ১২ গৰাকী, ধুবুৰী সমষ্টিত...

April 22, 2024 8:13 PM

views 38

ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

মণিপুৰৰ ইনাৰ মণিপুৰ সংসদীয় সমষ্টিৰ অধীনৰ পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা দুখনৰ ১১টা ভোটগ্রহণ কেন্দ্ৰত আজি অনুষ্ঠিত পুনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন হয়। আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ৫ বজাত সামৰণি পৰে। বিয়লি ৩ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৭৩ শতাংশৰো অধিক ভোটদাতাই ভোটাৰ অধিকাৰ...

April 22, 2024 8:11 PM

views 45

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

ৰাজ্যখনত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান পৰহিলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। এই পৰ্যায়ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত নির্বাচন হ'ব। আনহাতে তৃতীয় পৰ্যায়ত ৰাজ্যখনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ...

April 22, 2024 5:53 PM

views 67

পৰহিলৈ অৰুণাচল প্ৰদেশত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পৰহিলৈ বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ভোটগ্রহণ কেন্দ্ৰকেইটাত যোৱা ১৯ এপ্রিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল যদিও নির্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন ব...

April 22, 2024 5:51 PM

views 61

তৃতীয় পৰ্যায়ত ৫২ গৰাকী প্ৰাৰ্থীৰ বৈধ মনোনয়ন পত্ৰ হোৱাৰ বিপৰীতে ৮ গৰাকী প্ৰাৰ্থীৰ অবৈধ ঘোষণা

অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ আজি অন্তিম দিন। এই পৰ্যায়ত চাৰিখন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে ৫২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হোৱাৰ বিপৰীতে কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াকে ধৰি ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ অবৈধ ঘোষণা কৰা হৈছে। তৃতীয় পৰ্যায়ত গুৱাহাটী আসনৰ পৰ...

April 22, 2024 11:30 AM

views 45

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইতিমধ্যে, গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হৈছে। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। এই সমষ্টিটোত বিজেপিৰ বিজুলী ক...

April 22, 2024 11:28 AM

views 40

ৰাজ্যত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৰাজনৈতিক দলসমূহৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই বিজেপি প্রার্থী সুৰেশ বৰাৰ সমৰ্থনত আজি নগাঁও আৰু মৰিগাঁৱৰ কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰিব। বিপিএফৰ প্ৰাৰ্থী দু...

April 22, 2024 11:25 AM

views 50

ৰাজ্যৰ ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন ড’নাৰ মন্ত্ৰালয়ৰ

ড’নাৰ মন্ত্ৰালয়ে ৰাজ্যৰ স্থানীয় ৩৯টা পৌৰ নিকায়ৰ অধীনত ২৬২ কোটি টকা ব্যয় সাপেক্ষে চাৰিটা প্ৰকল্পত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনি অর্থাৎ NESIDSৰ অধীনত এই প্রকল্পকেইটাৰ ৰূপায়ণ কৰা হ'ব। আন্তঃমন্ত্ৰ্যালয়ৰ ৪৬ সংখ্যক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ অধীনত ৭১ কোটি ৯৩ ...

April 22, 2024 11:23 AM

views 43

প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ নির্দেশনা

প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন সন্দৰ্ভত ৰাজ্যৰ শিক্ষা বিভাগে এটা গুৰুত্বপূর্ণ নির্দেশনা দিছে। ইতিমধ্যে, জিলা প্রাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ নিৰ্দেশনাটো প্ৰেৰণ কৰা হৈছে । সেই অনুসৰি শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলে বিদ্যালয়লৈ গৈ শিক্ষাৰ্থীসকলৰ বেগৰ ওজন পৰীক্ষা...