আঞ্চলিক সংবাদ

April 21, 2024 1:09 PM

views 78

২৬ এপ্ৰিল আৰু ৭ মে’ত দুপৰীয়া ১.২০ মিনিট আৰু সন্ধিয়া ৭ .২০ মিনিটত  আকাশবাণী গুৱাহাটীৰ বিশেষ নিৰ্বাচনী অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মে'ৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব । অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্ব...

April 21, 2024 1:02 PM

views 41

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৬০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্রসমূহ কালি পৰীক্ষা কৰা হয়। কাইলৈ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ধাৰ্য্য কৰা হৈছে। কালি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত গুৱাহাটী সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়। সমষ্টিটোৰ বাবে মুঠ ১০ গৰাকী...

April 20, 2024 8:06 PM

views 64

২৬ এপ্ৰিলত দেশৰ ৮৭ টা সংসদীয় সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনত ১,১৯৮ গৰাকীৰ প্ৰতিদ্বন্দিতা

দ্বিতীয় পর্যায়ত অহা ২৬ এপ্ৰিলত দেশৰ ৮৭ টা সংসদীয় সমষ্টিৰ বাবে হ'বলগীয়া নিৰ্বাচনত এহেজাৰ ১৯৮ গৰাকীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব। দ্বিতীয় পৰ্যায়ত অসমত ৬১ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াব। কৰিমগঞ্জত ২৪, নগাওঁত ১৩, দৰং-ওদালগুৰিত ১১, শিলচৰত ৮ আৰু ডিফুত ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়া...

April 20, 2024 7:55 PM

views 46

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা মাজত ই ভি এমসমূহ ৰখাৰ ব্যৱস্থা

প্ৰথম পৰ্যায়ত কালি ৰাজ্যখনত লোকসভা নির্বাচন অনুষ্ঠিত ৫ টা সমষ্টিৰ অন্তর্গত ১৪ খন জিলাত ভোটগ্রহণ হোৱা ই ভি এমসমূহ ২৫ টা স্ট্রংৰূমত নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজত ৰখা হৈছে। অসম আৰক্ষীৰ শীর্ষ বিষয়াই প্ৰকাশ কৰা মতে, ষ্ট্ৰংক্ৰমসমূহত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োগ কৰাৰ লগতে চি চি কেমেৰাৰ...

April 20, 2024 7:31 PM

views 45

চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত হাতীগাওঁত ৯জন ব্যক্তিক আটক

নির্বাচনী তৎপৰতাৰ মাজতে আজি মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে ৯জন ব্যক্তিক চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত আটক কৰিছে। ভেটাপাৰা অঞ্চলৰ এটা হোম ষ্টে'ৰ পৰা আটক কৰা ব্যক্তিকেইজন প্রতিবেশী ৰাজ্য পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আটক কৰা অভিযুক্তকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ ব...

April 20, 2024 6:58 PM

views 81

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ সজাগতা কার্যসূচী আয়োজন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কার্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ অধীনৰ চিডলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিতো নির্বাচনী জিলা দুখনে এই সম্পৰ্কীয় প্ৰস্তুতি অব...

April 20, 2024 6:51 PM

views 72

ৰাজ্যজুৰি সতি সাধিনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস পালন

অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌর্য-বীৰ্ষ আৰু সাহসৰ প্রতীক সতি সাধিনীৰ আজি ৫০০ সংখ্যক স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্রদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, অতুলনীয় ত্যাগ, স্বদেশপ্ৰেম আৰু পৰাক্ৰমৰ প্...

April 20, 2024 8:02 PM

views 44

কাইলৈ শিলচৰত অমিত শ্বাহৰ ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন...

April 20, 2024 6:43 PM

views 57

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে তিনি লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হয়। পৰীক্ষাৰ্থীসকলৰ এক লাখ ৫ হাজাৰ ৮৭৩ গৰাকীয়ে প্ৰথম বিভাগ, এক লাখ ৫০ হাজাৰ...

April 20, 2024 12:22 PM

views 45

ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ৭৫.৯৫ শতাংশ ভোটদান

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত কালি ৰাজ্যত সামগ্ৰিকভাৱে ৭৫.৯৫ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত ভোটাধিকাৰীসকলে কালি অনুষ্ঠিত হৈ যোৱা নিৰ্বাচনত উৎসাহ-উদ্দীপনাৰে নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ৰাজ্যখনত প্ৰথম পৰ্...