আঞ্চলিক সংবাদ

May 14, 2024 8:42 PM

views 37

নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি

নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি উলংঘা সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলে দাখিল কৰা ৯০ শতাংশৰো অধিক অভিযোগ নিষ্পত্তি কৰিছে আৰু কংগ্ৰেছ তথা বিজেপিৰহে কেইটামান অভিযোগ বিচাৰাধীন হৈ আছে। আয়োগে এটা বিবৃতিত কয় যে, এই সময়ছোৱাত ৪২৫টা গুৰুতৰ অভিযোগ লাভ কৰিছিল। ইয়াৰ ভিতৰত ৪০০টা নিষ্পত্তি কৰাৰ লগতে প্ৰয়োজনী...

May 14, 2024 8:37 PM

views 27

গুৱাহাটীত গ্ৰেপ্তাৰ কৰা আনছাৰুল্লাহ বাংলা টীমৰ দুই সদস্যক ৯ দিনৰ বাবে অসম আৰক্ষীৰ বিশেষ শাখাৰ জিম্মালৈ প্ৰেৰণ

অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰা অলকায়দাৰ সহযোগী সংগঠন আনছাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টিৰ সদস্য বাহাৰ মিঞা আৰু ৰাছেল মিঞাক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। পিছত তদন্তকাৰী সংস্থাটোৱে অধিক সোধা-পোছাৰ বাবে দুয়োকে ১৩ দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আদালতত আ...

May 14, 2024 6:17 PM

views 41

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা হজ যাত্ৰাৰ বাবে ৩,৭০৮গৰাকী হজযাত্রীৰ প্ৰথমটো দল সাজু

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইবাৰ ৩ হাজাৰ ৭০৮গৰাকী হজযাত্রী হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। পৰহিলৈ গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা হজযাত্রীৰ প্রথমটো দল মক্কা অভিমুখে যাত্রা কৰিব। আজি গুৱাহাটীৰ হাজি মুছাফিৰখানাত আয়োজিত এখন সংবাদমেলত যুটীয়া ৰাজ্যিক হজ সমিতিৰ অধ্যক্ষ নেক...

May 13, 2024 8:33 PM

views 25

দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত সজাগতা সভা

দৰং জিলাৰ দেওমৰনৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰাংগণত আজি মহাবিদ্যালয়খনৰ মহিলা কোষৰ উদ্যোগত আৰু দৰং কৰ্কট কেন্দ্ৰৰ সহযোগত স্তনৰ কৰ্কট ৰোগ সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিকাৰ চোভানীয়ে ধঁপাতৰ অপকাৰিতা সম্পৰ্কে অৱগত কৰাৰ লগতে ইয়াৰ পৰা কৰ্কট ৰোগৰ আশংকা...

May 13, 2024 8:32 PM

views 32

কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন

 কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত আজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন কৰা হয়। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদিৰ লগতে বিভিন্ন খেল- ধেমালি অনুষ্ঠিত হয়। বিয়লিৰ ভাগত নৃত্য-প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাইলৈ সাংস্কৃতিক সন্ধিয়াত জনপ্রিয়...

May 13, 2024 8:30 PM

views 30

ৰঞ্জু হাজৰিকাক ২০২৩-২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰে সন্মানিত

সাহিত্যিক ৰঞ্জু হাজৰিকাক তেজপুৰৰ নন্দন কানন সংগীত বিদ্যালয়ৰ ২০২৩-২৪ বৰ্ষৰ কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছে। বিহগুৰিৰ টুমুকীৰ নন্দন কানন ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আয়োজিত ৰঙালী বিহু সন্মিলনত সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে মানপত্ৰ, ফুলাম গামোচা, জাঁপি, চেল...

May 13, 2024 8:29 PM

views 37

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক গ্ৰেপ্তাৰ

দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰক সঞ্চালকালয়ে উৎকোচ লোৱা অৱস্থাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লখিমপুৰৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আজি গুৱাহাটীৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰে। গুৱাহাটীৰ হেঙেৰাবাৰীৰ এজন লোকৰ পৰা বিলৰ ধন মোকলাই দিয়াৰ নামত ২০ হাজাৰ টকা উৎকোচ লওঁতেই পূৰ্বৰ পৰা খাপ পিতি থকা তদন্তকাৰী দ...

May 13, 2024 7:05 PM

views 47

ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন

আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডº শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামীৰ ৬৬ সংখ্যক জন্ম তিথিৰ সৈতে সংগতি ৰাখি পৰহিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাগৃহত এক অভিনন্দন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কয় যে...

May 13, 2024 7:03 PM

views 44

৩১ মে’ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা ৩১ মে'ৰ পৰা দেশী-বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। পূর্বে উদ্যান কর্তৃপক্ষই ১৫ মে'ত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীপ চাফাৰী বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও পাছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি ৩১ মে' পর্যন্ত এই সময়সীমা বৃদ্ধি কৰা হয়। ইতিমধ্যে যোৱ...

May 13, 2024 7:09 PM

views 62

পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিৰুবালা ৰাভাৰ দেহাৱসান

কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বিৰুবালা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁক কেন্দ্ৰীয় চৰকাৰে ২০২১ চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কু-সংস্কাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে দুই দশকৰো অধিক কা...