উত্তৰ-পূৰ্বাঞ্চল

July 27, 2026 11:44 AM

views 17

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে’লসেৱা ব্যাহত হৈ পৰিছে

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰে'লপথ মেৰামতিৰ পৰিপ্ৰেক্ষিতত হাফলঙৰ নিউ হাৰাংগাজাও ষ্টেচনৰ এক আৰু দুই নম্বৰ ৰে'ল লাইনেৰে চলাচল বাতিল কৰাৰ ফলত লামডিং-বদৰপুৰ পাহাৰীয়া অংশত ৰে'লসেৱা ব্যাহত হৈ পৰিছে। বিভাগীয় সূত্রই জাৰি কৰা জাননী অনুসৰি বৰ্তমান কেৱল ৩ নম্বৰ লাইনেৰে বিয়লি ৭ বজাৰ পৰা পুৱা ৫ বজালৈ ৰে'ল চলাচল অব...

July 27, 2026 11:25 AM

views 27

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গে’ট খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি

কেন্দ্রীয় জল আয়োগৰ তথ্য অনুসৰি নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী নিষ্কাশনৰ চাৰিওখন গে'ট ২৩ জুলাইৰ পৰা খুলি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে। প্রকল্পটোৰ চাৰিওখন গে'টেৰে কেইবালাখ ঘনমিটাৰ পানী এৰি দিয়া হৈছে। অনাগত চাৰিওটা দিনত ধনশিৰি নৈৰ জলপৃষ্ঠ বিপদ সীমাৰ পৰা আৰু ১.৬০ ...

July 23, 2026 12:09 PM

views 27

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি

নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ ক্রমশঃ বৃদ্ধি পাইছে। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে প্রকল্পটোত বৃহস্পতিবাৰে পুৱা জলপৃষ্ঠ ৩২১ মিটাৰত উপনীত হৈছে। প্রকল্পটোৰ তিনিওটা গোট সক্রিয় হৈ আছে আৰু প্রতি ছেকেণ্ডত প্রায় ১১৪.৮৫ ঘনমিটাৰ পানী বাহিৰলৈ নিৰ্গত কৰা হৈছে। ইপিনে অধিক পানী নির্গত হোৱাৰ...

July 23, 2026 11:53 AM

views 27

ছিকিমৰ এন এইচ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নির্মীয়মান সুৰংগত আৱদ্ধ ২২টা মৃতদেহ উদ্ধাৰ

ছিকিমৰ নামছি জিলাৰ চামৰডোঙত এন এইছ পি চিৰ জলবিদ্যুৎ প্ৰকল্পৰ নির্মীয়মান সুৰংগত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা লোকসকলৰ ২২ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃত লোকসকলৰ ভিতৰত এজন গহপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱানিশা আছানচ'লৰ ইষ্টার্ণ ক'ল্ড ফিল্ড লিমিটেডৰ দ্বিতীয়টো উদ্ধাৰকাৰী দলে সুৰংগটোত অভিযান চলায়। অ...

July 22, 2026 10:51 AM

views 18

গুৱাহাটীকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ ঠাইত মজলীয়া বৰষুণৰ সম্ভাৱনা

গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই অহা ২৪ ঘণ্টাত গুৱাহাটী মহানগৰীৰ লগতে ধুবুৰী, গোৱালপাৰা, কামৰূপ আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুল...

July 22, 2026 9:52 AM

views 35

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্রশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখি বাহনসমূহ সাময়িকভাবে কলিয়াবৰৰ পৰা বিকল্প পথলৈ ঘূৰাই পঠোৱা হৈছে। ইপিনে বানৰ ফলত বিভিন্ন ঠাইত ৰে’লপথ ক্ষতিগ্রস্ত হোৱাত উজনি অসমলৈ সকলো ৰে’লসেৱা বাতিল কৰা হৈছে। নামনিমুৱা ৰে’লসমূহ ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ উত্তৰ পাৰেৰে চলাচল কৰাৰ নিৰ্দেশ দিয়া হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মাজুলীলৈ সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ ৰখা হৈছে।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বানৰ ফলত গুৱাহাটী, ডিব্ৰুগড় পথত যান-বাহনৰ চলাচল ব্যাহত হৈছে। বানৰ ফলত কেইবাখনো ৰে'লৰ চলাচল বাতিল কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্ন হোৱাৰ বাবে জিলা প্রশাসনে বিকল্প পথৰ ব্যৱহাৰৰ নিৰ্দেশ দিছে। বিশেষকৈ শিৱসাগৰ জিলাৰ একাধিক অংশত পথ প্লাবিত হোৱা বাবে গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখি...

July 21, 2026 12:36 PM

views 29

ৰাজ্যৰ সাম্প্ৰতিক বানত ১৬খন জিলাৰ ৭৯৪খন গাঁও জলমগ্ন; ১০জনৰ প্ৰাণ হানি

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ১৬ খন জিলাৰ তিনি লাখ ৬২ হাজাৰৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। এই বানত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে।  অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি উজনি অসমৰ চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ, শোণিতপুৰ, ধেমাজি, গোলাঘা...

July 11, 2026 7:17 PM

views 19

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ...

July 10, 2026 6:55 PM

views 22

প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিদি দলৰ

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিদি দলে শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নিষ্ঠা তিৱাৰীৰ। নেতৃত্বত অহা ছজনীয়া আন্তঃ মন্ত্ৰালয় কেন্দ্রীয় দলে কালি অৰুণাচলৰ পূব চিয়াং জিলাৰ ...

July 7, 2026 5:28 PM

views 24

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি

জৈৱ বৈচিত্র্য আইন, ২০০২ৰ অধীনত মিজোৰামৰ প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়ক দেশৰ একবিংশ অনুমোদিত সংৰক্ষণস্থলী হিচাপে অধিসূচনা জাৰি কৰা হৈছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণৰ পৰামৰ্শ অনুসৰি এই অধিসূচনা জাৰি কৰিছে। অনুমোদিত সংৰক্ষণ স্থলীসমূহ দেশৰ জৈৱ বৈচিত্ৰ, প্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।