October 23, 2026 6:25 PM
3
অৰুণাচল প্ৰদেশত নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাৰে দল-সংগঠনে আহ্বান জনোৱা বন্ধত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত
অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলৈ লোৱা ১১ হাজাৰ মেগাৱাট শক্তি সম্পন্ন আপাৰ ছিয়াং বহুমুখী নদীবান্ধ প্ৰকল্পৰ বিৰোধিতাৰে আজি ৰাজ্যখনৰ কেইবাটাও দল-সংগঠনে আহ্বান জনোৱা বন্ধৰ ফলত ছিয়াং, পূব ছিয়াং আৰু আপাৰ ছিয়াং জিলাত স্বাভাৱিক জীৱন যাত্ৰা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বন্ধ সমৰ্থকসকলে বিভিন্ন স্থানৰ ৰাজপথত ...