July 7, 2026 8:11 PM
23
বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত এটা চৌহদ মুকলি কৰাৰ বাবে প্রধানমন্ত্ৰী মোদীৰ অনুমোদন
কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষা খণ্ডত এটা নতুন যুগৰ সূচনা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। ত...