ৰাষ্ট্ৰীয়

April 12, 2024 4:27 PM

views 89

৭ মে’ত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অধিসূচনা জাৰি

নির্বাচন আয়োগে অহা ৭ মে'ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে আজি অধিসূচনা জাৰি কৰিছে। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খনকৈ, গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১,...

April 11, 2024 8:28 PM

views 60

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে, ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰাৰ বাবে দলটোক ভোট দিয়া প্রয়োজন। ...

April 11, 2024 8:25 PM

views 51

ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত অংশগ্ৰহণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাজস্থানৰ অনুকগড়ত দুখন ৰাজহুৱা সভাত ভাষণ দিয়ে। ভাষণ প্ৰসংগত নেতাগৰাকীয়ে কয় যে, দেশত নিবনুৱা সমস্যা আৰু মুদ্রাস্ফীতিৰ দৰে দুটা গভীৰ সমস্যা থকাৰ পাছতো অন্যান্য বিষয়সমূহকহে গুৰুত্ব দিয়া হৈছে। ৰাহুল গান্ধীয়ে লগতে কয় যে দেশত পিছপৰা শ্ৰেণী, জনজাতি, দলিত, সংখ্যালঘু ...

April 11, 2024 7:31 PM

views 44

ভাৰত-চীনৰ সম্পৰ্ক উন্নীতকৰণৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি প্রধানমন্ত্রীৰ মত প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত-চীনৰ মাজৰ সম্পৰ্ক উন্নীত কৰাৰ বাবে দেশ দুখনৰ মাজৰ সীমান্তৰ সমস্যা জৰুৰীভাৱে সমাধান কৰাটো প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে। তেওঁ কয় যে, দেশ দুখনৰ মাজৰ সম্পৰ্ক সুস্থিৰ আৰু শান্তিপূৰ্ণ কৰি তোলাটো সমগ্ৰ অঞ্চল তথা বিশ্বৰ বাবে গুৰুত্বপূৰ্ণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আলোচন...

April 11, 2024 7:28 PM

views 72

মহাত্মা ফুলেৰ জন্মবার্ষিকী উপলক্ষে প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মহাত্মা ফুলেৰ জন্মবার্ষিকী উপলক্ষে মহাত্মাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, মহাত্মা ফুলে এগৰাকী ভৱিষ্যদর্শী সমাজ সংস্কাৰক আছিল। তেওঁ সমতাৰ হকে নিষ্ঠাৰে কাম কৰাৰ লগতে অন্যায়ৰ বিৰুদ্ধে আজীৱন যুঁজ কৰিছিল। তেওঁৰ...

April 11, 2024 7:08 PM

views 33

ঈদ-উল ফিটৰ উপলক্ষে সমগ্ৰ দেশবাসীলৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

আজি পবিত্র ঈদ-উল ফিটৰ। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি পুৱাই বিভিন্ন ঈদগাহ আৰু মছজিদত ঈদৰ নামাজ আদায় কৰিব। দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল মণ্ডলী অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ঈদ-উল-ফিটৰ উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এট...

April 11, 2024 6:44 PM

views 53

WTT ফীডাৰ Düsseldorf টেবুল টেনিছ প্রতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ ভাৰতৰ যশস্বিনী ঘোৰপাড

জার্মানীত অনুষ্ঠিত হোৱা WTT ফীডাৰ Düsseldorf টেবুল টেনিছ প্রতিযোগিতাৰ এখন খেলত ভাৰতৰ যশস্বিনী ঘোৰপাড দ্বিতীয় ৰাউণ্ডত প্ৰবেশ কৰিছে। যশস্বিনী ঘোৰপাড়ে মহিলাৰ একক শাখাত তালি দক্ষিণ কোৰিয়াৰ জি ইউনচেক ৩-২ ফলাফলত পৰাস্ত কৰে। খেলুৱৈগৰাকীয়ে এতিয়া পৰৱৰ্তী ৰাউণ্ডত দক্ষিণ কোৰিয়াৰ আন এগৰাকী খেলুৱৈ কিম হায়...

April 10, 2024 7:52 PM

views 49

শ্ৰীলংকাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱা ১৯ জন ভাৰতীয় মাছমৰীয়া চেন্নাইত উপস্থিত

শ্ৰীলংকাৰ কাৰাগাৰৰ পৰা মুক্তি পোৱা ১৯ জন ভাৰতীয় মাছমৰীয়া আজি পুৱা চেন্নাইত উপস্থিত হয়। ৰামানাথাপুৰম জিলাৰ ২১ জন মাছমৰীয়াই ১৭ মাৰ্চত দুখন নাৱেৰে মাছ ধৰিবলৈ গৈছিল আৰু তেওঁলোকৰ নাওখনে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি শ্ৰীলংকাৰ জলভাগত প্ৰৱেশ কৰাৰ অভিযোগত দেশখনৰ নৌসেনাই গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পাছত ত...

April 10, 2024 6:08 PM

views 46

চণ্ডীশগড়ৰ বাছ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীশগড়ৰ দুৰ্গ জিলাত সংঘটিত বাছ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মতী মুর্মুরে এই ঘটনাটোক দুখঃজনক বুলি অভিহিত কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনাৰ কবল...

April 10, 2024 5:55 PM

views 57

ৰাজ্যসভাৰ ১০গৰাকী নৱ নিৰ্বাচিত সদস্যৰ শপতগ্ৰহণ

ৰাজ্যসভাৰ ১০ গৰাকী নৱ নিৰ্বাচিত সদস্যই আজি শপতগ্ৰহণ কৰে। নতুন দিল্লীৰ সংসদ ভৱনত আয়োজিত এটা অনুষ্ঠানত উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ে নৱ নিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। আজি শপতগ্ৰহণ কৰা সাংসদসকলৰ কেইগৰাকীমান হ'ল বিজেপিৰ মায়ংকভাই জয়দেৱভাই নায়ক, শিৱসেনা সিন্দে গোটৰ মিলিন্দ মুৰুলী দেওৰা, কং...