ৰাজ্যসভাৰ ১০ গৰাকী নৱ নিৰ্বাচিত সদস্যই আজি শপতগ্ৰহণ কৰে। নতুন দিল্লীৰ সংসদ ভৱনত আয়োজিত এটা অনুষ্ঠানত উচ্চ সদনৰ সভাপতি জগদীপ ধনখড়ে নৱ নিৰ্বাচিত সাংসদসকলক শপত বাক্য পাঠ কৰোৱায়। আজি শপতগ্ৰহণ কৰা সাংসদসকলৰ কেইগৰাকীমান হ’ল বিজেপিৰ মায়ংকভাই জয়দেৱভাই নায়ক, শিৱসেনা সিন্দে গোটৰ মিলিন্দ মুৰুলী দেওৰা, কংগ্ৰেছৰ ৰেণুকা চৌধুৰী, সমাজবাদী পাৰ্টীৰ ৰামজিলাল সুমন আৰু টি এম চিৰ সাগৰিকা ঘোষ৷
Assamese | April 10, 2024 5:55 PM | Rajya Sabha PM Oath
ৰাজ্যসভাৰ ১০গৰাকী নৱ নিৰ্বাচিত সদস্যৰ শপতগ্ৰহণ