ৰাষ্ট্ৰীয়

April 10, 2024 5:37 PM

views 63

অৰবিন্দ কেজৰিৱালৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য

দিল্লীৰ এখন আদালতে, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ন্যায়িক জিম্মাত থকা অৱস্থাত তেওঁৰ অধিবক্তাক সাক্ষাতৰ বাবে অধিক সময় বিচাৰি জনোৱা আবেদন অগ্ৰাহ্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰাগাৰৰ ভিতৰৰ পৰা চৰকাৰ পৰিচালনা কৰিবলৈ বিচাৰিছে বাবেই তেওঁলৈ বিশেষ সুবিধা আগবঢ়াব নোৱাৰি বুলি মত প্ৰকাশ কৰি বিধি বলৱৎকাৰী ...

April 10, 2024 11:43 AM

views 46

গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা ২৭ এপ্ৰিললৈ বৃদ্ধি

চৰকাৰে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অভিযানৰ অধীনত গৱেষণা আৰু উন্নয়ন প্ৰস্তাৱ দাখিলৰ সময়সীমা ২৭ এপ্ৰিললৈ বৃদ্ধি কৰিছে। ইয়াৰ পূৰ্বে এনে প্ৰস্তাৱ দাখিলৰ অন্তিম সময় ১২ এপ্রিল ধাৰ্য কৰা হৈছিল। ২০২৯-৩০ বিত্তীয় বৰ্ষ পর্যন্ত ১৯ হাজাৰ ৭৪৪ কোটি টকাৰ আৱণ্টনেৰে যোৱা বছৰ জানুৱাৰীত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ'জেন অ...

April 10, 2024 11:30 AM

views 56

আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীক পৰীক্ষা কক্ষত প্ৰৱেশ কৰিব পাৰিব : ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই সাধাৰণ নিৰ্বাচনত ভোটদান কৰা তথা আঙুলিত চিয়াহীৰ চিন থকা বিদ্যাৰ্থীসকলক পৰীক্ষা কক্ষত প্ৰৱেশ কৰাৰ পৰা বাৰণ কৰা নহয় বুলি স্পষ্ট কৰি দিছে। সংস্থাটোৱে কৈছে যে, এই সন্দৰ্ভত সামাজিত মাধ্যমত প্ৰচাৰিত বাৰ্তা সম্পূৰ্ণৰূপে ভিত্তিহীন। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে, তেওঁলোকে এনে...

April 10, 2024 10:53 AM

views 62

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্রেছে কালি অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। দলটোৱে বিশাখাপট্টনম লোকসভা আসনৰ বাবে পুলুছু সত্যনাৰায়ণ ৰেড্ডীক প্ৰক্ষেপ কৰাৰ বিপৰীতে তিৰুপতি লোকসভাৰ আসনৰ বাবে ড০ চিন্ত মোহনক প্রক্ষেপ কৰিছে। দলটোৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২ গৰাকী আৰু লোক...

April 10, 2024 10:48 AM

views 65

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্রেছে কালি অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। দলটোৱে বিশাখাপট্টনম লোকসভা আসনৰ বাবে পুলুছু সত্যনাৰায়ণ ৰেড্ডীক প্ৰক্ষেপ কৰাৰ বিপৰীতে তিৰুপতি লোকসভাৰ আসনৰ বাবে ড০ চিন্ত মোহনক প্রক্ষেপ কৰিছে। দলটোৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২ গৰাকী আৰু লোক...

April 10, 2024 10:38 AM

views 58

চেন্নাইত ৰোড শ্ব’ৰে দুদিনীয়া তামিলনাডু ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

দেশত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে। গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে নির্বাচনী সভা আৰু ৰোড শ্ব'ত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি চেন্নাইত এটা ৰোড শ্বৰে দুদিনীয়া তামিলন...

April 9, 2024 8:14 PM

views 88

দেশৰ আন আন অঞ্চলৰ লগতে উত্তৰ পূৱ ভাৰততো বৰষুণৰ লগতে তুষাৰপাত, ধুমুহা গাজনীৰে বজ্ৰপাত হ’ব বুলি আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা শনিবাৰলৈকে মধ্য প্রদেশ, চত্তিশগড়, বিদর্ভ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গংগা উপত্যকা অঞ্চল, ঝাৰখণ্ড, ওড়িশা, বিহাৰ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত ধুমুহা গাজনীৰে সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। ইপিনে, বিভাগটোৱে অহা ৭ দিনত তেলেংগানা, কেৰা...

April 9, 2024 8:11 PM

views 69

অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন অগ্ৰাহ্য দিল্লী উচ্চ ন্যায়ালয়ৰ

দিল্লী উচ্চ ন্যায়ালয়ে আজি আৱকাৰী নীতি কেলেংকাৰী সম্পৰ্কীয় ক'লাধন বৈধকৰণৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন অগ্ৰাহ্য কৰে। উচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মা আদালতে কয় যে, এই গ্ৰেপ্তাৰ সন্দৰ্ভ...

April 9, 2024 8:09 PM

views 96

বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ’ৰা জেন্তজিছক সাক্ষাৎ ড° এছ জয়শংকৰৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত বেলজিয়ামৰ বিদেশ মন্ত্ৰালয়ৰ মহা সচিব থিয়দ'ৰা জেন্তজিছক সাক্ষাৎ কৰে। তেওঁলোকে ভাৰত, বেলজিয়াম আৰু ইউৰোপীয় সংঘৰ মাজত অর্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতা শক্তিশালী কৰাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে বুলি ছোচিয়েল মিডিয়াৰ এটা বার্তাযোগে ডº জয়শংকৰে প্ৰকাশ কৰে। ড° ...

April 9, 2024 8:06 PM

views 48

কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত হোমিঅ’পেথিক সন্মিলন উদ্বোধন ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বিশ্ব হোমিঅ'পেথি দিৱস উপলক্ষে কাইলৈ নতুন দিল্লীৰ দ্বাৰকাত থকা যশোভূমি সভাগৃহত দুদিনীয়াকৈ আয়োজিত হোমিঅ'পেথিক সন্মিলন উদ্বোধন কৰিব। হোমিঅ'পেথিৰ দিশত গৱেষণাৰ উদ্দেশ্যে থকা কেন্দ্ৰীয় পৰিষদ চি চি আৰ এইচৰ উদ্যোগত এই সন্মিলনৰ আয়োজন কৰা হৈছে। আয়ুষ মন্ত্ৰালয়ৰ অধীনত এ...