ৰাষ্ট্ৰীয়

June 29, 2025 11:15 AM

views 36

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে প্রধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। তেওঁ বৰ্তমান দেশৰ পৰা বহু দূৰত আছে যদিও দেশবাসীৰ অন্তৰত আছে বুলি উল্লেখ কৰি মহাকাশচাৰীগৰাকী এই যাত্ৰাই নতুন যুগৰ শুভাৰম্ভ কৰিলে বুলি মন্তব্য কৰে। প্ৰদক্ষিণ কৰাটো ভাৰতৰ শতিক...

June 28, 2025 10:41 PM

views 31

গুৱাহাটীত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত ‘ইমাৰজেন্সি ডায়েৰীছ’ নামৰ গ্ৰন্থ উন্মোচন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰ ভিত্তিত সংকলিত হোৱা ইমাৰজেন্সি ডায়েৰীছ নামৰ এখন গ্ৰন্থ গুৱাহাটীৰ বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। ব্লু ক্রাফ্‌ট ফাউণ্ডেচনে সংকলন কৰা কিতাপখনৰ আগকথা প্রধা...

June 28, 2025 12:04 PM

views 39

নতুন দিল্লীত আচার্য বিদ্যানন্দ জি মহাৰাজৰ শতবর্ষ উদযাপন অনুষ্ঠান উদ্বোধন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আচার্য বিদ্যানন্দ জি মহাৰাজৰ শতবর্ষ উদযাপন অনুষ্ঠান উদ্বোধন কৰিব। কেন্দ্ৰীয় চৰকাৰে ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ সহযোগত আচাৰ্য বিদ্যানন্দ জি মহাৰাজৰ ১০০ সংখ্যক জন্ম বার্ষিকী উপলক্ষে বছৰজোৰা ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ আনুষ্ঠানিক কাৰ্যসূচী হিচাপ...

June 27, 2025 12:00 PM

views 58

শীঘ্ৰেই ভাৰতৰ সৈতে এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ’ব বুলি ডনাল্ড ট্রাম্পৰ প্ৰকাশ

ভাৰতৰ সৈতে শীঘ্ৰেই এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ'ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চীনৰ সৈতে অলপতে চুক্তি কৰা হৈছে আৰু এইবাৰ ভাৰতৰ সৈতেও এটা ডাঙৰ চুক্তি কৰা হ'ব। চীনৰ সৈতে হোৱা চুক্তিৰ বিষয়ে সৱিশেষ প্ৰকাশ নকৰিলেও তেওঁ প্ৰকাশ কৰে যে প্ৰতিখন ৰাষ্ট্ৰৰ...

June 27, 2025 11:58 AM

views 50

অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যকেইখনত আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰম আৰু আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তিনি-চাৰিদিন পর্যন্ত উত্তৰ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু দিল্লীত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে, পূৱ ৰাজস্থ...

June 27, 2025 12:32 PM

views 74

৩৪৫টা পঞ্জীয়নভুক্ত স্বীকৃতি বিহীন ৰাজনৈতিক দলৰ মর্যাদা কৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ নির্বাচন আয়োগৰ

নির্বাচন আয়োগে নির্বাচনী প্ৰক্ৰিয়াৰ পৰা আঁতৰত থকা ৩ শতাধিক ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰাৰ কাম আৰম্ভ কৰিছে। আয়োগে প্ৰথম পৰ্যায়ত ৩৪৫টা ৰাজনৈতিক দলৰ স্বীকৃতি বাতিল কৰিব আৰু পৰৱৰ্তী সময়তো এই প্ৰক্ৰিয়া অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে। আয়োগে কালি এই সন্দৰ্ভত সবিশেষ তথ্য সদৰী কৰে। বিগত ৬টা বছৰত যি...

June 27, 2025 11:52 AM

views 23

ঢাকাত দুর্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা ভাৰত চৰকাৰৰ

ভাৰত চৰকাৰে বাংলাদেশৰ ঢাকাত দুর্গা মন্দিৰ ভাঙি পেলোৱা কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে ঘটনাটোক অবৈধভাৱে ভূমি ব্যৱহাৰ কৰাৰ গোচৰ হিচাপে প্ৰক্ষেপ কৰি ধ্বংসৰ অনুমতি দিয়া পদক্ষেপক সমালোচনা কৰিছে । নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছ...

June 27, 2025 11:47 AM

views 56

অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে মনোজ সিনহাৰ বৈঠক

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই কালি শ্রীনগৰৰ ৰাজভৱনত অহা ৩ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ লগতে বিজেপি, কংগ্ৰেছ আৰু পি ডি পিৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে। বৈঠকত উপ ৰাজ্যপালগৰাকী...

June 27, 2025 11:43 AM

views 28

আজিৰে পৰা ওড়িশাৰ পৱিত্ৰ ৰথযাত্ৰা অনুষ্ঠিত

 ওড়িশাৰ পৱিত্ৰ ৰথযাত্ৰা আজিৰে পৰা অনুষ্ঠিত হৈছে। এই বিশ্ব বিখ্যাত ৰথ যাত্রা স্বচক্ষে প্রত্যক্ষ কৰাৰ উদ্দেশ্যে পুৰীত হাজাৰ হাজাৰ ভক্ত সমবেত হৈছে। আজি ভগৱান জগন্নাথ, দেৱী সুভদ্ৰা আৰু ভগৱান বলভদ্ৰই ৯ দিনৰ বাবে ৰথযাত্ৰাৰ জৰিয়তে জগন্নাথ মন্দিৰৰ পৰা গুন্দিছা মন্দিৰলৈ যাব। দ্বাদশ শতিকাত নন্দী ঘোষ, তালধবজ...

June 27, 2025 11:39 AM

views 33

প্রধানমন্ত্ৰীৰ দূৰদৰ্শীতাৰ বাবেই ভাৰতীয় ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰে’লৱেৰ আন্তঃগাঁথনি দূৰ-দূৰণিলৈ সম্প্ৰসাৰিত হৈছে – ভি. সোমান্না

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী দৃষ্টিভংগীৰ বাবেই ভাৰতীয় ৰে’লৱেই দেশৰ বিভিন্ন প্ৰান্তক সংযোগ কৰাৰ লগতে ৰে'লৱেৰ আন্তঃগাঁথনি দূৰ-দূৰণিলৈ সম্প্ৰসাৰিত হৈছে বুলি ৰে'ল ৰাজ্য মন্ত্ৰী ভি. সোমান্নাই মন্তব্য কৰিছে। বৃহস্পতিবাৰে চেন্নাইৰ পেৰামবুৰৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ কয় যে, মোদী চৰকাৰে প্ৰ...