ৰাষ্ট্ৰীয়

June 27, 2025 11:37 AM

views 28

আই বি পি এছৰ দ্বাৰা পৰিচালিত পৰীক্ষাত আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন চৰকাৰৰ

চৰকাৰে ইনষ্টিটিউট অৱ বেংকিং পাৰ্ছনেল ছিলেকচন চমুকৈ আই বি পি এছৰ দ্বাৰা পৰিচালিত পৰীক্ষাত প্ৰাৰ্থী পৰীক্ষণৰ বাবে আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা ব্যৱহাৰত অনুমোদন জনাইছে। বিত্ত মন্ত্ৰালয়ৰ অধীনৰ বিত্তীয় সেৱা বিভাগে জাৰি কৰা এক অধিসূচনা অনুসৰি, আইবিপিএছে নিজৰ পৰীক্ষা আৰু নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীৰ পৰিচয়...

June 26, 2025 9:52 PM

views 27

AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাত কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ শুভেচ্ছা

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে ভাৰতীয় বিমান বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা তথা AXIOM-4 অভিযানৰ দলটো সফলতাৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সংবাদ মাধ্যমৰ আগত ড০ সিঙে কয়, যে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ...

June 26, 2025 9:51 PM

views 25

চাংহাইৰ সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত সদস্য ৰাষ্ট্ৰসমূহে কোনো যুটীয়া বিবৃতি গ্ৰহণ কৰিব নোৱাৰিলে

চাংহাইৰ সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰসমূহে কোনো যুটীয়া বিবৃতি গ্ৰহণ কৰিব নোৱাৰিলে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি কেইখনমান সদস্য ৰাষ্ট্ৰই কেইবাটাও বিষয় সন্দৰ্ভত ঐকমত্যত উপনীত নোহোৱাৰ ফলত বৈঠকৰ দলিলত চূড়ান্ত...

June 26, 2025 9:49 PM

views 66

নিৰ্বাচনৰ প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে পঞ্জীয়নকৃত ৩৪৫টা অস্বীকৃত ৰাজনৈতিক দলৰ বাতিলকৰণ প্ৰক্ৰিয়া আৰম্ভ

নির্বাচন আয়োগে পঞ্জীয়নকৃত ৩৪৫ টা অস্বীকৃত ৰাজনৈতিক দলক প্রয়োজনীয় নীতি-নিয়ম মানি নচলাৰ বাবে বাতিল কৰা প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০১৯ চনৰ পৰা লোকসভা তথা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ নির্বাচন তথা উপ-নির্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি এই দলসমূহৰ...

June 26, 2025 9:48 PM

views 27

আহমেদাবাদত দুৰ্ঘটনাত পতিত AI-171 বিমানৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্য সংগ্ৰহ

আহমেদাবাদত অলপতে এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাত পতিত হোৱা AI-171 বিমানখনৰ ব্লেক বক্সৰ পৰা দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰাৰ বাবে তথ্যসমূহ উলিয়াই লোৱা হৈছে। ব্লেক বক্সৰ সন্মুখৰ পৰা ক্ৰেছ প্ৰটেকছন আৰু মেম'ৰি মডিউলো সুৰক্ষিত ৰূপত উদ্ধাৰ কৰা হৈছে। এই তথ্যসমূহ দিল্লীত কালি বিমান দুর্ঘটনা তদন্ত সংস্থা এ এ আই বিৰ পৰী...

June 26, 2025 9:46 PM

views 34

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ৯জনীয়া সদস্যৰ এটা দল পাটনাত উপস্থিত

বিহাৰত সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে নির্বাচন আয়োগৰ ৯ জনীয়া সদস্যৰ এটা দল ৰাজ্যখনলৈ ৰাওনা হৈছে। দলটোৱে ইতিমধ্যে পাটনাত উপস্থিত হৈ মুখ্য নিৰ্বাচনী বিষয়া বিনোদ সিং গুঞ্জিয়াল আৰু আন আন বিষয়াসকলৰ সৈতে এখন উচ্চপৰ্যায়ৰ বৈঠকত মিলিত হয়। এই বৈঠকত ভোটাৰ তালিকা সন্দৰ্ভত এটা ব...

June 26, 2025 9:44 PM

views 24

দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ নীতিন গাডকাৰীৰ

পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে দুচকীয়া বাহনৰ বাবে টোল টেক্স আৰোপ কৰাৰ বিষয় সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী গাডকাৰীয়ে কয়, এনে ধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। মন্ত্ৰীগৰাকীয়ে কয়, যে দুচকীয়া বাহনক টোল টেক্সৰ পৰা...

June 26, 2025 9:42 PM

views 30

গোৱালিয়ৰ-বাংগালুৰু এক্সপ্ৰেছ ৰে’লৰ যাত্ৰাৰ শুভাৰম্ভ

কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্দিয়াই আজি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্রী মোহন যাদৱৰ সৈতে যুটীয়াভাৱে গোৱালিয়ৰ-বাংগালুৰু এক্সপ্ৰেছ ৰে'লৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। ৰে'লখনে গোৱালিয়ৰৰ পৰা প্ৰতি শুকুৰবাৰে আৰু বেংগালুৰুৰ পৰা দেওবাৰে চলাচল কৰিব। বেংগালুৰুৰ পৰা অহা ২৯ জুনত আৰু গোৱালিয়ৰৰ পৰা ৪ জুলাইত ৰে'লখনৰ ...

June 26, 2025 9:40 PM

views 26

শিৰোমণি আকালি দলৰ নেতা বিক্রম সিং মাজিথিয়াক ৭ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

শিৰোমণি আকালি দলৰ নেতা বিক্রম সিং মাজিথিয়াক আজি পাঞ্জাবৰ ম'হালিৰ এখন আদালতে সাত দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। মাদক দ্রব্য সৰবৰাহৰ জৰিয়তে ৫৪০ কোটিতকৈও অধিক মূল্য টকাৰ অবৈধ লেনদেন সংক্রান্তত কালি তদাৰকী সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰে। অমৃতসৰ আৰু চণ্ডীগড়ত থকা মাজিথিয়াৰ বাসভৱনত ৰাজ্যখনৰ তদাৰকী সংস...

June 26, 2025 8:47 PM

views 26

ভূমিস্খলনত ক্ষতিগ্ৰস্ত জাতিংগা-লামপুৰৰ মাজৰ ৰে’লপথৰ মেৰামতিৰ বুজ লয় উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জাতিংগা আৰু লামপুৰৰ মাজৰ ভূমিস্খলন হোৱা ৰে'লপথৰ পৰা শিল-বালিৰ আৱৰ্জনা আঁতৰোৱাৰ কাম যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলি আছে। বর্তমান ১৫খন এছকেভেটৰ আৰু ২০০ৰো অধিক শ্ৰমিকে ৰে'লপথছোৱা ৰে'ল চলাচলৰ উপযোগী কৰি তোলাৰ বাবে দিনে-নিশাই কাম কৰি আছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধক চেতন কু...