ৰাষ্ট্ৰীয়

June 26, 2025 10:48 AM

views 42

ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি চীনৰ কুইংডাওত ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কালি সন্ধিয়া চীনত উপস্থিত হয়। এই দুদিনীয়া বৈঠকত ছাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা, সন্ত্ৰাসব...

June 26, 2025 10:44 AM

views 37

প্রগতি শীর্ষক ৪৮ সংখ্যক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্রগতি শীর্ষক ৪৮ সংখ্যক বৈঠকত অধ্যক্ষতা কৰি খনি, ৰে'লৱে আৰু জলসম্পদৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পত পর্যালোচনা কৰে। বৈঠকত অর্থনৈতিক বিকাশ আৰু জনকল্যাণৰ বাবে গ্ৰহণ কৰা এই প্রকল্পসমূহৰ সময়সীমা, আন্তঃসংস্থা সমন্বয় আৰু বিভিন্ন বিষয়ৰ সমাধানৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচ...

June 25, 2025 10:01 PM

views 24

পুণে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবর্ধনৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ৩ হাজাৰ ৬২৬ কোটি টকা ব্যয় সাপেক্ষ পুণে মেট্ৰ' ৰে'ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায় সংবর্ধনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ কথা অৱগত কৰি কয় যে ১৩ টা ষ্টেচনেৰে ১২ দশমি...

June 25, 2025 9:59 PM

views 21

নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন গৃহমন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত The Emergency Diaries-Years that forged a leader” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে। দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ইয়াৰ বিৰুদ্ধে এগৰাকী যুৱ ৰাষ্ট্ৰীয় স্বয়ংসেৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক এই গ্ৰন্থখনত স্থান দিয়া হৈছে। গণতন্ত্ৰৰ প্ৰমূল্যস...

June 25, 2025 9:58 PM

views 28

ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভূ জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ

ওড়িশাৰ পুৰীত বিশ্ব প্ৰসিদ্ধ মহাপ্রভূ জগন্নাথৰ ৰথযাত্রা সফলতাৰে সম্পন্ন কৰাৰ বাবে সকলো ধৰণৰ নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। পৰহিলৈৰ পৰা এই ৰথযাত্ৰা আৰম্ভ হ’ব। ওড়িশা আৰক্ষীয়ে যান-বাহনৰ আহ-যাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে জগন্নাথ মন্দিৰৰ ভিতৰ আৰু বাহিৰৰ চাৰিওকাষে নিৰাপত্তা ব্যৱস্থ...

June 25, 2025 9:56 PM

views 28

পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ ফাইনেলত তামিলনাডু-মহাৰাষ্ট্র

পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক ৩ গ’লত পৰাজিত কৰে। দ্বিতীয়খন ছেমিফাইনেল মহাৰাষ্ট্ৰই-ওড়িশাক ৪-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। পৰহিলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেল খেলত তামিলনাড়ু-মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব।

June 25, 2025 9:14 PM

views 86

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো দেশত সংবিধান হত্যা দিৱস হিচাপে পালন

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা ঘোষণাৰ ৫০ বছৰ পূৰ্ণ হোৱা দিনটো আজি দেশত সংবিধান হত্যা দিৱস হিচাপে পালন কৰা হৈছে। সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰি সমগ্ৰ দেশতে ৰাজনৈতিক দলৰ নেতা-কৰ্মী, সাংবাদিক, শ্রমিক-সংগঠনৰ নেতাকে ধৰি প্ৰায় ডেৰ লাখ লোকক কাৰাৰুদ্ধ আৰু সংবাদ মাধ্যমৰ স্বাধীন...

June 25, 2025 8:49 PM

views 42

আমেৰিকাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ভাৰতৰ শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক মহাকাশলৈ লৈ যোৱা AXIOM-4 অভিযান আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা হয়। অভিযানত অন্তৰ্ভুক্ত চাৰিগৰাকী মহাকাশচাৰী ফেলকন নাইন ৰকেটৰ সহায়ত স্পেচ এক্স ড্রেগন মহাকাশ যানেৰে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ বুলি ৰাওনা হয়। আমেৰিকাৰ ...

June 24, 2025 8:53 PM

views 61

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন নির্বাচন আয়োগৰ

নির্বাচন আয়োগে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত খেলিমেলি হোৱা বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্থাপন কৰা অভিযোগ খণ্ডন কৰিছে। আয়োগে কৈছে, যে নিৰ্বাচনৰ গোটেই প্রক্রিয়া বিকেন্দ্রীকৃতভাবে সম্পন্ন কৰা হৈছে। আয়োগে কয়, যে সংসদে গ্ৰহণ কৰা নির্বাচনী আইন অনুযায়ী ই সকলো নিৰ্বাচন অনুষ্ঠিত কৰে । নির্বাচন প...

June 24, 2025 8:50 PM

views 28

পৰহিলৈৰ পৰা কৃষি উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰৰ কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ

চৰকাৰে কৃষি উৎপাদন বৃদ্ধি কৰিবৰ বাবে অহা বৃহস্পতিবাৰৰ পৰা এটা কৃষিভিত্তিক প্ৰচাৰ অভিযান আৰম্ভ কৰিবলৈ যো-জা চলাইছে। নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয়, যে মধ্য প্ৰদেশত উৎপাদিত ছয়াবিনেৰে এই প্ৰচাৰ অভিযানৰ আৰম্ভণি কৰা হ'ব। এই প্ৰচাৰ অভি...