ৰাষ্ট্ৰীয়

June 24, 2025 8:48 PM

views 33

দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সৱলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কেইটামান বছৰত দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সৱলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি মন্তব্য কৰিছে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে এখন দৈনিক বাতৰি কাকতত লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে আজি এইদ...

June 24, 2025 8:46 PM

views 33

কাইলৈ সংবিধান হত্যা দিৱস পালন

সংবিধান হত্যা দিৱস কাইলৈ পালন কৰা হ'ব। ১৯৭৫ চনৰ ২৫ জুনত সংবিধানক অৱমাননাৰ ঘটনাক সুঁৱৰি এই দিৱস পালন কৰা হয়। এই দিনটোত ভাৰতীয় ইতিহাসৰ সবাতোকৈ ক'লা সময়ৰূপে পৰিচিত জৰুৰীকালীন পৰিস্থিতিৰ বাবে জীয়াতু ভুগিবলগীয়া সকলো লোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ১৯৭৫ চনত জৰুৰী অৱস্থাৰ সময়ত অমানৱীয় বেদনা সহিবল...

June 24, 2025 8:44 PM

views 46

ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ’ব নোৱাৰে – প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে যে, ভাৰতীয় নাগৰিকৰ তেজেৰে ৰাঙলি কৰা ভাৰতৰ পবিত্র ভূমি সন্ত্ৰাসবাদীৰ বাবে কেতিয়াও আশ্রয়স্থল হ'ব নোৱাৰে আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে এই ভাষ্য স্পষ্ট ৰূপত দাঙি ধৰা হৈছে। তেওঁ লগতে কয়, যে এই অভিযানৰ জৰিয়তে গোলকীয় পৰ্য্যায়ত ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে মসৃণ আৰু...

June 24, 2025 7:05 PM

views 23

অপাৰেচন সিন্দূৰে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰতীয় নাগৰিকক অনিষ্ট কৰা লোকসকলৰ বাবে কোনো স্থানেই নিৰাপদ নহয় বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰী মোদীয়ে লগতে কয়, ...

June 24, 2025 7:04 PM

views 37

সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোক নিজ দেশলৈ প্ৰত্যাৱৰ্তন

পশ্চিম এছিয়াৰ সংঘৰ্ষজৰ্জৰ অঞ্চলসমূহৰ বৰ্ধিত উত্তেজনাময় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সিন্ধু অভিযানৰ অধীনত বৰ্তমানলৈকে দুহেজাৰ ২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে প্ৰকাশ কৰা মতে ইৰানৰ মাছাদৰ পৰা ২৯২ গৰাকী ভাৰতীয় লোকক লৈ অনা ...

June 24, 2025 5:39 PM

views 49

ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱাইছে

● ইৰাণ আৰু ইজৰাইলৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাই এই যুদ্ধৰ কৱলত পৰা কোটি কোটি নাগৰিকলৈ স্বস্তিৰ বতৰা কঢ়িয়াই আনিছে। ইৰাণ-ইজৰাইলৰ যুদ্ধত কমেও ৮৬৫ গৰাকী লোকে প্ৰাণ হেৰুওৱা বুলি সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ পাইছে। সিন্ধু অভিযানৰ অধীনত ইৰানৰ পৰা বৰ্তমানলৈকে ২,২৯৫ গৰাকী ভাৰতীয় লোকক নিজ দেশলৈ ওভতাই অনা হৈছে। অ...

June 24, 2025 2:17 PM

views 51

অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে: প্ৰধানমন্ত্ৰী

● অপাৰেচন সিন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতা নীতিৰ বিষয়ে সমগ্র বিশ্বলৈ এটা শক্তিশালী বার্তা প্ৰেৰণ কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে ভাৰতীয় নাগৰিকক অনিষ্ট কৰা লোকসকলৰ বাবে কোনো স্থানেই নিৰাপদ নহয় বুলি ভাৰতে স্পষ্ট কৰি দিছে। শ্ৰী মোদীয়ে লগতে কয়...

June 23, 2025 8:42 PM

views 71

আন্তৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ মূল্য প্রায় এক শতাংশ বৃদ্ধি

আন্তৰাষ্ট্ৰীয় বজাৰত আজি খাৰুৱা তেলৰ মূল্য প্রায় এক শতাংশ বৃদ্ধি পাইছে। ইৰানৰ পাৰমানৱিক ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰই আক্ৰমণ কৰাৰ পাছতেই খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে। ইৰানে খাৰুৱা তেল পৰিবহনৰ বাবে কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্রণালী বন্ধ কৰি দিয়াৰ ভাবুকিয়ে আন্তৰাষ্ট্ৰীয় বজাৰত উদ্বীগ্নতাৰ স...

June 23, 2025 8:37 PM

views 44

ধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত প্রধানমন্ত্ৰী মোদীৰ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত প্রধানমন্ত্ৰী সংগ্ৰহালয় আৰু পুথিভড়াল সমাজৰ ৪৭ সংখ্যক বার্ষিক সাধাৰণ সভাত অধ্যক্ষতা কৰে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, নির্মলা সীতাৰমন, অশ্বিনী বৈষ্ণৱ, গজেন্দ্ৰ সিং সেখাৱট আৰু ধর্মেন্দ্ৰ প্ৰধানকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমো...

June 23, 2025 8:32 PM

views 36

দিল্লীত ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ ভাষণৰ দ্বিতীয়টো সংকলন ৱিংজ টু আৱাৰ হোপছ্ নামৰ গ্ৰন্থখন মুকলি কৰে। উল্লেখযোগ্য যে এইটো সংকলনত ২০২৩ চনৰ আগষ্ট মাহৰ পৰা ২০২৪ চনৰ জুলাই মাহলৈকে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰদান কৰা ভাষণসমূহক লিপিবদ্ধ কৰি গ্ৰন্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।