ৰাষ্ট্ৰীয়

June 23, 2025 8:24 PM

views 55

বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছেঃ ড° জীতেন্দ্ৰ সিং

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিগত এঘাৰ বছৰত বৈজ্ঞানিক সাফল্য সন্দৰ্ভত এখন সংবাদমেলত ভাষণ দি ড° সিঙে কয় যে ২০১৪ চনত দেশত কেৱল ৫০ টা জৈৱ প্ৰযুক্তি ষ্টার্টআপ আছিল যিটো বৰ্তমা...

June 23, 2025 8:19 PM

views 32

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সকলোৱে একেলগে ঠিয় দিয়া উচিতঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হ'বলৈ আন্তৰাষ্ট্ৰীয় সমুদায়ক আহ্বান জনাইছে। আয়াৰলেণ্ডৰ কৰ্কৰ আহাকিস্তাত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণৰ ঘটনাৰ চাৰিটা দশক পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাক...

June 23, 2025 5:55 PM

views 50

১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি ৪ টা দশক পূৰ্ণ

১৯৮৫ চনত এয়াৰ ইণ্ডিয়াৰ কনিস্ক নামৰ বিমানখনৰ বোমা বিস্ফোৰণত ৩২৯ গৰাকী নিৰপৰাধী যাত্ৰীৰ মৃত্যুৰ আজি ৪ টা দশক পূৰ্ণ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত নিহত লোকসকলৰ প্ৰতি আজি গভীৰ শ্রদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰী জয়শংকৰে কয়, যে এয়া আছিল সন্ত্ৰাসবাদীৰ এক অন্...

June 23, 2025 5:45 PM

views 47

আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা গৃহমুখী শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা

আঞ্চলিক সহযোগিতাৰ নিদৰ্শনস্বৰূপে ভাৰতে আম্মানৰ পৰা নতুন দিল্লীলৈ চলাচল কৰা বিমানত ইজৰাইলৰ পৰা ঘৰলৈ উভতি আহিব বিচৰা শ্ৰীলংকাৰ নাগৰিকৰ বাবেও আসনৰ ব্যৱস্থা কৰিছে। ইজৰাইলত অৱস্থিত শ্ৰীলংকাৰ দূতাবাসে এই কথা সদৰি কৰিছে। তেল আভিভৰ পৰা আম্মানলৈ যাত্ৰীসকল অহাৰ বাবে বিনামূলীয়া পৰিবহণৰ ব্যৱস্থাৰ লগতে দিল্লীলৈ...

June 23, 2025 3:27 PM

views 36

আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত দেশবাসীৰ শ্রদ্ধা

● সমগ্র দেশে আজি ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ পুণ্য তিথিত শ্রদ্ধা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয়, যে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ অতুলনীয় সাহস আৰু দেশৰ অখণ্ডতা ৰক্ষাৰ বাবে কৰা প্ৰয়াসক সদায় মনত ৰখা হ'ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয...

June 23, 2025 11:39 AM

views 38

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ বৈঠকত দেশখনৰ সংকট হ্ৰাস কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান এণ্টনিঅ’ গুটেৰেছৰ

ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বিশেষ অধিবেশনত সচিব এণ্টনিঅ' গুটেৰেছে ইৰাণৰ পাৰমাণৱিক ক্ষেত্ৰসমূহত আমেৰিকাৰ সামৰিক আক্ৰমণৰ পিছত দেশখনৰ সংকট হ্ৰাস কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। প্ৰতিশোধ আৰু গভীৰ সংঘাতৰ ফলত হব পৰা বিপদৰ আশংকা কৰি গুটেৰেছে কয় যে আমি শান্তিৰ...

June 23, 2025 11:38 AM

views 54

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA য়ে আজি জৰুৰী বৈঠকৰ আয়োজন

আন্তঃৰাষ্ট্ৰীয় আণৱিক শক্তি সংস্থা IAEA য়ে আজি এখন জৰুৰী বৈঠকৰ আয়োজন কৰিছে। সংস্থাৰ মুৰববী ৰাফেল গ্রোছিয়ে প্ৰকাশ কৰা অনুসৰি ইৰানৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই বৈঠক আহ্বান জনোৱা হৈছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত গ্ৰোছিয়ে কয়, যে ইৰানৰ পাৰমাণৱিক সুবিধাৰ স্থলসমূহত আমেৰিকা যু...

June 23, 2025 11:32 AM

views 29

নতুন দিল্লীত আজি Wings To our Hopes ৰ দ্বিতীয় সংস্কৰণ মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সন্ধিয়া নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে দিয়া ভাষণৰ আধাৰত প্ৰকাশিত গ্রন্থ Wings To our Hopes ৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। ৰাষ্ট্ৰপতিৰ ৫১টা ভাষণ সন্নিৱিষ্ট গ্ৰন্থখনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয় বৰ্ষৰ কাৰ্যকালত তেওঁৰ দৃষ্টিভংগী, দৰ্শন আৰু অগ্ৰা...

June 23, 2025 11:29 AM

views 37

অমিত শ্বাহৰ অধ্যক্ষতাত ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত পর্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি সন্ধিয়া চত্তিশগড়ৰ ৰায়পুৰত নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিয়া সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই পর্যালোচনা বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে বাওঁপন্থী উগ্রবাদ অধ্যুষিত ৭ খন ৰাজ্য- চত্তিশগড়, অন্ধ্রপ্রদেশ, তেলেংগানা, মধ্...

June 23, 2025 11:27 AM

views 49

পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে বিগত দুটা সপ্তাহ ধৰি পশ্চিম এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতি বিশেষভাৱে পৰ্যবেক্ষণ কৰি আছে বুলি পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প'ষ্টত কালি শ্ৰীপুৰীয়ে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিগত কিছু বছৰত ইয়াৰ যোগান ব্যৱস্থ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।