ৰাষ্ট্ৰীয়

June 30, 2025 11:56 AM

views 51

ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ তপোবনত আজি কমনৱেলথ সংসদীয় সংস্থাৰ দ্বিতীয় মণ্ডলৰ বাৰ্ষিক সন্মিলন মুকলি কৰিব। এই মণ্ডলৰ অধীনত দিল্লী, হাৰিয়ানা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আৰু পাঞ্জাৱো সামৰি লোৱা হৈছে। গণতান্ত্রিক প্রতিষ্ঠানসমূহ শক্তিশালী কৰাৰ লগতে এই দিশত ৰাজ্যসমূহৰ অভিজ্ঞতাসম...

June 30, 2025 11:48 AM

views 56

হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ কৰিছে। তেলেংগানাৰ নিজামাবাদত অনুষ্ঠিত কৃষক সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতি লোক তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰা সকলৰ সৈতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয়। গৃহমন্ত্ৰীগৰাকীয়...

June 30, 2025 11:44 AM

views 55

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকা ভ্ৰমণলৈ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰ তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি আমেৰিকালৈ যাব। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক' ৰুবিঅ'ৰ নিমন্ত্রণমৰ্মে কাইলৈ কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ড° জয়শংকৰ আমেৰিকালৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে এই বৈঠকত ...

June 30, 2025 11:42 AM

views 40

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ উত্তৰ প্ৰদেশ ভ্ৰমণ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী মুৰ্মুৱে বৰেলী আৰু গোৰখপুৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ আজি প্ৰথম দিনা ৰাষ্ট্ৰপতিগৰাকীয়ে বৰেলীত থকা ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ একাদশ সমাৱৰ্তন সমাৰোহত ভা...

June 29, 2025 8:55 PM

views 32

কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবন্ধ ধৰ্ষণৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মহাবিদ্যালয়খন পৰিদৰ্শন

কলকাতা আইন মহাবিদ্যালয়ত হোৱা দলবন্ধ ধৰ্ষণৰ গোচৰৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি ড০ অৰ্চনা মজুমদাৰৰ নেতৃত্বত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ এটা দলে মহাবিদ্যালয়খন পৰিদৰ্শন কৰে। আইন মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীগৰাকীক কালি এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। ইয়াকে লৈ মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কক্ষৰ ভিত...

June 29, 2025 7:53 PM

views 66

মাৰ নামত এজোপা গছ অভিযানৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

জুন মাহত পালন কৰা বিশ্ব পৰিৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে পুনেৰ ৰমেশ খৰমালে আৰু তেওঁৰ পৰিয়ালে মাত্র দুমাহতে জুন্নাৰ পাহাৰত ৭০টা খাদ খান্দি পানী সংৰক্ষণ কৰি বীজ সিঁচিছিল। তেওঁ কয় যে শ্ৰী খৰমালে শ শ গছ ৰোপণ কৰি অক্সিজেন উদ্যান নিৰ্মাণ কৰিছে। ইয়ালৈ চ...

June 29, 2025 7:04 PM

views 43

অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূয়সী প্ৰশংসা

অসমৰ বড়োলেণ্ডৰ ফুটবলৰ ক্ষেত্ৰখনক ভূয়সী প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে এই অঞ্চলটো সম্প্রতি নতুন পৰিচয়েৰে উদ্ভাসিত হৈ পৰিছে। এই অঞ্চলটোৰ যুৱচামে ফুটবলৰ পথাৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বুলি মত প্রকাশ কৰি প্ৰসংগক্ৰমে তেওঁ হলীচৰণ নাৰ্জাৰী, দুর্গা বড়ো, অ...

June 29, 2025 7:01 PM

views 41

স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছেঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

স্বাস্থ্যখণ্ডৰ পৰা আৰম্ভ কৰি সামাজিক সুৰক্ষা পর্যন্ত সকলো দিশতে ভাৰতবৰ্ষই সম্প্রতি পৰিপূৰ্ণতা লাভ কৰিছে আৰু এয়া সামাজিক সুৰক্ষাৰ অন্যতম দৃষ্টান্ত হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি এইদৰে মত ব্যক্ত কৰে। আন্তৰাষ্ট্ৰীয় শ্রম সংগঠন আই এল অ'ৰ প্ৰতিবেদনৰ...

June 29, 2025 11:33 AM

views 28

কলকাতা আইন মহাবিদ্যালয় দলবদ্ধ ধর্ষণ গোচৰৰ চতুৰ্থজন অভিযুক্তক গ্ৰেপ্তাৰ

কলকাতা আইন মহাবিদ্যালয় দলবদ্ধ ধর্ষণ গোচৰৰ চতুৰ্থজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আইন মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীগৰাকীক কালি এই গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হয়। ইয়াকে লৈ মহাবিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কক্ষৰ ভিতৰত হোৱা এই অপৰাধৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা চাৰিলৈ বৃদ্ধি পাইছে। দক্ষিণ ...

June 29, 2025 11:21 AM

views 44

প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ প্ৰকাশ

প্ৰস্তাৱনা যিকোনো সংবিধানৰ আত্মাস্বৰূপ আৰু ইয়াক সলনি কৰিব পৰা নাযায় বুলি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি এটা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰতৰ বাহিৰে আন কোনো সংবিধানৰ প্ৰস্তাৱনা সলনি কৰা হোৱা নাই। তেওঁ কয়, যে প্ৰস্তাৱনাৰ আধাৰত সংবিধান...