ৰাষ্ট্ৰীয়

July 2, 2025 4:43 PM

views 40

দেশৰ আগশাৰীৰ চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ অধ্যয়নত কোভিড-১৯ প্ৰতিষেধক সুৰক্ষিত আৰু ফলপ্ৰসু বুলি প্ৰমাণিত

● ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু অখিল ভাৰতীয় আয়ুৰবিজ্ঞান প্ৰতিষ্ঠানৰ বিশদ অধ্যয়ণত কোভিড-১৯ প্ৰতিষেধক আৰু কোভিডত্তোৰ কালত প্ৰাপ্ত বয়স্ত লোকৰ আকস্মিক মৃত্যুৰ কোনো সম্পৰ্ক নাই বুলি নির্ণায়কভাবে প্রমাণিত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰ্যালয়ে ক...

July 2, 2025 4:27 PM

views 52

ঘানা, ট্রিনিডাড আৰু টবাগ’, আৰ্জেণ্টিনা ব্রাজিল আৰু নামিবিয়াৰ ভ্ৰমণ সূচীৰে প্ৰধানমন্ত্ৰী মোদী

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানা, ট্রিনিডাড আৰু টবাগ', আৰ্জেণ্টিনা ব্রাজিল আৰু নামিবিয়াৰ ভ্ৰমণ সূচীৰে ইতিমধ্যে ৰাওনা হৈছে। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্রী মোদী আজি ঘানাত উপস্থিত হ'ব। ৰাওনা হোৱাৰ পূৰ্বে দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে কয় যে গ্ল'ৱেল চাউথ অৰ্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশ...

July 1, 2025 7:51 PM

views 40

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ৭৭ বছৰ সম্পূৰ্ণ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰা হয়। প্রয়াত সহকৰ্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়৷ অষ্টসপ্ততিতম প্রতিষ্ঠা দিৱস উপলক্...

July 1, 2025 7:45 PM

views 30

বিশ্বৰ কণিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড পাঞ্জাবৰ ছবছৰীয়া শিশু টেগবীৰ সিঙৰ

পাঞ্জাবৰ ছবছৰীয়া শিশু টেগবীৰ সিঙে মাউণ্ট এলব্রুছ আৰোহন কৰি বিশ্বৰ কণিষ্ঠ পৰ্বতাৰোহী হিচাপে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ১৮ হাজাৰ ৫১০ ফুট উচ্চতাৰে মাউণ্ট এলক্ট্ৰছ হৈছে ৰাছিয়া আৰু ইউৰোপৰ সৰ্বোচ্চ পৰ্বত। টেগবীৰে তেওঁৰ পিতৃ সুখিন্দ দীপ সিঙৰ সৈতে যোৱা ২০ জুন তাৰিখে এই যাত্ৰা আৰম্ভ কৰিছিল আৰু ২৮ জুন...

July 1, 2025 7:37 PM

views 26

তামিলনাডুত ফটকাৰ কাৰখানাত হোৱা বিস্ফোৰণত ৫জন লোক থিতাতে নিহত

তামিলনাডুৰ চতুৰ বিৰুধু নগৰ জিলাৰ এটা ফটকাৰ কাৰখানাত আজি হোৱা বিস্ফোৰণৰ ফলত ৫জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ৩জন লোক গুৰুতৰভাৱে আহত হয়। এই কাৰখানাত ২০টা কোঠাত ৫০জনতকৈ অধিক লোকে কাম কৰিছিল। আহত ব্যক্তিকেইজনক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অগ্নি নির্বাপন বাহিনীয়ে ঘটনাস্থলীৰ পৰা বাকী থকা কৰ্মচাৰী...

July 1, 2025 7:31 PM

views 44

দেশত কর্মসংস্থান বিষয়ক উদগণি আঁচনিত কেন্দ্রীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্রীয় মন্ত্রীসভাই দেশত কর্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ লক্ষ্যৰে প্ৰায় এক লাখ কোটি টকাৰে ৰূপায়ণ কৰিবলগীয়া কর্মসংস্থান বিষয়ক উদগণি আঁচনিত অনুমোদন জনাইছে। এই আঁচনিৰ অধীনত দুই বছৰত দেশত ৩ কোটি ৫০ লাখৰো অধিক কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰি হৈছে। চলিত বৰ্ষৰ পহিলা আগষ্ট আৰু ২০২৭ চনৰ ৩১ জুলাইৰ...

July 1, 2025 2:26 PM

views 56

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদনৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ৰ অধীনৰ বিশেষভাৱে সক্ষম ব্যক্তি বিভাগে তিনিটা শাখাত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ কাৰণে নিৰ্ধাৰিত বৃত্তিৰ বাবে আবেদন বিচাৰিছে। এই আবেদন ৰাষ্ট্ৰীয় বৃত্তি প'ৰ্টেল www.scholarship.gov.in ত জমা দিব লাগিব। আবেদনকাৰী ছাত্ৰ-ছাত্ৰীৰ ৪০ শতাংশ শাৰীৰিক ...

June 30, 2025 8:14 PM

views 65

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ ঔষধ প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত

তেলেংগানাৰ চংগা ৰেড্ডী জিলাৰ এটা ঔষধ প্ৰতিষ্ঠানত আজি সংঘটিত এটা বিস্ফোৰণৰ ফলত ১২ গৰাকী শ্রমিক নিহত হোৱাৰ লগতে ২৬ গৰাকীৰো অধিক শ্রমিক আহত হয়। চিগাচি উদ্যোগিক প্ৰতিষ্ঠানত সংঘটিত বিস্ফোৰণটোৰ ফলত সমগ্র প্রতিষ্ঠানটো বিধ্বংসী অগ্নিকাণ্ডৰ কবলত পৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহা...

June 30, 2025 8:09 PM

views 37

কেন্দ্ৰীয় চৰকাৰৰ সাগৰ মালা আঁচনিৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত নৌপথেৰে এক নিযুত যাত্ৰী পৰিবহনৰ অভিলাষী আঁচনি গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে সাগৰ মালা আঁচনিৰ জৰিয়তে ২০২৯ চনৰ ভিতৰত নৌপথেৰে এক নিযুত যাত্ৰী পৰিবহনৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি চেন্নাইত প্রথম আছিয়ান ইণ্ডিয়া জল পৰিবহন বাৰ্তালাপৰ উদ্বোধন কৰি এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে আছিয়ান দেশসমূহক নৌপথেৰ...

June 30, 2025 8:04 PM

views 34

দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সমবায় মন্ত্ৰীসকলৰ মন্থন বৈঠকত অধ্যক্ষতা কৰিছে। সমবায় খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যপ্রাপ্তিৰ যাত্ৰাৰ অগ্ৰগতিৰ পর্যালোচনা, মত-বিনিময় আৰু ভৱিষ্যতৰ কাৰ্যপন্থা গঠনৰ ক্ষেত্ৰত এই মন্থন বৈঠক উপযুক্ত মঞ্চৰূপ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।