ৰাষ্ট্ৰীয়

July 4, 2025 12:02 PM

views 51

ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনালৈ ৰাওনা

গ্ল’বেল ছাউথ অর্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনাত উপস্থিত হ'ব। এয়া হ'ব বিগত ৫৭ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক আৰ্জেণ্ট...

July 4, 2025 11:54 AM

views 33

ত্রিনিদাদ আৰু টবেগ’ত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্রিনিদাদ আৰু টবেগ’ত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। ত্রিনিদাদ আৰু টবেগ’ত আজি পুৱা ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে কয়, যে তেওঁলোকৰ পূৰ্বপুৰুষসকল আশাৰে জটিলতাৰ সন্মুখীন হৈছিল আৰু হৃদয়ত ৰামায়ণ কঢ়িয়াই ফুৰিছিল। তে...

July 3, 2025 8:30 PM

views 46

ঝাৰখণ্ডত ২,৪৫৬ কোটি টকা ব্যয় সাপেক্ষ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন নীতিন গাডকাৰীৰ

কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে আজি ঝাৰখণ্ডৰ গঢ়বাত দুহেজাৰ ৪৫৬ কোটি টকা ব্যয় সাপেক্ষ দুটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। শ্ৰী গাডকাৰীয়ে লগতে ৰাজ্যখনৰ দ্ৰুত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে দুই লাখ কোটি টকাৰ ঘাইপথ প্ৰকল্প ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছ...

July 3, 2025 8:26 PM

views 53

এক লাখ কোটিৰে অধিক টকাৰ ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন প্ৰতিৰক্ষা ক্ৰয় পৰিষদৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত প্ৰতিৰক্ষা ক্ৰয় পৰিষদে থলুৱা উৎসৰ পৰা এক লাখ কোটিৰে অধিক টকাৰ ১০ টা মূলধনী ক্রয় প্ৰস্তাৱত অনুমোদন জনাইছে। সেই অনুসৰি বৈদ্যুতিন যুদ্ধ প্রণালী, সেনাবাহিনীৰ তিনিওটা শাখাৰ বাবে সংহত উমৈহতীয়া দ্রব্য তালিকা ব্যৱস্থাপনা প্রণালী, ভূপৃস্থৰ পৰা আকাশ মাৰ্গলৈ নিক্ষেপ...

July 3, 2025 8:24 PM

views 52

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচ বিকশাই তোলাৰ কামত ব্যস্ত শুভাংশু শুক্লা

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থকা প্ৰথম ভাৰতীয় মহাকাশচাৰী বায়ু সেনা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাই কক্ষপথীয় পৰীক্ষাগাৰত ব্ৰেইন-কম্পিউটাৰ ইণ্টাৰফেচ বিকশাই তোলাৰ বাবে কাম কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই এটা পোষ্ট যোগে AXIOM 4 মহাকাশ অভিযানৰ অংশ হিচাপে আন্তঃৰাষ্ট্ৰীয় মহ...

July 3, 2025 8:21 PM

views 38

ঘানাৰ সফল ভ্ৰমণ সামৰি ত্রিনিদাদ আৰু টবেগ’লৈ বুলি ৰাওনা প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ঘানাৰ সফল ভ্ৰমণ সামৰি পাঁচ দেশীয় যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত ত্রিনিদাদ আৰু টবেগ'লৈ বুলি ৰাওনা হৈছে। ৰাওনা হোৱাৰ পূৰ্বে শ্ৰী মোদীয়ে ঘানাৰ ৰাজধানী আক্রাত দেশখনৰ সংসদৰ অধিবেশনত ভাষণ দিয়ে। তেওঁ কয়, যে ভাৰত আৰু ঘানাৰ মাজৰ সম্পৰ্কৰ কোনো পৰিধি নাই । এই সম্পৰ্ক ঘানাৰ প্ৰসিদ্ধ ছ...

July 3, 2025 1:25 PM

views 35

আমেৰিকাৰ বার্মিংহামত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইৰ স্বর্ণপদক

আমেৰিকাৰ বার্মিংহামত চলিত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লং জাম্প ইভেণ্টত স্বর্ণপদক জয় কৰিছে। অসম ৰাইফল্‌ছক প্রতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে ২১ ফুট জঁপিয়াই এই পদক অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বকতাৰ জীয়ৰী ৰিম্পী বৰ্তমান অসম ৰাইফল্‌ছত কৰ্মৰত।

July 3, 2025 1:18 PM

views 25

উত্তৰ-পূৰ্বাঞ্চললৈ আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰত অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰস্তাৱ

উত্তৰ-পূৰ্বাঞ্চললৈ বাধ্যতামূলকভাৱে আগবঢ়োৱা কেন্দ্ৰীয় কৰৰ ১০ শতাংশ পুঁজি হস্তান্তৰৰ ক্ষেত্ৰতো অসমক সুকীয়া দৃষ্টিকোণেৰে বিবেচনা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাৱ আগবঢ়াইছে। ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়াক কালি নতুন দিল্লীত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীয়ে অসমকে ধৰি সমগ...

July 2, 2025 5:17 PM

views 73

কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিৰ অভিযোগ

● কংগ্ৰেছে জামাত এ ইছলামীৰ সমৰ্থনত কেৰালাৰ নিলাম্বুৰ বিধানসভা সমষ্টিৰ উপ নির্বাচনত জয়ী হোৱা বুলি বিজেপিয়ে অভিযোগ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰ চেখৰে কংগ্ৰেছে তোষামোদৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে। তেওঁ কয় যে ২০১৮ চনত প্ৰাক্তন মুখ্য...

July 2, 2025 4:58 PM

views 45

কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক কঠোৰভাৱে গৰিহণা

পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ দোষী, সংগঠক আৰু বিত্তীয় সাহায্য দিয়া লোকসকলক অনতিপলমে ন্যায় ব্যৱস্থাৰ অধীনলৈ আনিবলৈ কোৱাড গোষ্ঠীৰ সদস্যসকলে আহ্বান জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক ইয়াৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৱাশ্বিংটন ডিচিত অনুষ্ঠিত কোৱাড বিদেশ মন্ত্ৰীসকলৰ যুটীয়া বিবৃতিত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।