ৰাষ্ট্ৰীয়

July 6, 2025 12:27 PM

views 41

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্জেণ্টিনা ভ্রমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰ্জেণ্টিনা ভ্রমণ ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কালি দেশখনৰ প্ৰসিদ্ধ স্বতন্ত্রতা সেনানী জজ ডি ছেনৰ প্ৰতিমূৰ্তিত শ্রদ্ধার্ঘ নিবেদনেৰে এই ভ্ৰমণৰ পাতনি মেলে। পাছত দেশখনৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে কাছা ৰছদাত প্রধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি...

July 5, 2025 8:45 PM

views 35

নেহাল মোদীক প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত আমেৰিকান প্ৰশাসনৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ন্যায় বিভাগে পলাতক অর্থনৈতিক অপৰাধী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক কালি আমেৰিকান প্ৰশাসনে গ্ৰেপ্তাৰ কৰা বুলি ভাৰতক অৱগত কৰিছে। বিধি বলৱৎকাৰী সঞ্চলকালয় আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে যুটীয়াভাৱে প্ৰত্যাপনৰ বাবে অনুৰোধ জনোৱাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হয় ৷ বিধি বলৱৎকাৰ...

July 5, 2025 8:41 PM

views 55

উত্তৰ প্ৰদেশত উত্তৰ ৰে’লৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ চি বি আয়ৰ

 কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে উত্তৰ প্ৰদেশৰ ছম্বলত কৰ্মৰত উত্তৰ ৰে’লৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে এজন লোকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়। চি বি আয়ে জাৰি কৰা এখন বিবৃতি অনুসৰি লোক দুজনৰ বিৰুদ্ধে এটা ব্যক্তিগত কোম্পানীৰ অ...

July 5, 2025 8:38 PM

views 29

ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ লালু প্রসাদ যাদৱৰ

জ্যেষ্ঠ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্রসাদ যাদৱে ত্ৰয়োদশবাৰৰ বাবে ৰাষ্ট্ৰীয় জনতাদলৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। সৰ্বসন্মতভাৱে নিৰ্বাচিত হোৱাৰ পাছত পাৰ্টনাত অনুষ্ঠিত ৰাষ্ট্ৰীয় জনতাদলৰ পৰিষদীয় বৈঠকত তেওঁ এই দায়িত্ব গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৯৭ চনৰ ৫ জুলাইত জনতা দলৰ পৰা...

July 5, 2025 8:36 PM

views 31

২০৪৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি ৩২ ত্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰৰ নীতি নিৰ্ধাৰণ- পীয়ুষ গোৱেল

২০৪৭ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি চাৰি ত্ৰিলিয়ন ডলাৰৰ পৰা ৩২ ত্ৰিলিয়ন ডলাৰলৈ ৰূপান্তৰ কৰাৰ উদ্দেশ্যে কৌশলগতভাৱে নীতি নিৰ্ধাৰণ কৰা হৈছে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে মতপ্রকাশ কৰিছে। বাংগালুৰুত আজি আই আই টি মাদ্ৰাজৰ সংগম ২০২৫ শীর্ষক গোলকীয় উদ্ভাৱন আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলৰ শীৰ্ষ সন্মি...

July 5, 2025 8:26 PM

views 38

পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী আজি বুয়েন’ছ আয়াৰ্ছত উপস্থিত

পাঁচ দেশীয় ভ্রমণসূচীৰ তৃতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰ্জেণ্টিনাৰ ৰাজধানী বুয়েন'ছ আয়াৰ্ছত উপস্থিত হৈছে। আৰ্জেণ্টিনাত প্ৰধানমন্ত্রী মোদীক প্ৰবাসী ভাৰতীয়সকলে বিশেষ শাস্ত্রীয় নৃত্যৰে আদৰণি জনায়। শ্রীমোদীয়ে আৰ্জেণ্টিনাৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী তথা জাতীয় নায়ক জেনেৰেল জোছ ডে ছেন ...

July 5, 2025 5:24 PM

views 45

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব

আজি দিনৰ ২.৩০ বজাৰ পৰা ৩.৩০ বজাৰ ভিতৰত শ্বেৰা পহানৰা নামেৰে জনাজাত ৰথ আনুষ্ঠানিকভাৱে পৰিস্কাৰ কৰিব। ইয়াৰ পাছত তিনিওখন ৰথত ঘোঁৰা যুটি দিয়া হ'ব। বিয়লি ৪ বজাত ৰথ টনাৰ পৰম্পৰা আৰম্ভ হ'ব। হাজাৰ হাজাৰ তীর্থযাত্রীয়ে কালি সন্ধিয়া শ্ৰীগুন্দিছা মন্দিৰত সন্ধ্যা দৰ্শন অনুষ্ঠানত দেৱতাকেইগৰাকীক দৰ্শন কৰে। যো...

July 5, 2025 5:13 PM

views 57

আমেৰিকা আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহত জড়িতৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা ২জন লোকক গ্ৰেপ্তাৰ এন আই এৰ

ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে ভাৰতৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য ৰাষ্ট্ৰলৈ অবৈধ মানৱ সৰবৰাহৰ ঘটনাত জড়িত থকাৰ অভিযোগত দিল্লী আৰু হিমাচল প্ৰদেশৰ পৰা দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্ত সংস্থাটোৱে এটা বিবৃতিযোগে ধৃত ব্যক্তি দুজনৰ এজনে অবৈধ আৰু বিপদসংকুল পথেৰে ভুক্তভোগীসকলৰ যাত্ৰাৰ সুবিধা কৰি দি...

July 5, 2025 5:08 PM

views 61

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ’ফটে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে

প্রযুক্তি খণ্ডৰ আগশাৰীৰ কোম্পানী মাইক্ৰছ'ফটে বিশ্বজনীন পুনগঠন প্ৰক্ৰিয়াৰ অংশ হিচাপে ২৫ বছৰৰ পাছত পাকিস্তানত কাম-কাজ আনুষ্ঠানিকভাৱে বন্ধ কৰিছে। ক্লাউড বেড্ পাটনাৰ লেড আৰ্হিৰ দোহাই দি কোম্পানীয়ে এই কথা ঘোষণা কৰিছে। এই আৰ্হিৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তত কোম্পানীটোত কৰ্মৰত প্ৰায় ৯,১০০গৰাকী কৰ্মচাৰীক...

July 5, 2025 5:01 PM

views 37

ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুড়া যাত্ৰাৰ আয়োজন

ওড়িশাৰ পুৰীত ভগৱান জগন্নাথ, ভগৱান বলভদ্ৰ আৰু দেৱী সুভদ্ৰাৰ বিশ্বপ্ৰসিদ্ধ বহুড়া যাত্ৰাৰ আয়োজন কৰা হৈছে। এই যাত্ৰাত দেৱ-দেৱীকেইগৰাকীয়ে তেওঁলোকৰ জন্মস্থান বুলি গণ্য কৰা শ্ৰী গুন্দিছা মন্দিৰত এসপ্তাহ অতিবাহিত কৰি ৰথেৰে দ্বাদশ শতিকাত তীর্থস্থান শ্রীজগন্নাথ মন্দিৰলৈ উভতি আহিব। পুৰীৰ ৰজা গজপতি মহাৰাজ দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।