ৰাষ্ট্ৰীয়

July 7, 2025 1:33 PM

views 26

অসমৰ শিক্ষাক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা বিস্তৃত প্ৰকল্প প্রতিবেদনত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে অসমৰ শিক্ষা ক্ষেত্ৰৰ উন্নয়নৰ বাবে তিনিটা বিস্তৃত প্ৰকল্প প্রতিবেদনত অনুমোদন জনাইছে। মন্ত্ৰালয়ৰ উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ আন্তঃমন্ত্ৰালয় সমিতিৰ ৫৭ সংখ্যক বৈঠকত এই অনুমোদন জনোৱা হয়। এই প্রকল্পসমূহৰ বাবে ১২৩ কোটি ৮৪ লাখ টকা ব্যয় কৰা হ'ব। এই প্রকল্পসমূ...

July 7, 2025 1:31 PM

views 24

নাগালেণ্ডত বানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও ৩জন লোকৰ মৃত্যু

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ কমেও তিনিজন লোকৰ মৃত্যু হয়। ডিমাপুৰৰ কুড়াগাঁৱৰ এটা জলমগ্ন আৰক্ষী আৱাসত কালি এটা ইনভাৰ্টাৰত বিদ্যুৎস্পৃষ্ট হৈ এগৰাকী মহিলাৰ মৃত্যু হয়। ৰাজ্যখনত কেইবাদিনো ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অঞ্চল প্লাৱিত ...

July 6, 2025 8:00 PM

views 20

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ নতুন দিল্লীত ১২শতকৈও অধিক নাৰ্ছিং বিষয়াক নিযুক্তি পত্ৰ বিতৰণ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীত ১২শতকৈও অধিক নাৰ্ছিং বিষয়াক নিযুক্তি পত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাও উপস্থিত থাকে। অনুষ্ঠানত সমবেত লোকক সম্বোধন কৰি শ্ৰীনাড্ডাই কয় যে দেশৰ স্বাস্থ্য নীতিয়ে সম্প্ৰতি জনসাধাৰণক চিকিৎসা প্ৰদান কৰাৰ পূৰ্বেই ৰোগ...

July 6, 2025 7:56 PM

views 46

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ দ্বাৰা নতুন দিল্লীত নিয়ন্ত্ৰকসকলৰ সন্মিলন ২০২৫ মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাইলৈ নতুন দিল্লীত নিয়ন্ত্ৰকসকলৰ সন্মিলন ২০২৫ মুকলি কৰিব। প্ৰতিৰক্ষা গণনা বিভাগে তিনিদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে যে এই সন্মিলনত ৮খনকৈ উচ্চ পৰ্যায়ৰ বাণিজ্যিক অধিবেশন আয়োজিত হ'ব। এই অধিবেশনসমূহত...

July 6, 2025 7:51 PM

views 45

কৈলাশ পৰ্বত আৰু মানস সৰোবৰ তীর্থযাত্রা সম্পূৰ্ণ কৰি দ্বিতীয়টো দল গেংটকত উপস্থিত

কৈলাশ পৰ্বত আৰু মানস সৰোবৰৰ পবিত্র তীর্থযাত্রা সম্পূৰ্ণ কৰি দ্বিতীয়টো দল আজি গেংটকত উপস্থিত হৈছে। ৪৭ গৰাকী যাত্ৰীৰে গঠিত এই দলটোৱে ২৫ জুনত নাথুলা সীমান্ত পাৰ হৈ কৈলাশ মানস সৰোবৰ তীর্থযাত্ৰা আৰম্ভ কৰিছিল। যাত্ৰা সম্পূৰ্ণ কৰাৰ অন্তত তীর্থযাত্রীসকলে ছিকিম চৰকাৰে যাত্ৰাকালত আগবঢ়োৱা সু-ব্যৱস্থা আৰু আতি...

July 6, 2025 7:46 PM

views 49

সমবায় সমিতিসমূহে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহৰ মন্তব্য

সমবায় সমিতিসমূহে দেশৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে বুলি কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। সমবায় মন্ত্ৰালয়ৰ চতুৰ্থ বৰ্ষপূর্তি উপলক্ষে আজি গুজৰাটত আমূল আৰু NDDBৰ কেইবাটাও উন্নয়নমুলক প্ৰকল্পৰ শুভাৰম্ভ কৰি শ্ৰীশ্বাহে এই মন্তব্য কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে ...

July 6, 2025 7:12 PM

views 29

সমগ্ৰ দেশতে জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন

সমগ্ৰ দেশতে আজি জনসংঘৰ প্ৰতিষ্ঠাপক তথা মহান দেশপ্রেমীক শ্যামাপ্রসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ড০ মুখার্জীৰ প্ৰতি গভীৰ শ্...

July 6, 2025 2:29 PM

views 39

দালাই লামাৰ ৯০ বছৰীয়া জন্ম দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

দালাই লামাৰ ৯০ বছৰীয়া জন্ম দিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিববতীয় আধ্যাত্মিক নেতাগৰাকীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ১৪০ কোটি ভাৰতীয়ৰ হৈ প্ৰধানমন্ত্ৰীয়ে দালাই লামাক শুভেচ্ছা জনায়। শ্রীমোদীয়ে আধ্যাত্মিক নেতাগৰাকীক প্ৰেম, কৰুণা, ধৈৰ্য্য আৰু নৈতিক অনুশাসনৰ প্ৰতীক হিচাপে ব...

July 6, 2025 2:19 PM

views 62

ব্রাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনা

ব্রাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে যোৱা নিশা ব্ৰীকচ্ ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বিশেষ আলোচনাত মিলিত হয়। এই আলোচনাত কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উদ্দেশ্যে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বিষয়ে ঠাই পায়। ৰাছিয়াৰ বিত্তমন্ত্ৰী এণ্টন চিলৱে...

July 6, 2025 2:17 PM

views 125

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জন্মদিৱস

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ ১২৫ বছৰীয়া জন্মদিৱসত আজি ৰাষ্ট্ৰই তেওঁলৈ শ্রদ্ধাঞ্জলি জনাইছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ড° মুখাৰ্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।