ৰাষ্ট্ৰীয়

July 10, 2025 12:09 PM

views 42

২৭ সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব গৃহমন্ত্রী অমিত শ্বাহে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ৰাঁচিত হ'বলগীয়া ২৭ সংখ্যক পূব মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। এই বৈঠকত দেশৰ পূব অঞ্চলৰ ৰাজ্য- ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগৰ ৭০ গৰাকী প্ৰতিনিধিয়ে অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী মোহনচৰণ মাঝি, উপ-মুখ্যমন্ত্ৰী পাৰ্বতী পৰিদা, মন্ত্ৰী মুকেশ মহালিংগমে ওড়ি...

July 10, 2025 12:06 PM

views 36

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘানা, ট্ৰিনিদাদ আৰু টবেগ', আর্জেণ্টিনা, ব্রাজিল আৰু নামিবিয়া- এই পাঁচদেশীয় ভ্ৰমণৰ সফল সামৰণি পৰিছে। প্ৰধানমন্ত্ৰীয়ে শেষ পৰ্যায়ৰ ভ্ৰমণত ভাৰত আৰু নামিবিয়াই প্ৰধানমন্ত্রী মোদীৰ উপস্থিতিত নামিবিয়াত উদ্যমিতা বিকাশ কেন্দ্ৰ আৰু স্বাস্থ্য তথা ঔষধৰ ক্ষেত্ৰত সহযোগিতা স্থাপনৰ...

July 9, 2025 8:13 PM

views 36

বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদৰ

বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে আজি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনৰ বিৰুদ্ধে বিহাৰ বন্ধৰ আহ্বান জনোৱাক লৈ বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী প্ৰসাদে আৰ জে ডি-কংগ্ৰেছ নেতৃত্বাধীন মহামিত্ৰজোঁটে ৰাজ্যখনৰ নিৰ্বাচন আয়োগৰ বিশেষ ব্যাপক সংশোধনক লৈ ৰ...

July 9, 2025 8:07 PM

views 28

দলং খহাৰ ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ তদন্তৰ নিৰ্দেশ

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে বডোডৰা জিলাৰ গম্ভীৰাৰ সমীপত আজি পুৱা এখন দলং খহি পৰি ৯জন লোকৰ মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত গান্ধী নগৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই বিষয়টো আলাচনা কৰা হয়। শ্ৰী পেটেলে দলং খন খহি পৰাৰ সন্দৰ্ভত প্ৰাৰম্ভিক তথ্য দাখিল কৰিবলৈ...

July 9, 2025 8:02 PM

views 22

নামিবিয়াৰ ৰাষ্ট্ৰপতিৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নামিবিয়াৰ ৰাজধানী ৱি হোকত দেশখনৰ ৰাষ্ট্ৰপতি ড০ নেটুম্বো নান্দি উইণ্ডহোকৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। বৈঠকত বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডত নতুন নতুন ক্ষেত্ৰৰ সহযোগিতাৰ অন্বেষণৰ জৰিয়তে দুয়োখন দেশৰ মাজত অর্থনৈতিক অংশীদাৰীত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয...

July 9, 2025 2:38 PM

views 24

মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাৱুৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৩ আগষ্টলৈ বৃদ্ধি

দিল্লীৰ এখন আদালতে আজি ২৬ নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহাৱুৰ ৰাণাৰ ন্যায়িক জিম্মাৰ ম্যাদ ১৩ আগষ্টলৈ বৃদ্ধি কৰে। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৰাণাৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল কৰাৰ পাছতেই ন্যায়ালয়ে এই নির্দেশ দিয়ে। অভিযোগ নামাত গ্ৰেপ্তাৰী পৰোৱানা আৰু জব্দ কৰা...

July 9, 2025 2:35 PM

views 29

গুজৰাটৰ বডোডৰাত দলং খহি পৰাৰ ফলত ৯জন নিহত, কেইবাজনো আহত

গুজৰাটৰ বডোডৰা জিলাৰ পাড়াৰ সমীপত আজি পুৱা এখন দলং খহি পৰাত ৯জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য কেইবাজনো আহত হয়। আনন্দ আৰু বডোডৰা সংযোগী গম্ভীৰা দলঙৰ এটা অংশ খহি পৰাৰ ফলত পাঁচখন বাহন মহীসাগৰ নদীত পৰি যায়। বডোডৰা জিলা প্ৰশাসন আৰু স্থানীয় কৰ্তৃপক্ষই ততালিকে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আনন্দৰ পৰা অগ্নিনির...

July 9, 2025 2:32 PM

views 32

সন্ত্রাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই-বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় : এফ এ টি এফ

ভাৰতত সন্ত্রাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই-বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় বুলি সন্ত্রাসবাদী সংগঠনলৈ পুঁজি যোগানৰ ঘটনা নিৰীক্ষণৰ বাবে থকা গোলকীয় সংস্থা বিত্তীয় কার্যবাহিনী এফ এ টি এফ-এ প্রকাশ কৰিছে। জম্মু-কাশ্মীৰৰ পুলৱামা আক্ৰমণ আৰু উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণত এই ক...

July 9, 2025 2:28 PM

views 14

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ পাঁচখন দেশ ভ্রমণসূচীৰ চূড়ান্ত পৰ্যায়ত আজি নামিবিয়াৰ ৰাজধানী ৱিহোকত উপস্থিত হয়। বিমান বন্দৰত তেওঁক দেশখনৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু বাণিজ্য দপ্তৰৰ মন্ত্ৰী ছেলমা আশ্বিপালা - মুছােিয় আদৰণি জনায়। প্রধানমন্ত্ৰী মোদীৰ সন্মানার্থে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠান...

July 8, 2025 8:38 PM

views 25

২০২৬ বৰ্ষত হজ যাত্ৰাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ

হজ কমিটিয়ে ২০২৬ বৰ্ষত হজ যাত্ৰাৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে। হজযাত্রীসকলে আনুষ্ঠানিক হজ পোৰ্টেল আৰু হজ সুবিধা মোবাইল এপৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। ৩১ জুলাইলৈ আবেদন মুকলি থাকিব। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে, আবেদনৰ বাবে অন্তিম সময়সীমা বা তাৰ পূৰ্বে জাৰি কৰা ভাৰতীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।