ৰাষ্ট্ৰীয়

July 11, 2025 5:37 PM

views 64

বেলুচিস্তানত অজ্ঞাত বন্দুকধাৰীয়ে বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই ৯ গৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে

পাকিস্তানৰ বেলুচিস্তান প্রদেশত অজ্ঞাত বন্দুকধাৰীয়ে কালি সন্ধিয়া কেইবাখনো যাত্রীবাহী বাছৰ পৰা কেইবাজনো যাত্ৰীক নমাই লৈ তাৰে নগৰাকী যাত্ৰীক গুলীয়াই নিহত কৰে। গুলীৱিদ্ধ মৃতদেহ সমূহ গোটেই নিশা পর্বতত পৰি ৰয়। বৰ্তমানলৈ কোনো সংগঠনে এই নৃশংস ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই। অৱশ্যে পূৰ্বে সংঘটিত এনে ধৰণৰ...

July 11, 2025 5:32 PM

views 36

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন ৩ গৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ’ব

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ'ব বুলি নাছাই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ এগৰাকী শীর্ষস্থানীয় বিষয়া ষ্টিভ ষ্টিচ্চে আজি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তেওঁলোকক কঢ়িয়াই আনিবলগীয়া যানখন ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ ...

July 11, 2025 5:29 PM

views 69

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ আমেৰিকাৰ ২ নাগৰিকক উদ্ধাৰ ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে আজি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশে প্রায় ৫২ সামুদ্রিক মাইল দূৰত্বত আৱদ্ধ হৈ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুগৰাকী নাগৰিকক উদ্ধাৰ কৰে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে আৱদ্ধ হৈ পৰা লোক দুগৰাকীয়ে প্ৰেৰণ কৰা বিপদ সংকেত লাভ কৰাৰ পাছত পৰ্ট ব্লেয়াৰৰ সামু...

July 11, 2025 5:26 PM

views 135

UPI -ৰ ব্যৱস্থা কাৰ্যকৰীৰ বাবে যিকোনো দেশৰ তুলনাত ধনৰ লেনদেন প্রক্রিয়া খৰতকীয়া হৈছে

ভাৰতত Unified Payments Interface - চমুকৈ UPI ৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে আন যিকোনো দেশৰ তুলনাত ধনৰ লেনদেন প্রক্রিয়া খৰতকীয়া হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এ মত প্ৰকাশ কৰিছে। এই কথা প্ৰকাশ কৰি সংস্থাটোৱে কয়, যে UPI ব্যৱস্থাই ভাৰতত ডিজিটেল লেনদেনৰ ক্ষেত্ৰখনত ব্যাপক সংস্কাৰ সাধন কৰিছে। ২...

July 11, 2025 5:15 PM

views 57

কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে চৰকাৰে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিবঃ শিৱৰাজ সিং চৌহান

চৰকাৰে কপাহৰ উৎপাদনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে শীঘ্ৰেই উপায় উদ্ভাৱন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি এই কথা প্ৰকাশ কৰে। কইম্বাট’ৰত অৱস্থিত ভাৰতীয় কৃষি গৱেষণা পৰিষদ আইকাৰৰ গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়,...

July 11, 2025 3:06 PM

views 30

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। সমগ্ৰ বিশ্বতে জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে উদ্ভৱ হোৱা প্ৰত্যাহ্বান আৰু সুযোগ-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। এই দিৱস হ'ল – জনসংখ্যাৰ সৈতে সম্পর্কিত উদ্বেগৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বিষয়ে সজাগতা সৃষ্টি আৰু বহনক্ষম ভৱিষ্যতৰ হকে কাম কৰাৰ ...

July 11, 2025 3:00 PM

views 57

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক

সংসদ ভৱনত এখন দেশ এটা নির্বাচন সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে। ৩৯ জনীয়া সদস্যে গঠিত এই সমিতিখনত লোকসভাৰ ২৭ গৰাকী আৰু ১২ গৰাকী সদস্য আছে। সংবিধানৰ ১২৯ সংখ্যক সংশোধনী আইন২০২৪ আৰু স্বায়ত্ব শাসিত সংশোধনী আইন ২০২৪ ৰ ব্যপক পৰীক্ষণৰ বাবে এই বৈঠক অনুষ্ঠিত হয়। দেশত একে সময়তে লোকসভা আৰ...

July 10, 2025 12:25 PM

views 30

ৰাজস্থানৰ চুৰু জিলাত বায়ুসেনাৰ বিমান দুর্ঘটনাগ্রস্ত

ৰাজস্থানৰ চুৰু জিলাৰ সমীপৰ ৰাজলডেছাৰ আৰক্ষী চকীৰ এলেকাত কালি বায়ুসেনাৰ এখন বিমান দুর্ঘটনাগ্রস্ত হয়। নিয়মীয়া প্ৰশিক্ষণৰ সময়তে এই বিমানখন দুৰ্ঘটনাগ্রস্ত হয়। চুৰুৰ আৰক্ষী অধীক্ষকে জনোৱা মতে দুৰ্ঘটনা সংঘটিত স্থানৰ পৰা দুটা অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাত কোনো অসামৰিক লোক হতাহত হোৱা নাই ব...

July 10, 2025 12:19 PM

views 52

এন বি এফ চি চিম্পোজিয়াম ২০২৫ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ভাষণ

অনা বেংকীয় বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰাহক সুৰক্ষা,বিপদ ব্যৱস্থাপনাক একত্ৰিত কৰি প্ৰতিষ্ঠানৰ নৈতিকতা তথা মূল বৈশিষ্ট্যত অন্তর্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত এন বি এফ চি চিম্পোজিয়াম ২০২৫ ত ভাষণ দি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে অ...

July 10, 2025 12:15 PM

views 49

কেন্দ্রীয় ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ

জনসাধাৰণৰ সন্তুষ্টিৰ বাবে ৰাজহুৱা অভিযোগসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন অনাটো প্রয়োজনীয় বুলি কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত ড০ সিঙে কয়, যে প্রশাসনীয় নিয়ম আৰু নীতিৰ ক্ষেত্ৰত সুৰুঙাস...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।