July 10, 2025 12:15 PM | Dr. Jitendra Singh

printer

কেন্দ্রীয় ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ

জনসাধাৰণৰ সন্তুষ্টিৰ বাবে ৰাজহুৱা অভিযোগসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন অনাটো প্রয়োজনীয় বুলি কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত ড০ সিঙে কয়, যে প্রশাসনীয় নিয়ম আৰু নীতিৰ ক্ষেত্ৰত সুৰুঙাসমূহ দেখুৱাই বিশেষ ভূমিকা গ্ৰহণ কৰা অভিযোগসমূহক আমি সুযোগ বুলি গ্ৰহণ কৰা উচিত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ব্যৱস্থাৰ সংস্কাৰ সাধন আৰু দৈনন্দিন জীৱন সুচল কৰি তোলাৰ ক্ষেত্ৰত অভিযোগসমূহ এক সাধন হ’ব পাৰে ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।