ৰাষ্ট্ৰীয়

July 13, 2025 1:51 PM

views 35

শ্বুটিঙত ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাৰ আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন

শ্বুটিঙত ৰাষ্ট্ৰীয় ক্রীড়াৰ চেম্পিয়ন ভাৰতৰ নীৰু ধান্দাই আই এছ এছ এফ বিশ্বকাপৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। কালি ইটালীৰ লনাট'ত অনুষ্ঠিত শ্বটগান ৱৰ্ল্ড কাপৰ চূড়ান্ত পৰ্যায়ত ট্রেপ ইভেণ্টৰ চূড়ান্ত পৰ্যায়ত চতুর্থ স্থান দখল কৰি নিৰু ধান্দাই ফাইনেলৰ যোগ্যতা লাভ কৰিছে। তেওঁ ৫০ শ্বটৰ ফাইনেলত প্ৰথম ৩৫ট...

July 13, 2025 1:24 PM

views 31

টাক্স খণ্ডৰ ডষ্টলীক ষ্টেডিয়ামত উজবেকিস্তানৰ বিৰুদ্ধে দুখন প্ৰীতি মেচ খেলিব ভাৰতৰ ২০ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল দলটোৱে

ভাৰতৰ ২০ বছৰ অনূৰ্ধ্ব মহিলা ফুটবল দলটোৱে কাইলৈ টাক্স খণ্ডৰ ডষ্টলীক ষ্টেডিয়ামত আয়োজক দেশ উজবেকিস্তানৰ বিৰুদ্ধে দুখন প্ৰীতি মেচৰ প্ৰথমখন খেল খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা চাৰে আঠ বজাত আৰম্ভ হ'ব। এই প্ৰীতি খেলসমূহৰ হৈছে ভাৰতে অহা মাহত হ'বলগীয়া ২০ বছৰ এ এফ চি মহিলা এছিয়ান কাপৰ বাবে যোগ্যতা ন...

July 12, 2025 8:50 PM

views 28

নতুন দিল্লীত সুশ্ৰুত জয়ন্তীৰ উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ শল্যকন ২০২৫ৰ আয়োজন

নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বেদ প্রতিষ্ঠানে পবিত্র সুশ্ৰুত জয়ন্তীৰ উপলক্ষে কাইলৈৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ শল্যকন ২০২৫ৰ আয়োজন কৰিছে। প্ৰতি বছৰে ১৫ জুলাইত উদযাপন কৰা সুশ্ৰুত জয়ন্তীত অস্ত্ৰোপচাৰৰ পিতৃ কিংবদন্তি আচার্য্য সুশ্ৰুতক স্মৰণ কৰা হয়। এই আলোচনাচক্ৰত সাধাৰণ অস্ত্ৰ...

July 12, 2025 8:48 PM

views 25

আকাশ মাৰ্গেৰে ইউক্রেইনৰ ওপৰত ৰাছিয়াৰ ব্যাপক আক্ৰমণ

ৰাছিয়াই আজি আকাশ মাৰ্গেৰে ইউক্রেইনৰ ওপৰত ব্যাপক হাৰত আক্ৰমণ চলায়। এই আক্ৰমণত প্রায় ৬০০ ড্রোণ আৰু ২৬ টা ক্ষেপনাস্ত্ৰ ব্যৱহাৰ কৰা হয়। চহৰসমূহক লক্ষ্য কৰি কৰা আক্ৰমণত দেশখনৰ পশ্চিম অঞ্চলৰ লভিভ, লুটস্ক, চর্নিভেষ্ট বেয়াকৈ ক্ষতিগ্রস্ত হয়। আক্ৰমণত ৰোমানিয়াৰ সীমান্তৱৰ্তী অঞ্চলত দুজন লোক নিহত হোৱাৰ লগ...

July 12, 2025 8:46 PM

views 57

প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ’ব বুলি অমিত শ্বাহৰ প্ৰকাশ

কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ'ব। শ্ৰী শ্বাহে আজি তিৰুৱনন্তপুৰমৰ পুথৰিকাণ্ডম খেলপথাৰত বিজেপিৰ ৱাৰ্ড স্তৰৰ বৈঠক সম্বোধন কৰি কয়, যে বিকশিত কেৰালা, বিকশিত ভাৰতৰ এক অভিন্ন অংগ। তেওঁ দুর্নীতি মুক...

July 11, 2025 8:52 PM

views 33

চুম্বকৰ উৎপাদন প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে ১,৩৪৫ কোটি টকাৰ ৰাজসাহায্য আঁচনিৰ পৰিকল্পনা

দেশত দুর্লভ চুম্বকৰ উৎপাদন প্ৰসাৰিত কৰাৰ বাবে চৰকাৰে এহেজাৰ ৩৪৫ কোটি টকাৰ ৰাজসাহায্য আঁচনি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। এই সন্দৰ্ভত আন্তঃমন্ত্রালয় আলোচনা অব্যাহত আছে। নতুন দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি গুৰু উদ্যোগ মন্ত্ৰালয়ৰ সচিব কমৰান ৰিজৱিয়ে এই কথা অৱগত কৰে। তেওঁ লগতে কয় যে এই আঁচনিয়ে পৃথ...

July 11, 2025 8:50 PM

views 28

ফাষ্টেগ সংযুক্ত হৈ নথকা বাহনসমূহৰ ব্লেক লিষ্টিঙৰ প্ৰক্ৰিয়া তীব্ৰতৰ

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টলিং কার্যকলাপ মসৃণ কৰিবলৈ ফাষ্টেগ সংযুক্ত হৈ নথকা অৰ্থাৎ আঠা নলগোৱাকৈ থকা বাহনসমূহৰ ব্লেক লিষ্টিঙৰ প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তুলিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত কয় যে টেগ ইন হেণ্ড নামেৰে জনাজাত এই ফাষ্টেগসমূহে ইলেকট্রনিক টল সংগ্ৰহৰ কা...

July 11, 2025 8:49 PM

views 41

জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাৰ জম্মু, ডোডা আৰু হান্দৱাড়াৰ তিনিটা অঞ্চলত তালাচী অভিযান

জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাই সন্ত্রাসবাদী বিত্তীয় তদন্তৰ অংশ হিচাপে জম্মু, ডোডা আৰু হান্দৱাড়াৰ তিনিটা অঞ্চলত তালাচী অভিযান চলায়। সন্ত্রাসবাদক ইন্ধন যোগাবলৈ আৰু শান্তি ভংগ কৰিবলৈ ক্রিপ্‌’কাৰেন্সিৰ জৰিয়তে সীমান্তত ধন যোগান ধৰা ষড়যন্ত্ৰ ফাদিলৰ লক্ষ্য হিচাপে এই তালাচী চলোৱা হৈছিল । ৰাজ্...

July 11, 2025 8:47 PM

views 35

ৰাজভাষা – দক্ষিণ সম্বাদৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত অনুষ্ঠানত জি কিষাণ ৰেড্ডীৰ অংশগ্ৰহণ

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্রী জি কিষাণ ৰেড্ডীয়ে আজি হায়দৰাবাদত ৰাজভাষা – দক্ষিণ সম্বাদৰ ৫০ বছৰ পূৰ্ণ হোৱা উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিয়ে। বালায়োগী ইনড'ৰ ষ্টেডিয়ামত আয়োজিত কাৰ্যসূচীত ভাষণ দি শ্ৰীৰেড্ডীয়ে সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণত ভাষাৰ উল্লেখযোগ্য ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ...

July 11, 2025 8:41 PM

views 28

অহা ১৪ জুলাইত Axiom-4 ৰ অভিযান আৰম্ভ

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিগৰাকী সদস্যক কঢ়িয়াই আনিবলগীয়া Axiom-4 অভিযান অহা ১৪ জুলাইত আৰম্ভ হ'ব বুলি নাছাই প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়া ষ্টিভ ষ্টিচ্ছে আজি এখন সংবাদমেলত প্ৰকাশ কৰা মতে তেওঁলোকক কঢ়িয়াই আনিবলগীয়া যানখন ১৪ জুলাইত আন্তঃৰাষ্ট্ৰীয় মহাকাশ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।