ৰাষ্ট্ৰীয়

July 14, 2025 8:47 PM

views 44

বি সৰোজা দেৱীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গভীৰ শোক প্ৰকাশ

বিশিষ্ট অভিনেত্ৰী বি সৰোজা দেৱীৰ বিয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, অভিনেত্ৰী সৰোজা দেৱীক সমাজে ভাৰতীয় চলচ্চিত্ৰ আৰু সংস্কৃতিৰ এগৰাকী অনন্য শিল্পীৰূপে সদায় মনত ৰাখিব। শ্রীমোদীয়ে লগতে কয় যে তেওঁৰ অনন্য অভিনয়শৈলীয়ে সকলো প...

July 14, 2025 8:45 PM

views 59

চলিত মাহৰ ১৮ তাৰিখৰ পৰা যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰালয়ে চলিত মাহৰ ১৮ তাৰিখৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন কৰিছে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্মৰ লক্ষ্যৰে বাৰাণসীত এই সন্মিলনৰ আয়োজন কৰা হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্রীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড° মনসুখ মন্দা...

July 14, 2025 8:42 PM

views 36

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত প্ৰাপ্তিৰ বাবে বিকশিত গাওঁ নিৰ্মাণ কৰিব লাগিব বুলি পেন্মাচানি চন্দ্ৰশেখৰৰ মন্তব্য

২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত প্ৰাপ্তিৰ বাবে বিকশিত গাওঁ নিৰ্মাণ কৰিব লাগিব। নতুন দিল্লীত আজি প্ৰদৰ্শন পর্যালোচনা সমিতিৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰি গ্ৰামোন্নয়ন ৰাজ্যমন্ত্ৰী পেন্মাচানি চন্দ্ৰশেখৰে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে বিকশিত গাঁৱৰ প্ৰতিটো পৰিয়ালৰ মৌলিক সুবিধা থকা পকী ঘৰ, মানসম্পন্ন পথ, যুৱচা...

July 14, 2025 8:38 PM

views 29

কেপ্তেইন সুভাংশু শুক্লা সহ আন ৩ গৰাকী মহাকাশচাৰীৰ ওভতনি যাত্রা কিছুসময় পূৰ্বে আৰম্ভ

ভাৰতীয় মহাকাশচাৰী কেপ্তেইন সুভাংশু শুক্লা আৰু অকজিম-4 অভিযানৰ আন ৩ গৰাকী মহাকাশচাৰীৰ ওভতনি যাত্রা কিছুসময় পূৰ্বে আৰম্ভ হৈছে। স্পেচেক্সে সামাজিক মাধ্যমযোগে নিশ্চিত কৰিছে যে, ক্রিউ কেপচুল ড্ৰেগন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা বিচ্চিন্ন হৈছে। কাইলৈ বিয়লি ৩ বজাত মহাকাশচাৰীকেইজনে পৃথিৱীত ভৰি থব। ...

July 14, 2025 8:36 PM

views 40

ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে বুলি ড° এছ জয়শংকৰৰ প্ৰকাশ

 ভাৰত আৰু চীনৰ সম্পর্ক ক্ৰমাৎ ইতিবাচক দিশত আগবাঢ়িছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ উপস্থিতিত বেইজিঙত অনুষ্ঠিত এখন সভাত এই মন্তব্য কৰে। শ্ৰীজয়শংকৰে কয়, যে দুয়োখন দেশে দ্বিপাক্ষিক সম্পর্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত বিগত ৯ মাহত যথেষ্ট অগ্রগতি লাভ কৰিছে। তেওঁ কয় য...

July 14, 2025 8:35 PM

views 42

দুদিনীয়া ভ্রমণসূচীৰে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি ভূৱনেশ্বৰত উপস্থিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি গৃহৰাজ্য ওড়িশালৈ দুদিনীয়া ভ্রমণসূচীৰে ভূৱনেশ্বৰত উপস্থিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুক ৰাজ্যপাল হৰিবাবু কম্ভাপতি, মুখ্যমন্ত্রী মোহন চৰণ মাঝি, কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধান আৰু জ্যেষ্ঠ চৰকাৰী বিষয়াসকলেওড়িশাৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমান...

July 14, 2025 8:32 PM

views 96

হাৰিয়ানা, গোৱা আৰু লাডাখৰ বাবে নতুন ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি হাৰিয়ানা, গোৱা আৰু লাডাখৰ বাবে নতুন ৰাজ্যপাল নিযুক্তি দিয়ে। প্রাক্তন অসামৰিক বিমান পৰিবহন মন্ত্ৰী পুশপতি অশোক গজপতি ৰাজুক গোৱাৰ ৰাজ্যপালৰূপে নিযুক্তি দিয়া হয়। হাৰিয়ানাৰ ৰাজ্যপালৰূপে প্ৰফেছৰ অশোক কুমাৰ ঘোষক নিযুক্তি দিয়াৰ লগতে লাডাখৰ উপ ৰাজ্যপালৰূপে লেফটে...

July 14, 2025 3:23 PM

views 43

CHANDRAYAAN-3ৰ আজি দুবছৰ সম্পূৰ্ণ

■ ভাৰতৰ বিজ্ঞান আৰু দৃঢ় সংকল্পৰ এটা ঐতিহাসিক সফলতা CHANDRAYAAN-3 য়ে আজি দুবছৰ সম্পূৰ্ণ কৰিলে। এই অভিযানৰ মূল উদ্দেশ্য আছিল চন্দ্ৰৰ দক্ষিণ মেৰুৰ সমীপৰ ওখ স্থানত এখন লেণ্ডাৰ আৰু ৰ’ভাৰ স্থাপন কৰা তথা লেণ্ডিং আৰু ৰ’ভিঙৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো প্ৰদৰ্শন কৰা। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহাকাশ গৱেষণা প্...

July 14, 2025 3:17 PM

views 36

মহাকাশচাৰী শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন ৩ জন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ’ব

■ ভাৰতীয় মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লা আৰু Axiom-4 অভিযানৰ আন তিনিজন মহাকাশচাৰীৰ ওভতনি যাত্ৰা আজি আৰম্ভ হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে কয় যে, আজি বিয়লি ৪.৩০ বজাত আনডকিং প্ৰক্ৰিয়া আৰম্ভ হ'ব। তেওঁ লগতে কয় যে ভাৰতীয় সময় অনুসৰি কাইলৈ বিয়লি ৩...

July 14, 2025 3:12 PM

views 38

নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাইজেৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদো বুহাৰিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্রধানমন্ত্রীয়ে এটা শোকবার্তাত প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ বুদ্ধিমত্তা আৰু ভাৰত-নাইজেৰিয়া মিত্ৰতাৰ প্ৰতি থকা প্ৰতিশ্রুতিবদ্ধতা অদ্বিতীয় আছিল বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে বিভিন্ন অনুষ্ঠানত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।