ভাৰতৰ সৈতে শীঘ্ৰেই এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ’ব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে চীনৰ সৈতে অলপতে চুক্তি কৰা হৈছে আৰু এইবাৰ ভাৰতৰ সৈতেও এটা ডাঙৰ চুক্তি কৰা হ’ব। চীনৰ সৈতে হোৱা চুক্তিৰ বিষয়ে সৱিশেষ প্ৰকাশ নকৰিলেও তেওঁ প্ৰকাশ কৰে যে প্ৰতিখন ৰাষ্ট্ৰৰ সৈতে চুক্তি কৰা নহয় ।
Assamese | June 27, 2025 12:00 PM | Donald Trump
শীঘ্ৰেই ভাৰতৰ সৈতে এটা ডাঙৰ চুক্তি স্বাক্ষৰ কৰা হ’ব বুলি ডনাল্ড ট্রাম্পৰ প্ৰকাশ