September 11, 2026 10:38 AM
21
কর্মসংস্থাপনভিত্তিক ভিছা ধাৰকক ৬০ দিনীয়া ৰেহাইৰ সময়সীমা প্রত্যাহাৰৰ প্ৰস্তাৱ আমেৰিকাৰ
আমেৰিকাৰ ট্রাম্প প্রশাসনে চাকৰি হেৰুওৱাৰ পাছত এইচ-ৱান বি আৰু অন্যান্য কর্মসংস্থাপনভিত্তিক ভিছা ধাৰকসকলক আমেৰিকাত থাকিবলৈ দিয়া ৬০ দিনীয়া ৰেহাইৰ সময়সীমা প্রত্যাহাৰ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে নতুন নিয়োগকর্তা বিচাৰিবলৈ বা প্রব্রজন বিকল্প গ্রহণ কৰিবলৈ থকা সময়সীমা যথেষ্ট সংকুচিত কৰিব। ৰাষ্ট্ৰীয় গৃহ নিৰাপত্তা বিভাগৰ এই প্ৰস্তাৱ কাৰ্যকৰী হ'লে ই-ৱান, ই-টু, এইচ-ৱান বি, এল-ৱান, অ'-ৱান আৰু টি-এন ভিছা শ্ৰেণীৰ অন্তৰ্গত লোকসকলৰ ক্ষেত্ৰত এই নিয়ম প্রযোজ্য হ'ব। ইয়াৰ ফলত চাকৰি বা যোগ্য কার্যকলাপ শেষ হোৱাৰ...