মনৰ কথা

September 27, 2026 7:15 PM

views 7

ভাৰতে সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্বৰ সন্মুখত শক্তিশালী স্থিতি প্রতিপন্ন কৰিছে বুলি প্রধানমন্ত্রীৰ মন কী বাতত প্রকাশ

সেনা বাহিনীয়ে পাকিস্তানত থকা সন্ত্রাসবাদী ঘাটিসমূহক লক্ষ্য কৰি চলোৱা ছাৰ্জিকেল স্ট্রাইকে বিশ্বৰ সন্মুখত ভাৰতৰ সন্ত্রাসবাদ বিৰোধী শক্তিশালী স্থিতিকে প্রতিপন্ন কৰিছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত এই বিষয়ে উল্লেখ কৰি কয়, যে কাইলৈ এই আক্ৰম...

September 27, 2026 6:56 PM

views 20

অসমত দুষ্প্রাপ্য নল গাহৰি সংৰক্ষণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ বিষয়ে প্রধানমন্ত্রীৰ মন কী বাতত উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি আকাশবাণীৰ মন কি বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্ৰ পৰিস্থিতি তন্ত্রটো সুদৃঢ় কৰি তোলে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্...

September 27, 2026 12:49 PM

views 8

পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল বুলি  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উল্লেখ

অহা ২ অক্টোবৰত পালন কৰিবলগীয়া মহাত্মা গান্ধীৰ জন্ম বার্ষিকীৰ বিষয়ে উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে, পৰিষ্কাৰ পৰিচ্ছন্নতা জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰাজিৰ অন্যতম আছিল। পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে লোৱা বিভিন্ন উদ্যমৰ উদাহৰণ দি শ্রী মোদীয়ে কয়,...

September 27, 2026 12:44 PM

views 35

অসমৰ সোণাই-ৰূপাই বন্যপ্রাণী অভয়াৰণ্যক মানুহৰ দখল মুক্তৰ পাছত অভয়াৰণ্যখনত অভূতপূর্ব পৰিৱৰ্তন হৈছে বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উল্লেখ

পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত মত প্রকাশ কৰি কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত কয়, যে পাৰিপাৰ্শ্বিকতাৰ ৰক্ষণাবেক্ষণ মানে অকল গছ-লতা বা জীৱকুলৰ ৰক্ষাই নহয়, বৰং এনে প্রচেষ্টাই সমগ্র জৈৱিক তন্ত্রতো সুদৃঢ় কৰে। দেশৰ বিভিন্ন অংশত অব্যাহত এনে ধৰণৰ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি শ্রী মো...

September 27, 2026 12:36 PM

views 24

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতত লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে লোকপিয়লক সকলোৰে বাবে ৰাষ্ট্ৰীয় দায়িত্ব বুলি অভিহিত কৰিছে। শ্রী মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে নিজেই লোকপিয়লৰ সবিশেষ পঞ্জীয়ন কৰাৰ ব্যৱস্থা সুবিধাজনক আৰু জনসাধাৰণে ম'বাইলৰ সহায়ত অতি সহজে নিজৰ আৰু পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰিব পাৰে। হিন...

July 26, 2026 8:34 PM

views 22

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্টসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাবে নতুন শিখৰত উপনীত হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এইদৰে প্ৰকাশ কৰে। শ্রীমোদীয়ে লগতে আজি কার্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ ...

July 26, 2026 7:29 PM

views 30

দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উৎসাহিত কৰাৰ বাবে  ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে ৰাষ্ট্ৰই অহা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশিলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনির্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ...

July 26, 2026 7:15 PM

views 30

কেটচ-দ্যা ৰেইন অভিযানে বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা বুলি প্রধানমন্ত্রীৰ উল্লেখ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কেটচ-দ্যা ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান ৪ জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ...

June 28, 2026 7:04 PM

views 21

ভাৰতে স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ প্রকাশ

ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অর্জন কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। আকাশবাণীৰ মন কি বাত অনুষ্ঠানৰ যোগেদি আজি দেশ-বিদেশৰ জনসাধাৰণ সৈতে মত বিনিময় কৰি প্রধানমন্ত্রী মোদীয়ে কয়, যে বর্তমান দেশত এনেধৰণৰ আৰু ৪০ খন বিমান ন...

June 28, 2026 6:49 PM

views 27

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাড়গিলা আৰ্মীৰ বিষয়ে উল্লেখ

মন কী বাত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ হাড়গিলা আৰ্মীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰায়ে বাহ সজা গছ কাটি দিয়া হৈছিল। এনে সময়তে পূর্ণিমা দেবী বর্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।