মনৰ কথা

July 27, 2025 7:00 PM

views 89

একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে বুলি প্রধানমন্ত্ৰী মোদীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত কয়, যে একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে। বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা মহাকাশৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰাত সমগ্ৰ দেশ গৌৰৱান্বিত হোৱা বুলি তেওঁ উল্লেখ কৰে। ২০২৩ চনৰ আগষ্টত চন্দ্ৰযা...

July 27, 2025 6:54 PM

views 85

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে কৰা পক্ষী সমীক্ষাত ৪৩টা প্ৰজাতিৰ পক্ষীৰ তথ্য পোৱা গৈছে । প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাতৰ ১২৪ সংখ্যক খণ্ডত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই সমীক্ষাত কম্পিউটাৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে শব্দ বাণীবদ্ধ কৰা কিছু আহিলা স্থাপন কৰাৰ পাছত তা...

July 27, 2025 10:23 AM

views 88

আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাত অনুষ্ঠানৰ ১২৪ সংখ্যক খণ্ড

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কি বাত অনুষ্ঠানৰ ১২৪ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ ৱেবছাইট আৰু News on...

June 29, 2025 7:53 PM

views 87

মাৰ নামত এজোপা গছ অভিযানৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী

জুন মাহত পালন কৰা বিশ্ব পৰিৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে পুনেৰ ৰমেশ খৰমালে আৰু তেওঁৰ পৰিয়ালে মাত্র দুমাহতে জুন্নাৰ পাহাৰত ৭০টা খাদ খান্দি পানী সংৰক্ষণ কৰি বীজ সিঁচিছিল। তেওঁ কয় যে শ্ৰী খৰমালে শ শ গছ ৰোপণ কৰি অক্সিজেন উদ্যান নিৰ্মাণ কৰিছে। ইয়ালৈ চ...

May 25, 2025 8:38 PM

views 65

মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাত জনসাধাৰণৰ উৎসাহক প্ৰধানমন্ত্ৰী মোদীৰ সন্তোষ প্ৰকাশ

মহাৰাষ্ট্ৰৰ গাড্‌চিৰোলী জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল-নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুত গত...

May 25, 2025 7:10 PM

views 75

ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি সামৰণি পৰা ৰাইজিং নৰ্থ-ইষ্ট শীৰ্ষ সন্মিলনৰ প্ৰশংসা কৰি উত্তৰ পূৰ্বাঞ্চল বিভিন্ন ক্ষেত্ৰত অভিনৱ বুলি মন্তব্য কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত আজি তেওঁ উত্তৰ-পূবক ভূয়সী প্রশংসা কৰে। ছিকিমৰ পৰম্পৰাগত হস্ততাঁত-বস্ত্ৰশিল্পৰ, আধুনিকতাৰ সৈতে সংমিশ্রন ঘট...

May 25, 2025 11:59 AM

views 80

মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

 আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোৱা ২০ মে তাৰিখে বিশ্ব মৌমাখি দিৱস পালন কৰা হৈছিল। এই দিৱসে আমাক সোঁৱৰাই দিছিল যে মৌ মাথোঁ মিঠা সোৱাদেই নহয়, বৰং স্বাস্থ্য, স্বাৱলম্বন আৰু আত্মনিৰ্ভৰতাৰো এক প্রতীক। যোৱা ১১ টা বছৰত মৌ পালনৰ ক্ষেত্ৰত ভাৰতত এক ব...

May 25, 2025 11:48 AM

views 71

উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থ-প্ৰতিভা সঁচাই অদ্ভুত বুলি মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বিষযে উল্লেখ কৰি কয় যে উত্তৰ পূৰ্বাঞ্চলৰ সামৰ্থৰ বাবে সমৰ্পিত অষ্টলক্ষ্মী মহোৎসৱো পালন কৰিছিলো। উত্তৰ পূৰ্বাঞ্চলৰ কথাই সুকীয়া। এই অঞ্চলৰ সামৰ্থ, ইয়াৰ প্ৰতিভা সঁচাই অদ্ভুত। শ্ৰীমোদীয়ে Crafted Fibber...

May 25, 2025 11:32 AM

views 76

‘অপাৰেচন সিন্দুৰ’ কেৱল মাত্র এক সেনা অভিযানেই নাছিল, ই আছিল পৰিৱৰ্তিত ভাৰতৰ এক প্ৰতিচ্ছবিঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১১২ সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে সম্প্ৰতি সমগ্ৰ দেশেই সন্ত্রাসবাদৰ বিৰুদ্ধে একগোট হৈ থিয় দিছে, আৰু  সকলোৰে অন্তৰ ক্ষোভ আৰু আক্রোশেৰে ভৰি পৰিছে।পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত সকলো ভাৰতীয়ই সন্ত্রাসবাদক মষিমূৰ কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুল...

May 25, 2025 10:14 AM

views 75

আজি দিনৰ ১১ বজাত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি দিনৰ ১১ বজাত দেশ-বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব মন কি বাত অনুষ্ঠানৰ ১২২ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণীৰ ৱেবছাইট আৰু News on AIR...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।