কৃষি

September 6, 2026 12:17 PM

views 25

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাৰ মন্তব্য

কৃষকৰ উপাৰ্জন পাঁচগুণ কৰিব পাৰিলেহে অসমখন আগুৱাই যাব বুলি কৃষি আৰু জলসিঞ্চন মন্ত্রী পীযুষ হাজৰিকাই মন্তব্য কৰিছে। ভোকেল ফৰ লোকেল আঁচনিৰ অধীনত নতুন ষ্টার্টআপক উৎসাহিত কৰাৰ লগতে গুণগত মান পর্যালোচনা কৰাৰ বাবে কালি ক্ষেত্ৰী বামফৰৰ অসম মাখনা উদ্যোগ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে অসমখনক আমি কৃষিৰ ক্ষ...

July 28, 2026 12:27 PM

views 70

বানত ক্ষতিগ্রস্ত উজনিৰ কেইবাখনো জিলাৰ ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সিদ্ধান্ত

শেহতীয়া বানত উজনি অসমৰ কেইবাখনো জিলাত হোৱা ক্ষয়ক্ষতিৰ মূল্যায়ণ আৰু পুনৰ নিৰ্মাণ কাৰ্য দ্রুত গতিত আগবঢ়োৱাৰ লক্ষ্যৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে ক্ষতিগ্রস্ত অঞ্চলসমূহলৈ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীত কালি অনুষ্ঠিত বিভাগীয় পর্যালোচনা বৈঠকৰ অন্তত পঞ্চায়ত আৰু গ...

July 19, 2026 7:24 PM

views 61

কৃষিমন্ত্রী পীযুষ হাজৰিকাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন

কৃষিমন্ত্রী পীযুষ হাজৰিকাই আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ সৈতে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। কৃষি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ কৃষকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয়, যে কৃষকসকলৰ মূল সমস্যা জলসিঞ্চনৰ অভাৱ, উন্নত বাট-পথৰ অভাব আৰু শীতল ভঁৰালৰ প্ৰ...

July 19, 2026 12:59 PM

views 65

ৰাজ্য চৰকাৰৰ চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা

ৰাজ্য চৰকাৰে চাপযুক্ত পাইপেৰে জলসিঞ্চন নেটৱৰ্ক গঢ়ি তোলাৰ বাবে পৰৱৰ্তী ৫ বছৰত ৪ হাজাৰ কোটি টকা বিনিয়োগৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে বাজেটত উল্লেখ কৰা এই জলসিঞ্চন উদ্যমৰ সবিশেষ প্ৰকাশ কৰি কয়, যে অহা ৫ বছৰত সমগ্ৰ ৰাজ্য চাপযুক্ত পাইপেৰে জলসিঞ্চনৰ ব্যৱস্থা...

July 12, 2026 8:53 PM

views 63

কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন

কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্রকল্প পৰিদৰ্শন কৰে। প্ৰায় ৩০ কোটি ৬৭ লাখ টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্রায় ৫৮০০ বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কা...

July 12, 2026 7:36 PM

views 46

তেজপুৰৰ বাৰীকা চুবুৰীত অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন

ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্রী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰীকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্রিয় কণী পৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। গ্রাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৩ কোটি ৪৮ লাখ ৯১ হাজাৰ টকা ব্যয়েৰে এই প্ৰকল্পটো নির্মাণ কৰা হ'ব। মন...

July 12, 2026 12:42 PM

views 48

ৰাজ্যত এতিয়ালৈ ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ প্ৰকাশ

ৰাজ্যত কালিৰ দিনটোত ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে প্রকাশ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে নগাঁও, বিশ্বনাথ, ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ, আৰু চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে...

July 5, 2026 7:21 PM

views 53

গ্রামোন্নয়ন মন্ত্ৰ্যালয়ৰ ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি

গ্রামোন্নয়ন মন্ত্ৰ্যালয়ে বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আঁচনি ভিবি জি ৰামজীৰ অধীনত অসমৰ বাবে প্ৰথম কিস্তি হিচাপে ৬৩০ কোটি ৯৬ লাখ টকা মুকলি কৰি দিছে। কেন্দ্রীয় গ্রামোন্নয়ন মন্ত্রী শিৱৰাজ সিং চৌহানে ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে আয়োজিত অনুষ্ঠানত আজি এই ধনৰাশি মুকলি কৰি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি ৰাজ...

July 5, 2026 7:00 PM

views 47

কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ গুৱাহাটীৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ বিতৰণ

ৰাজ্যৰ কৃষি বিভাগে সমগ্র ৰাজ্যতে ১ কোটি উচ্চ উৎপাদনক্ষম উদ্যানশস্যৰ পুলি বিতৰণৰ অভিলাসী লক্ষ্য স্থিৰ কৰিছে। কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি গুৱাহাটীৰ কাহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য গবেষণা কেন্দ্রত গছপুলি আৰু মাহজাতীয় শস্যৰ বীজ তথা ৰোপণ সামগ্ৰী বিতৰণকৰি এই বিষয়ে উল্লেখ কৰে। কাৰ্যসূচ...

July 5, 2026 10:59 AM

views 49

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে

চৰকাৰে মূল্য সুস্থিৰতা মজুত ভঁৰালৰ বাবে পিঁয়াজৰ ক্রয়মূল্য ১৩ শতাংশ বৃদ্ধি কৰিছে। এই অনুসাৰে পিঁয়াজৰ ক্ৰয় মূল্য প্রতি কুইণ্টলত ১৮৭৫ টকাৰ পৰা ২১২৫ টকাকৈ বৃদ্ধি পাইছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, এই সংশোধিত ক্রয় মূল্যই পিঁয়াজৰ খেতিয়কসকলক লাভান্বিত কৰিব আৰু মজুত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।