July 5, 2026 7:41 PM
6
অসম বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰকাশ
অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ...