July 8, 2026 1:29 PM

views 3

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেট্‌চৰ ছাত্ৰ ডাঃ কামাখ্যা প্রসাদ চক্ৰৱৰ্তীৰ দেহাৱসান

তেজপুৰৰ প্ৰবীণ চিকিৎসক, ১৯৪৭ চনৰ ৩ নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেট্‌চৰ ছাত্ৰ ডাঃ কামাখ্যা প্রসাদ চক্ৰৱৰ্তীৰ কালি সন্ধিয়া নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ। উল্লেখযোগ্য যে ধুবুৰীত জন্মগ্ৰহণ কৰা ডাঃ চক্ৰৱৰ্তীয়ে ১৯৬২ চনত চীনা য...

July 8, 2026 1:30 PM

views 5

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজানন...

July 8, 2026 1:50 PM

views 5

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে ১৩ জুলাইৰ পৰা ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত...

July 7, 2026 8:25 PM

views 8

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াৰ সৈতে আজি উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। উপৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে উপ-ৰাষ্ট্ৰপতিক কপাহ উৎপাদনশীলতা অভিযানৰ বিষয়ে অৱগত কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কপাহ পৰিৱেশ তন্ত্ৰক শক...

July 7, 2026 8:20 PM

views 8

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে দিল্লী বিশ্ববিদ্যালয়ক নিচামুক্ত চৌহদ হিচাপে গঢ়ি তোলাৰ বাবে ২ লাখ ৩ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে শপত লোৱা কাৰ্যক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে কয় যে সুস্থ, সবল আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ লক্ষ্যৰে বৃহৎ সংখ্যক ছাত্র-ছাত্রী একেলগে ওলাই অহা ...

July 7, 2026 8:18 PM

views 6

এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি দিল্লীত এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি কৰে। অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে দিল্লীৰ পৰিবেশ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে দিল্লী চৰকাৰে ৫ হাজাৰ হেক্টৰ ভূমি বনভূমি হিচাপে ঘোষণা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰ...

July 7, 2026 8:17 PM

views 7

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত ২টা বিস্ফোৰণত ৪গৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত

ছিৰিয়াৰ ৰাজধানী ডামাস্কাচত আজি বিয়লি হোৱা দুটা বিস্ফোৰণত চাৰিগৰাকী আৰক্ষী বিষয়াসহ ১৮গৰাকী লোক আহত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ' আৰু ছিৰিয়াৰ ৰাষ্ট্ৰপতি আহমদ অল-ছাৰা ৰাষ্ট্ৰপতি ভৱনত বৈঠকত মিলিত হোৱাৰ কিছু সময় পূর্বে এই বিস্ফোৰণ সংঘটিত হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকী কালি ছিৰিয়াৰ ৰাজধানী...

July 7, 2026 8:11 PM

views 6

বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত এটা চৌহদ মুকলি কৰাৰ বাবে প্রধানমন্ত্ৰী  মোদীৰ অনুমোদন 

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয় যে বাংগালোৰৰ ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠানক ইণ্ডোনেছিয়াত ইয়াৰ এটা চৌহদ মুকলি কৰাৰ বাবে দিয়া অনুমতিক ভাৰতীয় শিক্ষা খণ্ডত এটা নতুন যুগৰ সূচনা হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত এই চৌহদটো স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনায়। ত...

July 7, 2026 7:45 PM

views 8

চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীৰ

যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আজি চিনামৰা উৰণ সেতুৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। নির্মাণস্থলী পৰিদৰ্শনকালত তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উৰণ সেতু সম্পূৰ্ণ কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিভাগৰ বিষয়া, অভিযন্তা তথা নিৰ্মাণকাৰী সংস্থাক সমগ্ৰ প্ৰক্ৰিয়াটো অধিক ...

July 7, 2026 7:32 PM

views 10

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন

প্রধানমন্ত্ৰী অনুসূচিত জাতিৰ অভ্যুদয় যোজনাৰ অধীনত শোণিতপুৰ জিলা গ্ৰন্থাগাৰ প্ৰেক্ষাগৃহত আজি অনুদানভিত্তিক বিত্তীয় সহায় বিতৰণ অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যিক গ্রাম্য জীৱিকা অভিযানৰ সহযোগত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ে এই অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত শোণিতপুৰ জিলা আয়ুক্তগৰাক...