July 8, 2026 1:46 PM

views 2

অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শ‍ইকীয়াৰ আজি ওপজা দিন

অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ, ঔপন্যাসিক চন্দ্ৰ প্ৰসাদ শ‍ইকীয়াৰ আজি ওপজা দিন। শিৱসাগৰৰ আমগুৰিত ১৯২৭ চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শ‍ইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চশিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ-সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম ...

July 8, 2026 1:43 PM

views 9

সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত

ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুর্গামন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভ...

July 8, 2026 1:35 PM

views 12

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ’লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শুটআউটত কলম্বিয়াক ৪-৩ গ'লত পৰাস্ত কৰি ১৯৫৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে ০-০ গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অৱ ১৬ৰ খেলত আর্জেণ্টিনাই আটলান্টাত ইজিপ্তক ৩-...

July 8, 2026 1:13 PM

views 12

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত চি এম ফিফা ফেন পার্ক উদ্বোধন

যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা চি এম ফিফা ফেন পার্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই এই পার্ক উদ্বোধন কৰে। অনুষ্ঠানত যোৰহাটৰ জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মা আৰু এ আই আই ডি চি-ৰ অধ্যক্ষ শান্তনু পূজাৰীয়ে ভাষণ দিয়ে। অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত, জিলা আৰক্...

July 8, 2026 1:13 PM

views 2

ৰাজ্যৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙৰ লেকাইত হ’বলগীয়া সম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন

ৰাজ্য চৰকাৰৰ চিকিৎসা, শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডা০ সিদ্ধার্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ, অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্রতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শনকা...

July 8, 2026 12:46 PM

views 5

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাৰা নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেকট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ ব’ৰ্ডে নতুন ভাৰাৰ তালিকাত অনুমোদন জনাইছে। ব'ৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাৰাৰ হাৰ নিশ্চিত...

July 8, 2026 12:39 PM

views 16

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ’ব

মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টী ৰিচাৰ্ড ব্লার্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰফালে অসমত...

July 8, 2026 12:44 PM

views 2

বিগত ৫ বছৰত অসমলৈ এক লাখ ২০ হাজাৰ ৮৮৪ গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে

বিগত ৫ বছৰত অসমলৈ এক লাখ ২০ হাজাৰ ৮৮৪ গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে। অসম বিধানসভাত পর্যটন মন্ত্রী অজন্তা নেওগে এই বিষয়ে সদৰি কৰিছে। বিজেপিৰ বিধায়ক ভূপেন ৰায়ৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। আনহাতে, বিগত সময়ছোৱাত অসমলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি...

July 8, 2026 12:23 PM

views 16

পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্টৰ বাবে ব্যৱস্থা ল’বলৈ অসম বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ

ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERT-ৰ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ ক...

July 8, 2026 12:16 PM

views 14

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ

অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্রশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰ...