June 4, 2026 8:04 PM
24
ফিল কমাণ্ডাৰৰ বাবে বিত্তীয় চিলিং দুগুণ বৃদ্ধিৰ অনুমোদন প্ৰতিৰক্ষা মন্ত্ৰীৰ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত ফিল কামাণ্ডাৰ সকলৰ বাবে বিত্তীয় ছিলিং দুগুণ বৃদ্ধিৰ অনুমোদন জনায়। তেওঁ চিকিৎসা আৰু কাৰ্যপ্রকল্পকে ধৰি প্ৰতিৰক্ষা সেৱাৰ বাবে সংশোধিত বিত্তীয় ক্ষমতাৰ প্রতিনিধিৰ দলটো ঘোষণা কৰে। প্ৰতিৰক্ষা মন্ত্রালয়ে জনাই যে, চলিত বৰ্ষৰ বাজেট আবণ্টনৰ সৈতে সংগতি ৰাখি বিত্তীয় ক্ষমতাৰ সংশোধীত প্রতিনিধি দলে ৰাজহৰ জৰিয়তে এক লাখ ২৫ হাজাৰ কোটিতকৈও অধিক টকাৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা প্ৰদান কৰিব। লগতে প্রকাশ কৰে যে, বিত্তীয় ক্ষমতা ১০০ শতাংশ বৃদ্ধি কৰা হৈছে আৰু কিছুমান ক্ষেত্রত দুগ...