প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুনকৈ নিযুক্তি লাভ কৰা ভাৰতীয় বায়ু সেনাৰ বিষয়াসকলক পৰিৱৰ্তনশীল নিৰাপত্তাজনিত পৰিস্থিতিৰ সৈতে নিজকে খাপ খুৱাই ড্রোন, কৃত্ৰিম উপগ্ৰহ আৰু ৰবটিক্সকে ধৰি সমৰ প্ৰযুক্তিৰ নিত্য নতুন কৌশলৰ সৈতে পৰিচিত হ’বলৈ আগবাঢ়ি যাবলৈ আহ্বান জনাইছে। হায়দৰাবাদৰ দুন্দিগালত অৱস্থিত এয়াৰ ফ’ৰ্চ একাডেমীৰ ২১৭ সংখ্যক পাঠ্যক্রম সমাপ্তি উপলক্ষে আয়োজিত পেৰেডত ভাগ লৈ তেওঁ এইদৰে জনায়।
Assamese | June 13, 2026 5:56 PM | Rajnath Singh
এয়াৰ ফ’ৰ্চ একাডেমীৰ ২১৭ সংখ্যক পাঠ্যক্রম সমাপ্তি উপলক্ষে আয়োজিত পেৰেডত ৰাজনাথ সিঙৰ অংশগ্ৰহণ