November 11, 2026 10:57 AM | mizoram-culcutta

printer

মিজোৰামৰ পৰা কলকাতা অভিমুখী কলকাতা-চাইৰাং এক্সপ্ৰেছ ৰে’লগাড়ীৰ ইঞ্জিনসহ ৫টা দবা লাইনচ্যুত

গুৱাহাটীৰ সমীপৰ ডিগাৰুত আজি পুৱা মিজোৰামৰ পৰা কলকাতা অভিমুখী কলকাতা-চাইৰাং এক্সপ্ৰেছ ৰে’লগাড়ীৰ ইঞ্জিনসহ ৫টা দবা লাইনৰ পৰা বাগৰি পৰে। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ৰে’লৱে প্ৰশাসন আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰভাৱিত যাত্ৰীসকলৰ বাবে বিকল্প ৰে’লৰ ব্যৱস্থা কৰা হৈছে।