October 10, 2026 5:04 PM

views 5

বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছেঃ নীতিন নবীন

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে বিৰোধী দলসমূহে দেশত অস্থিৰতা সৃষ্টিৰ বাবে প্ৰচেষ্টা চলাইছে আৰু বিদেশী শক্তিৰ নিৰ্দেশ অনুসৰি কাম কৰিছে বুলি অভিযোগ তুলিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীনবীনে বিৰোধী দলসমূহে দেশত অতি বিপজ্জনক আৰু গম্ভীৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি অভিযোগ তোলে। তেওঁ লগতে কয় যে ভাৰতীয় গণতন্ত্ৰৰ অপৰিসীম শক্তি আছে আৰু এনে ধৰণৰ প্ৰচেষ্টা বিফল কৰিবলৈ দেশৰ জনসাধাৰণ একত্ৰিত হ'ব। নিৰন্তৰ গোলকীয় সংকট সত্বেও দেশ প্ৰগতিৰ পথত আগবাঢ়ি গৈ আছে বুলি বিজেপিৰ সভাপতিগৰাক...

September 17, 2026 11:47 AM

views 21

এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন

ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন এন ডি এ চৰকাৰৰ কাৰ্যকালত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হৈছে। বহু প্রতীক্ষিত বগীবিল দলং মুকলিৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হৈছে। এই দলংখন মুকলি হোৱাৰ লগে লগে উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ আৰ্থ-সামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত লক্ষণীয় পৰিৱৰ্তন দেখা হৈছে। ২০১৮ চনৰ ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ কাৰেংচাপৰি আৰু ব...

September 12, 2026 4:15 PM

views 17

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ

নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ-নির্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ হৈছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ'ব। উপ-নিৰ্বাচনৰ বাবে ই ভি এম আৰু ভি ভি পেটৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেছন ইতিমধ্যে সম্পন্ন হৈছে। এই প্ৰক্ৰিয়াৰ জৰিয়তে কালি সমষ্টি ভিত্তিকভাৱে ধিং, ৰূপহীহাট, চামগুৰি, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে ই ভি এম আৰু ভি ভি পেটসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আৱণ্টন কৰা হয়...

September 11, 2026 8:54 PM

views 12

কংগ্ৰেছক সমালোচনা ভাৰতীয় জনতা পাৰ্টীৰ

ভাৰতীয় জনতা পাৰ্টীয়ে আজি কংগ্ৰেছক সমালোচনা কৰি কয় যে কংগ্ৰেছৰ শাসনকালত ভাৰত বিশ্বৰ দুৰ্বল অৰ্থনীতিৰ ৫ খন ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰাষ্ট্ৰ আছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বৰ্তমান ভাৰত বিশ্বৰ শীৰ্ষ ৫ খন অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ লগতে ব্ৰীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অন্যতম সম্ভাৱনাপূর্ণ স্থান হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত বিজেপিৰ সাংসদ ৰবীশংকৰ প্ৰসাদে ব্ৰীকচ শীৰ্ষ সন্মিলনৰ পৰা ভাৰতে কেনেদৰে লাভান্বিত হ'ব বুলি প্ৰশ্ন উত্থাপন কৰাৰ বাবে কংগ্ৰেছক সমালোচনা...

June 15, 2026 2:23 PM

views 38

‘‘বিগত ১২ বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সুৰক্ষা আৰু উন্নত সা-সুবিধা প্ৰদানৰ জৰিয়তে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে’’- নীতিন নবীন

বিগত ১২ বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সুৰক্ষা আৰু উন্নত সা-সুবিধা প্ৰদানৰ জৰিয়তে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সৱলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে প্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে সভাপতিগৰাকীয়ে কয়, যে আয়কৰ সংস্কাৰৰ মাধ্যমেৰে কৰ ব্যৱস্থাত স্বচ্ছতা অনাৰ ফলত জনসাধাৰণক কৰৰ ক্ষেত্ৰত সকাহ দিয়াকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে উন্নয়নৰ পথ প্ৰশস্ত কৰা হৈছে। উজ্বলা যোজনা, জলজীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানে বুনিয়াদী জীৱন ধাৰণৰ সা-সুবিধাসমূহ নাগৰিকৰ বাবে সহজলভ্য কৰি...

January 19, 2026 7:50 PM

views 113

বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়াৰ আজি সন্ধিয়া সামৰণি পৰে। বিজেপিৰ কাৰ্যকৰী সভাপতি নীতিন নবীনে ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, নীতিন গাডকাৰীকে ধৰি বিজেপিৰ অন্যান্য সদস্যই ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ নাম আগবঢ়ায়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখি...

January 19, 2026 7:26 PM

views 70

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হয়। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰসমূহ দাখিল কৰা হয়। প্ৰতিখন ৰাজ্যৰ পৰিষদৰ সদস্যসকল দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈছে। কাইলৈ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰা হ'ব। দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে একমাত্র নীতিন নবীনে মনোনয়ন দাখিল কৰাত তেওঁৱেই সভাপতি নিৰ্বাচিত হোৱাৰ সম্...

January 19, 2026 2:15 PM

views 107

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ’ব

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে লক্ষ্মণে প্ৰকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত হ'ব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা চালিজাৰি চোৱা হ'ব। সন্ধিয়া ৬ বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্ৰয়োজন হ'লে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'...

January 19, 2026 12:00 PM

views 73

আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ দাখিল

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচনৰ বাবে মনোনয়নসমূহ আজি দাখিল কৰা হ'ব। দলটোৰ ৰাষ্ট্ৰীয় ৰিটার্ণিং বিষয়া কে. লক্ষ্মণে প্রকাশ কৰা নিৰ্বাচনসূচী অনুসৰি, আজি দিনৰ ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত মনোনয়ন পত্রসমূহ দাখিল কৰিব পৰা যাব। নতুন দিল্লীত থকা দলৰ মুখ্য কার্যালয়ত সমগ্র নির্বাচনী প্রক্রিয়া পৰিচালিত হ'ব। মনোনয়ন পত্ৰসমূহ বিয়লি ৪ বজাৰ পৰা পৰ্যবেক্ষণ কৰা হ'ব। সন্ধিয়া ৬ বজা পর্যন্ত প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। মনোনয়ন প্ৰক্ৰিয়াৰ অন্তত প্রয়োজনত কাইলৈ নির্বাচন অনুষ্ঠিত হ'ব। কাইলৈয়ে বিজেপি...

January 13, 2026 9:00 PM

views 84

তৃণমূল কংগ্ৰেছ পাৰ্টীক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন বিজেপিৰ

বিজেপিয়ে আজি তৃণমূল কংগ্ৰেছ পাৰ্টীক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বিজেপিৰ মুখপাত্র তুহিন সিন্হাই টি এম চিৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত ৰাজনৈতিক পৰামৰ্শদাতা প্রতিষ্ঠান আই পি এ চিৰ কাৰ্য্যালয়ত সঞ্চালকালয়ৰ অভিযানৰ সময়ত তেওঁ হস্তক্ষেপ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। শ্রীসিনহাই কয়, যে এই অভিযানৰ পাছত টি এম চিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে, যাৰ ফলত টি এ...