বিজেপিৰ জ্যেষ্ঠ নেত্ৰী পুৰৱী ৰয়ক তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিযুক্তি

বিজেপিৰ জ্যেষ্ঠ নেত্ৰী পুৰৱী ৰয়ক তৎকালিনভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই আজি পুৰৱী ৰয়ৰ নিযুক্তি সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰে। বৰ্তমান মন্ত্ৰী হিচাপে কৰি থকা নিলীমা দেৱীৰ স্থানত তেওঁ ৰাজ্যিক সভানেত্রী হিচাপে নিযুক্তি দিয়া হয়।

নতুন দায়িত্ব লাভ কৰাৰ পাছত বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনত উপস্থিত হোৱাৰ পাছত তেওঁক ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ লগতে আন দলীয় কাৰ্যকৰ্তাসকলে সম্বর্ধনা জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।