October 1, 2026 4:20 PM

views 30

বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱা বৰাক উপত্যকাৰ কুম্ভ চাহ বাগিছাত এটা ৫৯৫ কিলোৱাট শক্তিসম্পন্ন সৌৰ বিদ্যুৎ প্রকল্প উদ্বোধন কৰে। ৩.১১ মেগাৱাটৰ গুডৰিক চাহ বাগিছা সৌৰ শক্তি কাৰ্যসূচীৰ অংশস্বৰূপ এই প্ৰকল্পই ৰাজ্যৰ চাহ উদ্যোগক নিকা আৰু নবীকৰণযোগ্য শক্তিৰে শক্তিশালী কৰাৰ লগতে সেউজ অসমৰ লক্ষ্যকো গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ৰাজ্য চৰকাৰে অসমৰ চাহ বাগিছাসমূহক সৌৰ শক্তিৰে স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰি আছে, যাতে ভৱিষ্...

September 22, 2026 6:23 PM

views 16

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিবঃ মুখ্যমন্ত্ৰী

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ'লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান- ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ ৰাজ্যৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ আহ্বান জনায়। ইছৰ’ৰ অধ্যক্ষ ড° ভি নাৰায়ণনৰ উপস্থিতিত গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে সোণাপুৰৰ ছায়েন্স চিটী আৰু মহা...

July 5, 2026 7:41 PM

views 17

অসম বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাৰ প্ৰকাশ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে বিধানসভাৰ কাৰ্য সম্বন্ধীয় প্রক্রিয়াত বড়ো ভাষাৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাই বুলি মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাই আজি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত তেওঁ কয়, যে বড়ো ভাষা অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্বকীয় পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ। এই ভাষাই বড়ো সমাজৰ ইতিহাস, পৰম্পৰা আৰু আশা-আকাংক্ষা বহন কৰাৰ লগতে ৰাজ্যৰ বৈচিত্র্যপূর্ণ সাংস্কৃতিক ঐক্য অধিক সমৃদ্ধ কৰিছে বুলি তেওঁ কয়। ৰাজ্য চৰকাৰ বড়ো ভাষাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে সম্পূ...