September 10, 2026 1:46 PM

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে

কৃষি বিভাগে চলিত বৰ্ষত প্ৰায় ২০ হাজাৰ বিঘা ভূমিত মাখনা খেতি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। এই অভিযানৰ অংশ হিচাপে উপযুক্ত অঞ্চল চিনাক্তকৰণৰ লগতে মাখনাৰ বীজ বিতৰণ আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ'ব। কৃষি মন্ত্ৰী পীযূষ হাজৰিকাই কালি জনতা ভৱনত অনুষ্ঠিত এখন পর্যালোচনা বৈঠকত এনে কামসমূহ ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনাগত সময়ত অধিক সংখ্যক কৃষকক মাখনাৰ বীজ প্রদানৰ বাবে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্যত মাখনা অভিযান, ৰাষ্ট্ৰীয় খোৱাতেল অভিযান-তৈল্য খেজুৰ, ফলৰ পুলি ব...

August 19, 2026 6:25 PM

views 12

দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ

দক্ষিণ শালমাৰা মানকাচৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰিক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাথাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এতিয়াৰে পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব। জিলা আয়ুক্ত পৰিক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণৰ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা ক...

July 12, 2026 12:42 PM

views 48

ৰাজ্যত এতিয়ালৈ ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাৰ প্ৰকাশ

ৰাজ্যত কালিৰ দিনটোত ৪৭০৭ গৰাকীৰো অধিক কৃষকৰ পঞ্জীয়ন প্রক্রিয়া সম্পূর্ণ হৈছে বুলি কৃষি মন্ত্রী পীযূষ হাজৰিকাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে প্রকাশ কৰি কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে নগাঁও, বিশ্বনাথ, ধুবুৰী, শোণিতপুৰ, শিৱসাগৰ, লখিমপুৰ, আৰু চৰাইদেউ জিলাত ঘৰে ঘৰে কৃষক পঞ্জীয়ন আৰম্ভ হৈছে। এয়া কৃষি খণ্ডৰ উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে কৃষকসকলৰ উত্তৰণ আৰু অগ্ৰগতিৰ বাবে কৃষি বিভাগ সদায়ে দায়বদ্ধ। মন্ত্ৰীগৰাকীয়ে কালি কামৰূপ জিলাৰ পিংগলেশ্বৰ গাঁৱত এটা কঠিয়া ৰোপণ কার্যস...

July 2, 2026 5:53 PM

views 20

ৰাষ্ট্ৰীয় বৰ্ষা আধাৰিত অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে পৰিচালিত অসমৰ বনৰীয়া ধান সংৰক্ষণ প্রকল্পই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে

ৰাষ্ট্ৰীয় বৰ্ষা আধাৰিত অঞ্চল প্ৰাধিকৰণৰ পুঁজিৰে পৰিচালিত অসমৰ বনৰীয়া ধান সংৰক্ষণ প্রকল্পই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিত উপনীত হৈছে। এই প্রকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণৰ দ্বাৰা শোণিতপুৰ জিলাৰ বৰজুলি ক্ষেত্ৰক জৈৱ বৈচিত্র্য ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। IN-SITU CONSERVATION AND MANAGEMENT OF WILD RICE শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে বনৰীয়া ধানৰ প্ৰাকৃতিক বসতিস্থলত সংৰক্ষণৰ লক্ষ্য লোৱা হৈছে। ভাৰতৰ বনৰীয়া ধানৰ বৈচিত্ৰ্য সংৰক্ষণ আৰু জলবায়ু স্থিতিস্থাপক কৃষি প্ৰসাৰৰ দিশত এই স্বীক...

June 28, 2026 7:15 PM

views 40

নগাওঁ জিলাৰ বৰকছাৰী গাঁৱৰ পথাৰত ভুঁই ৰোৱাৰ কাৰ্যসূচীত কৃষিমন্ত্রী পিযুষ হাজৰিকাৰ অংশগ্ৰহণ

কৃষিমন্ত্রী পিযুষ হাজৰিকাই আজি নগাওঁ জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত কণ্ডলী পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভুঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাবে নাৰিকল পুলি ৰোপণ, শালিধানৰ কঠিয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয়, যে তেওঁ নিজে আগতে খেতি কৰা নাছিলে, কিন্তু এতিয়াৰে পৰা খেতি কৰিবলৈ চেষ্টা কৰিব। কৃষিমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰি পিযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাওঁৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰে। কাৰ্যসূচীত বঢ়মপুৰ সমষ্টিৰ ...

June 26, 2026 1:52 PM

views 38

ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমান ২৬ লাখ ৫০ হাজাৰ পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়া লৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা কম হৈ আছে। মন্ত্ৰীগৰাকীয়ে কয়, যে আধিয়াকৈ খেতি কৰা কৃষকেও যাতে নাম পঞ্জীয়ন কৰিব পাৰে, তাৰবাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে যোগাযোগ কৰা হৈছে। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত কালি কৃষি বিশ্ব...

June 15, 2026 12:48 PM

views 33

বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পিযুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নির্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপ...

June 3, 2026 7:11 PM

views 35

ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত ‘এগ্রী মেপাৰ’ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী

◊ ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্রী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্রভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনাত এই শিবিৰ অনুষ্ঠিত হয়। প্রশিক্ষণ কাৰ্যসূচীত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক বিষয়া পাপৰি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ইয়াৰ প্ৰয়োজনীয়তা, সঠিক ব্যৱস্থাপনা আৰু ৰূপায়ণ প্ৰক্ৰিয়া সন্দৰ্ভত সবি...

September 5, 2025 8:31 PM

views 85

কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে কৃষি মন্ত্ৰী অতুল বৰাৰ বৈঠক

ৰাজ্যখনৰ বিভিন্ন ঠাইৰ কৃষি ভূমিত শুঁৰ পোকৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কৃষি বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কৃষি মন্ত্ৰী অতুল বৰাই দিচপুৰৰ জনতা ভৱনত আজি কৃষি বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে এই সন্দৰ্ভত পর্যালোচনা অংশ লয়। ৰাজ্যখনৰ কেইবাখনো জিলাৰ খৰাং সদৃশ পৰিস্থিতি কৃষক সকলক সহায় কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে কাজিৰঙাত নির্মীয়মান অৰ্কিড উদ্যান, গোৱালপাৰাৰ দৰংগিৰিত নিৰ্মীয়মান কলৰ বজাৰ গৃহ শেহতীয়া অগ্ৰগতিৰ সন্দৰ্ভতো বৈঠকত পর্যালোচনা কৰে ৷ তেওঁ কৃষক সকলক ...

September 5, 2025 7:48 PM

views 65

মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক-বিজ্ঞানী মত-বিনিময় অনুষ্ঠানৰ আজি সামৰণি পৰে। এই অনুষ্ঠানত কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰাৰ লগতে তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰোৱা হয়। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই পৰিচালনা কৰা এই অনুষ্ঠানত আজি নাৰিকল খেতি, ইয়াৰ পেকেজ আদি সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি কেচুসাৰ, কৃষিপাম, হাঁহ কুকুৰা পালন, বৈজ্ঞ...