খেল

March 25, 2025 8:27 PM

views 36

খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি ষষ্ঠ দিনাও এথলীটসকলৰ অনবদ্য প্ৰদৰ্শন অব্যাহত

খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি ষষ্ঠ দিনাও এথলীটসকলে তেওঁলোকৰ একনিষ্ঠ আৰু অনবদ্য প্ৰদৰ্শন অব্যাহত ৰাখিছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত পাৱাৰ লিফটিং শিতানত এথলীটসকলে তীব্র প্রতিদ্বন্দিতা আগবঢ়ায়। মহিলাৰ এলীট শাখাৰ ৬৭ কিলোগ্ৰাম ওজনৰ শিতানত কস্তুৰিয়ে সোণৰ, মেঘা পাণ্ডে ৰূপৰ আৰু জীৱনীয়ে ব্ৰঞ্জ...

March 25, 2025 8:15 PM

views 32

৩৮ সংখ্যক শ্রীলংকা ইণ্টাৰনেচনেল অ’পেন মাষ্টাৰ্ছ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ কোকৰাঝাৰৰ ৪ গৰাকী প্ৰবীণ খেলুৱৈৰ যোগ্যতা অৰ্জন

শ্রীলংকাত অহা ৪ৰ পৰা ৬ জুলাইলৈ হ'বলগীয়া ৩৮ সংখ্যক শ্রীলংকা ইণ্টাৰনেচনেল অ'পেন মাষ্টাৰ্ছ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ কোকৰাঝাৰৰ ৪ গৰাকী প্ৰবীণ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। অঞ্জলি স্বৰ্গীয়াৰী, সোণেশ্বৰী বসুমতাৰী, সিংখাউৰি বসুমতাৰী আৰু ললিত বসুমতাৰী নামৰ খেলুৱৈ চাৰিগৰাকীয়ে ৪ জুলাইত ভাৰতীয় দলৰ অন্য...

March 25, 2025 8:13 PM

views 48

আই পি এলত কাইলৈ ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত কাইলৈ ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ২৩ বছৰীয়া ক্ৰিকেটাৰগৰাকীৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ইতিমধ্যে গুৱাহাটীত আহ...

March 24, 2025 9:07 PM

views 26

খেলো ইণ্ডিয়া পেৰা গেমছত সুমন দেৱী, সীমা ৰাণী, গুলফাম আহমেদ, জবি মেথিউৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া পেৰা গেমছৰ পঞ্চম দিনাও পেৰা এথলীটসকলে তেওঁলোকৰ একনিষ্ঠ আৰু অনৱদ্য প্ৰদৰ্শন অব্যাহত ৰাখিছে। আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শক্তি উত্তোলন শিতানত এথলীটসকলে তীব্র প্রতিদ্বন্দ্বিতা আগবঢ়ায়। মহিলাৰ ৫৫ কিলোগ্রাম শাখাত সুমন দেৱীয়ে সোণৰ, জেছমীন মিছলীনে ৰূপৰ আৰু ভাৰতী আগৰৱালে ব্ৰঞ...

March 24, 2025 8:12 PM

views 30

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ২৬ আৰু ৩০ মাৰ্চত হ’বলগীয়া আই পি এল ক্রিকেট খেল দুখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

অহা ২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট খেল দুখনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত আজি অসম ক্ৰিকেট সন্থা আৰু যান-বাহন শাখাৰ মহানগৰ জিলা আৰক্ষী আয়ুক্তই এখন সংবাদমেলযোগে কেইবাটাও বিশেষ নির্দেশনা জাৰি কৰিছে। তেওঁলোকে প্ৰকা...

March 24, 2025 11:26 AM

views 39

আই পি এলত কালি চেন্নাই ছুপাৰ কিংছৰ হাতত মুম্বাই ইণ্ডিয়ানছ পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কালি অনুষ্ঠিত আই পি এল টি-২০ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি মুম্বাই ইণ্ডিয়ানছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৫৫ ৰাণ কৰে। প্ৰত্যুত্তৰত চেন্নাই ছুপাৰ কিংছে ১৯ অভাৰ আৰু এটা বলতে নিৰ...

March 23, 2025 8:18 PM

views 31

খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্রতিযোগিতাত শ্বুটিং শিতানত সাগৰ বালাচাহেব কাটালেৰ সোণৰ পদক অৰ্জন

খেলো ইণ্ডিয়া পেৰা ক্ৰীড়া প্রতিযোগিতাত শ্বুটিং শিতানৰ দহ মিটাৰ এয়াৰ ৰাইফল প্রন মিক্সড এছ এইচ ৱানত সাগৰ বালাচাহেব কাটালে সোণৰ পদক অৰ্জন কৰিছে। নতুন দিল্লীৰ ড০ কানি সিং শ্বুটিং বেঞ্জত অনুষ্ঠিত প্রতিযোগিতাখনত মনা আগৰৱালে ৰূপৰ পদক অর্জন কৰাৰ লগতে দীপক চাইনীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। আকাশবাণী বাতৰি বিভ...

March 23, 2025 11:47 AM

views 44

আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়লাভ

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ অষ্টাদশ সংস্কৰণৰ প্ৰথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছক ৭ উইকেটত পৰাস্ত কৰে। খেলখনত কলকাতা দলে প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৮টা উইকেটত হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডা...

March 23, 2025 11:38 AM

views 30

এফ আই জি বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত প্ৰণতি নায়কৰ ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ প্ৰণতি নায়কে তুৰস্কৰ অন্তাল্যাত অনুষ্ঠিত ফেডাৰেচন ইণ্টাৰনেচনেল দি জিম্মাষ্টিক বিশ্বকাপ প্ৰতিযোগিতাৰ মহিলাৰ ভল্ট শিতানৰ ফাইনেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এছিয়ান চেম্পিয়নশ্বিপৰ দুবাৰকৈ পদক বিজেতা প্রণতিয়ে কালি বিয়লি ১৩ দশমিক ৪-১-৭ স্ক'ৰৰে বিশ্বকাপৰ প্ৰথমটো পদক হস্তগত কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ...

March 22, 2025 9:09 PM

views 36

আইপিএলত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ চাৰিটা বৃহৎ পৰিৱৰ্তন

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ক্রিকেট প্রতিযোগিতাত এইবাৰ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) চাৰিটা বৃহৎ পৰিৱৰ্তন কৰিছে। পৰিষদৰ মুখ্য কাৰ্যালয়ত কালি দলসমূহৰ অধিনায়ক, প্ৰশিক্ষক আৰু প্ৰৱন্ধকসকলৰ সৈতে বিচিচিআইৰ এখন বৈঠকত সর্বসন্মতিক্রমে বলত লেলাৱতি লগোৱা কাৰ্যত অনুমতি দিয়া হয়। ক'ভিড মহামাৰীৰ সম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।