খেল

March 28, 2025 6:33 PM

views 49

বৰপেটাত আজিৰে পৰা ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্রিকেট প্ৰতিযোগিতা আৰম্ভ

বৰপেটা জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজিৰে পৰা ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্রিকেট প্ৰতিযোগিতা আৰম্ভ হৈছে। অসম ক্ৰিকেট সন্থাৰ উদ্যোগ আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত এই প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। বৰপেটা আৰু বজালী জিলাৰ মাজত অনুষ্ঠিত আজিৰ উদ্বোধনী খেলত বৰপেটা জিলাই জয়লাভ কৰে।

March 28, 2025 1:43 PM

views 26

এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত ভাৰতৰ ৰিতিকা হুদা

ভাৰতৰ ৰিতিকা হুদাই জৰ্দানৰ আম্মানত চলি থকা এছিয়ান চেম্পিয়নশ্বিপ মল্লযুদ্ধ প্রতিযোগিতাৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছেমি ফাইনেলত কালি ৰিতিকাই জাপানৰ নদোক য়ামামতো পৰাস্ত কৰে। ফাইনেলত খেলুৱৈগৰাকী দুবাৰকৈ এছিয়ান চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰা কিগিস্তানৰ আইপেৰী মেডেট কিজিৰ মুখামুখি ...

March 28, 2025 1:40 PM

views 34

চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি, ৩৪টা সোণৰ পদকেৰে হাৰিয়ানা শীৰ্ষস্থানত

নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু ষ্টেডিয়ামত কালি চলিত বৰ্ষৰ খেলো ইণ্ডিয়া পেৰা গেমছ প্রতিযোগিতাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্য মন্ত্ৰী ৰক্ষা নিখিল খাদছেই কয় যে খেলো ইণ্ডিয়া পেৰা গেমছ পেৰা এথলীটসকলৰ বাবে নিজৰ দক্ষতা প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰত...

March 28, 2025 1:02 PM

views 33

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু চেন্নাই ছুপাৰ কিংছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইত হ'বলগীয়া এখন খেলত ৰয়েল ছেলেঞ্জার্ছ বেংগালুৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইপিনে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ দলে ১৯...

March 28, 2025 1:00 PM

views 36

গুৱাহাটীত কাইলৈ ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ, বি চি চি আইৰ এখন গুৰুত্বপূৰ্ণ বৈঠক কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বৈঠকত পৰিষদৰ সচিব দেৱজিৎ শ‍ইকীয়াৰ লগতে ভাৰতীয় ছিনিয়ৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু ৰাষ্ট্ৰীয় ছিনিয়ৰ ক্ৰিকেট দলৰ নিৰ্বাচক মণ্ডলীৰ মুৰব্বী অজিত আগৰকাৰ উপস্থিত থাকিব বুলি পৰিষদৰ স...

March 27, 2025 9:18 PM

views 28

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ সামৰণি

দিল্লীত অনুষ্ঠিত খেলো ইণ্ডিয়া পেৰা গেমছৰ আজি সামৰণি পৰিছে। সামৰণিৰ দিনটোত খেলুৱৈসকলে টেবুল টেনিছত তেওঁলোকৰ উন্নত প্ৰদৰ্শন দাঙি ধৰিছে। টেবুল টেনিছৰ ফাইনেলৰ পুৰুষৰ ক্লাছ ছিক্স শাখাৰ য়েছডি আছপি ভামগাৰাই সোণৰ পদক আৰু বিকাশ ঠাকুৰে ৰূপৰ পদক লাভ কৰিছে। মহিলাৰ ক্লাছ ছিক্স শাখাত ভাৱিকা কুকাডিয়াই সোণৰ পদক ...

March 27, 2025 12:15 PM

views 44

খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি

■ খেল’ ইণ্ডিয়া পেৰা গেম্‌ছ ২০২৫-ৰ আজি সামৰণি পৰিব। ভাৰতীয় ক্রীড়া প্ৰাধিকৰণে আয়োজন কৰা এই ক্রীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ৰক্ষা নিখিল খৰ্চে উপস্থিত থাকিব। এই ৮ দিনীয়া ক্রীড়া মহোৎসৱৰ ১,৩০০ৰো অধিক গৰাকী পেৰা এথলিটে পেৰা আৰ্চাৰী, পেৰা এথলেটিক্‌চ, পেৰা ব...

March 27, 2025 12:10 PM

views 54

আই পি এলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কলকাতা নাইট ৰাইডাৰ্ছৰ

■ কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৮ উইকেটত পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে ১৫২ ৰানৰ লক্ষ্যৰে খেল আৰম্ভ কৰি ১৭ অ’ভাৰ আৰু তিনিটা বলত দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ...

March 26, 2025 1:20 PM

views 32

জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান মল্লযুঁজত ভাৰতৰ সুনীল কুমাৰৰ ব্ৰঞ্জৰ পদক

ভাৰতৰ সুনীল কুমাৰে জৰ্দানৰ আম্মানত অনুষ্ঠিত এছিয়ান মল্লযুঁজ প্রতিযোগিতাৰ ৮৭ কিলোগ্রাম ওজন শাখাৰ গ্ৰেচ' ৰোমান শিতানত কালি ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। কালিৰ খেলখনত সুনীলে চীনৰ জিয়াজিন হুৱাঙক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত খেলুৱৈগৰাকীয়ে তাজাকিস্তানৰ প্রতিদ্বন্দ্বীৰ বিৰুদ্ধে ১০-১ ফলাফলত জয়ল...

March 26, 2025 12:25 PM

views 55

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই পি এল ক্রিকেট প্রতিযোগিতাৰ ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ গুৱাহাটীৰ বৰ্ষাপাৰাৰ অসম ক্রিকেট সন্থাৰ ষ্টেডিয়ামত আজি ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ২৩ বছৰীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ গৃহ ৰাজ্যত খেল প্ৰদৰ্শন উপভোগ কৰিবলৈ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।